১২ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''১২ ডিচেম্বৰ''' {{enwiki|12 December}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰ...
 
No edit summary
1 নং শাৰী: 1 নং শাৰী:
'''১২ ডিচেম্বৰ''' {{enwiki|12 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৪৬ তম ([[অধিবৰ্ষ]]ত ৩৪৭ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

==ঘটনাৰাজী
==ঘটনাৰাজী==
* ১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই পৰা [[অসমত ৰাষ্ট্ৰপতি শাসন]] প্ৰৱৰ্তন হয়।
* ১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই পৰা [[অসমত ৰাষ্ট্ৰপতি শাসন]] প্ৰৱৰ্তন হয়।
* ১৯১১ চনৰ আজিৰ দিনটোতে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
* ১৯১১ চনৰ আজিৰ দিনটোতে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।

11:49, 16 December 2014ৰ সংস্কৰণ

১২ ডিচেম্বৰ (ইংৰাজী: 12 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪৬ তম (অধিবৰ্ষত ৩৪৭ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  • ১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হয়।
  • ১৯১১ চনৰ আজিৰ দিনটোতে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
  • ২০১২ বৰ্ষৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বিজয়ী ভাৰতীয় বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱাল-এ "হংকং ছুপাৰ ছিৰিজ"ৰ খিতাপ দখল কৰিছিল।
  • ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী, নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকৰৰ জন্ম হৈছিল ৷
  • ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, মিডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক আইকণ ৰজনীকান্তৰ জন্ম হয় ৷
  • ১৯৪৮ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াক নৱ ৰাষ্ট্ৰৰূপে ৰাষ্ট্ৰসংঘই স্বীকৃতি প্ৰদান কৰে ৷

বাহ্যিক সংযোগ