৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: (১) শিক্ষাবিদ, বিদূষী মহিলা ইন্দিৰা মিৰিৰ মৃত্যু হয় ২০০৪ আজ...
 
No edit summary
1 নং শাৰী: 1 নং শাৰী:
(১) শিক্ষাবিদ, বিদূষী মহিলা [[ইন্দিৰা মিৰি]]ৰ মৃত্যু হয় ২০০৪ আজিৰ দিনটোতে।
# শিক্ষাবিদ, বিদূষী মহিলা [[ইন্দিৰা মিৰি]]ৰ মৃত্যু হয় ২০০৪ আজিৰ দিনটোতে।
# আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা [[দাদা ভাই নৰজী]]ৰ জন্ম হয় ১৮২৫ চনত। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰে।

# [[হেনৰী ফলি নাইট]] অসমৰ ৰাজ্যপাল হয় ১৯৪৬ চনৰ আজিৰ দিনটোতে।
(২) আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা [[দাদা ভাই নৰজী]]ৰ জন্ম হয় ১৮২৫ চনত। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰে।
# ২০০২ চনৰ আজিৰ দিনটোতে অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড০ [[গোলোক চন্দ্ৰ গোস্বামী]]ক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰে।

# ১৮৮২ চনৰ আজিৰ দিনটোতে [[আমেৰিক]]ত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হয়।
(৩) [[হেনৰী ফলি নাইট]] অসমৰ ৰাজ্যপাল হয় ১৯৪৬ চনৰ আজিৰ দিনটোতে।
# প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা [[হো-ছি-মিন]]ৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছিল ১৯৬৯ চনৰ আজিৰ দিনটোতে ৷

(৪) ২০০২ চনৰ আজিৰ দিনটোতে অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড০ [[গোলোক চন্দ্ৰ গোস্বামী]]ক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰে।

(৫) ১৮৮২ চনৰ আজিৰ দিনটোতে [[আমেৰিক]]ত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হয়।

(৬) প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা [[হো-ছি-মিন]]ৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছিল ১৯৬৯ চনৰ আজিৰ দিনটোতে ৷

04:36, 7 September 2014ৰ সংস্কৰণ

  1. শিক্ষাবিদ, বিদূষী মহিলা ইন্দিৰা মিৰিৰ মৃত্যু হয় ২০০৪ আজিৰ দিনটোতে।
  2. আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা দাদা ভাই নৰজীৰ জন্ম হয় ১৮২৫ চনত। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰে।
  3. হেনৰী ফলি নাইট অসমৰ ৰাজ্যপাল হয় ১৯৪৬ চনৰ আজিৰ দিনটোতে।
  4. ২০০২ চনৰ আজিৰ দিনটোতে অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড০ গোলোক চন্দ্ৰ গোস্বামীক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰে।
  5. ১৮৮২ চনৰ আজিৰ দিনটোতে আমেৰিকত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হয়।
  6. প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা হো-ছি-মিনৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছিল ১৯৬৯ চনৰ আজিৰ দিনটোতে ৷