১ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''১ নৱেম্বৰ''' {{enwiki|1 November}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে ...
 
No edit summary
26 নং শাৰী: 26 নং শাৰী:


১৩/ ১৯১৩ চনৰ আজিৰ দিনটোত [[আজলিতৰা নেওগ]] জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।
১৩/ ১৯১৩ চনৰ আজিৰ দিনটোত [[আজলিতৰা নেওগ]] জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।

{| style="border: 1px solid gray; background-color: skyblue;"
|-
! নৱেম্বৰ
|-
| {{কেলেণ্ডাৰ/শণিপ্ৰথম৩০}}
|-
! ২০১৪
|}


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==

11:16, 12 November 2014ৰ সংস্কৰণ

১ নৱেম্বৰ (ইংৰাজী: 1 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৫ তম (অধিবৰ্ষত ৩০৬ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬০ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১/ ১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সামৰণি । সমগ্র ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত । ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয় ।

২/ ১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ কলকাতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয় ।

৩/ ১৯৫৬ চনৰ আজিৰ দিনটোতে ত্ৰিপুৰা আৰু দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা । ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয় ।

৪/ ১৯৬৬ চনৰ আজিৰ দিনটোতে পঞ্জাব দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু হাৰিয়ানা গঠন হয়। উভয়ৰে ৰাজধানী হয় চণ্ডীগড়

৫/ ১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক কৰা হয় । লাক্ষাদ্বীপ , মিনিকয় আৰু আমিন ডিভিক একেলগে লাক্ষাদ্বীপ কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয় ।

৬/ ১৯৭৩ চনৰ আজিৰ দিনটোতে মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ জন্ম হয় ।

৭/ ১৯৯৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয় ।

৮/ ২০০০ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি ছত্তীশগড় ৰাজ্য গঠন কৰা হয় ।

৯/ ২০০০ চনৰ আজিৰ দিনটোতে হৰেকৃষ্ণ ডেকাৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্ভাৰ গ্ৰহণ কৰে ।

১০/ ২০০২ চনৰ আজিৰ দিনটোতে এছ পি ভাৰুচাৰ উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে । তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে ।

১১/ ১৯৫৫ চনৰ আজিৰ দিনটোত কিৰিপ চলিহাৰ জন্ম হয়, তেখেত ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল।

১২/ ১৯৩৮ চনৰ আজিৰ দিনটোত মধুৰাম বড়োৰ জন্ম হয়, তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক,সম্পাদক তথা শিক্ষাবিদ৷ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ৷

১৩/ ১৯১৩ চনৰ আজিৰ দিনটোত আজলিতৰা নেওগ জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।

নৱেম্বৰ
দে সো বু বৃ শু
০১
০২ ০৩ ০৪ ০৫ ০৬ ০৭ ০৮
০৯ ১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০
২০১৪

বাহ্যিক সংযোগ