২৫ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: # ১৫২৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপ...
 
শ্ৰেণী:ছেপ্টেম্বৰ যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
11 নং শাৰী: 11 নং শাৰী:
# আজিৰ দিনটোত ৰাছিয়া সমৰ্থিত উত্তৰ কোৰিয়া সেনাৰ দক্ষিণ কোৰিয়া আক্ৰমণ হয় ১৯৩২ চনৰ আজিৰ দিনটোতে।
# আজিৰ দিনটোত ৰাছিয়া সমৰ্থিত উত্তৰ কোৰিয়া সেনাৰ দক্ষিণ কোৰিয়া আক্ৰমণ হয় ১৯৩২ চনৰ আজিৰ দিনটোতে।
# আজি মোজাম্বিকৰ স্বাধীনতা দিৱস।
# আজি মোজাম্বিকৰ স্বাধীনতা দিৱস।

[[শ্ৰেণী:ছেপ্টেম্বৰ]]

10:09, 9 October 2014ৰ সংস্কৰণ

  1. ১৫২৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো-ডা-গামাৰ তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতলৈ আহে ।
  2. ১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা চূড়ান্ত ৰূপ দিয়া হয় ৷
  3. ১৯৩০ আজিৰ দিনটোতে ভাৰতৰ শেষৰজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ জন্ম হয় ইংলেণ্ডত।
  4. ভাৰতৰ নৱম প্ৰধান মন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হয় ১৯৩১ চনৰ আজিৰ দিনটোতে।
  5. ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ১৯৭৫ চনৰ আজিৰ দিনটোত।
  6. ১৯৭৬ চনৰ আজিৰ দিনটোত ভাৰতত বলৱৎ থকা অন্তৰ্ৱতীকালীন জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰা হয়।
  7. আজিৰ দিনটোতে জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। ১৯৭৭ চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
  8. ১৯৭০ চনৰ আজিৰ দিনটোতে প্ৰথম মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ ছুইজাৰলেণ্ডত মৃত্যু হয় ।
  9. ১৮৬৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মাৰ্কিন জীৱ বিজ্ঞানী টমাছ হাণ্ট মৰ্গানৰ জন্ম হয় । ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল ।
  10. ১৮৯৭ খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে মাৰ্কিন উপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম হয় ।
  11. আজিৰ দিনটোত ৰাছিয়া সমৰ্থিত উত্তৰ কোৰিয়া সেনাৰ দক্ষিণ কোৰিয়া আক্ৰমণ হয় ১৯৩২ চনৰ আজিৰ দিনটোতে।
  12. আজি মোজাম্বিকৰ স্বাধীনতা দিৱস।