কেন্দ্ৰীয় শাসিত অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
'''কেন্দ্ৰ শাসিত অঞ্চল''' [[ভাৰত]]ৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহ প্ৰত্যক্ষভাৱে [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। [[ভাৰতৰ ৰাষ্ট্ৰপতি]]য়ে প্ৰতি কেন্দ্ৰ শাসিত প্ৰদেশৰ বাবে এক চৰকাৰী প্ৰশাসক বা [[উপ ৰাজ্যপাল]] মনোনিত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।<ref>[http://india.gov.in/knowindia/union_territories.php কেন্দ্ৰ শাসিত অঞ্চল] ভাৰতীয় ৰাষ্ট্ৰীয় প'ৰ্টেলত</ref> চন [[২০১০]]ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।<ref name="mha">[http://www.mha.gov.in/unio.htm কেন্দ্ৰ শাসিত অঞ্চল] ভাৰতীয় গৃহ মন্ত্ৰালয়</ref> ভাৰতৰ ৰাজধানী [[নতুন দিল্লি]], যি দিল্লি নামেৰে এক কেন্দ্ৰ শাসিত অঞ্চল আছিল, আৰু [[পুদুচেৰী]]ক আংশিক [[ৰাজ্য]]ৰ দৰ্জা দিয়া হৈছে। দিল্লিক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ<ref>http://indiacode.nic.in/coiweb/amend/amend69.htm</ref> হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লি আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত [[বিধানসভা]], মন্ত্ৰিমণ্ডল আদি আছে<ref>http://delhiassembly.nic.in/index.asp এয়া দিল্লিৰ বিধান সভাৰ আন্তৰ্জাল চাইট</ref><ref>http://legislativebodiesinindia.nic.in/States/pondichery/pondicherry-w.htm</ref>, যদিও তাঁহাঁতৰ শক্তি সীমিত।
'''কেন্দ্ৰ শাসিত অঞ্চল''' [[ভাৰত]]ৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। [[ভাৰতৰ ৰাষ্ট্ৰপতি]]য়ে প্ৰতি কেন্দ্ৰ শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা [[উপ ৰাজ্যপাল]] মনোনিত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।<ref>[http://india.gov.in/knowindia/union_territories.php কেন্দ্ৰ শাসিত অঞ্চল] ভাৰতীয় ৰাষ্ট্ৰীয় প'ৰ্টেলত</ref> চন [[২০১০]]ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।<ref name="mha">[http://www.mha.gov.in/unio.htm কেন্দ্ৰ শাসিত অঞ্চল] ভাৰতীয় গৃহ মন্ত্ৰালয়</ref> ভাৰতৰ ৰাজধানী [[নতুন দিল্লি]], যি দিল্লি নামেৰে এক কেন্দ্ৰ শাসিত অঞ্চল আছিল, আৰু [[পুদুচেৰী]]ক আংশিক [[ৰাজ্য]]ৰ দৰ্জা দিয়া হৈছে। দিল্লিক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ<ref>http://indiacode.nic.in/coiweb/amend/amend69.htm</ref> হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লি আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত [[বিধানসভা]], মন্ত্ৰিমণ্ডল আদি আছে<ref>http://delhiassembly.nic.in/index.asp এয়া দিল্লিৰ বিধান সভাৰ আন্তৰ্জাল চাইট</ref><ref>http://legislativebodiesinindia.nic.in/States/pondichery/pondicherry-w.htm</ref>, যদিও তাঁহাঁতৰ শক্তি সীমিত।


==ভাৰতীয় কেন্দ্ৰ শাসিত প্ৰদেশৰ তালিকা<ref>http://www.knowledgeblast.com/India_Quizzes/List_of_Union_Territories_In_India/</ref>==
==ভাৰতীয় কেন্দ্ৰ শাসিত প্ৰদেশৰ তালিকা<ref>http://www.knowledgeblast.com/India_Quizzes/List_of_Union_Territories_In_India/</ref>==

10:18, 2 December 2014ৰ সংস্কৰণ

কেন্দ্ৰ শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি কেন্দ্ৰ শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা উপ ৰাজ্যপাল মনোনিত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।[1] চন ২০১০ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।[2] ভাৰতৰ ৰাজধানী নতুন দিল্লি, যি দিল্লি নামেৰে এক কেন্দ্ৰ শাসিত অঞ্চল আছিল, আৰু পুদুচেৰীক আংশিক ৰাজ্যৰ দৰ্জা দিয়া হৈছে। দিল্লিক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ[3] হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লি আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত বিধানসভা, মন্ত্ৰিমণ্ডল আদি আছে[4][5], যদিও তাঁহাঁতৰ শক্তি সীমিত।

ভাৰতীয় কেন্দ্ৰ শাসিত প্ৰদেশৰ তালিকা[6]

  1. আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ
  2. চণ্ডিগঢ়
  3. দাদৰা আৰু নগৰ হাৱেলি
  4. দমন আৰু দিউ
  5. লক্ষদ্বীপ
  6. পুদুচেৰী
  7. দিল্লি

তথ্য সংগ্ৰহ

  1. কেন্দ্ৰ শাসিত অঞ্চল ভাৰতীয় ৰাষ্ট্ৰীয় প'ৰ্টেলত
  2. কেন্দ্ৰ শাসিত অঞ্চল ভাৰতীয় গৃহ মন্ত্ৰালয়
  3. http://indiacode.nic.in/coiweb/amend/amend69.htm
  4. http://delhiassembly.nic.in/index.asp এয়া দিল্লিৰ বিধান সভাৰ আন্তৰ্জাল চাইট
  5. http://legislativebodiesinindia.nic.in/States/pondichery/pondicherry-w.htm
  6. http://www.knowledgeblast.com/India_Quizzes/List_of_Union_Territories_In_India/