তিৰুপতি মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary |
No edit summary |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
[[File:Tirumala overview.jpg|thumb|250px| বিহঙ্গম দৃষ্টিৰে তিৰুপতি মন্দিৰ]] |
[[File:Tirumala overview.jpg|thumb|250px| বিহঙ্গম দৃষ্টিৰে তিৰুপতি মন্দিৰ]] |
||
'''তিৰুপতি মন্দিৰ''' ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল’মিটাৰ উত্তৰ-পশ্চিমত, পালক’ণ্ডা (ইংৰাজী: Palkonda)পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা ভেংকটেশ্বৰৰ আবাসভূমি বুলি জনা যায়। তেলুগু ভাষাত ‘তিৰু’ৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু ‘পতি’ৰ অৰ্থ স্বামী; অৰ্থাৎ লক্ষ্মীৰ পতি বিষ্ণু। ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন আৰু পূজা কৰা হয়। মানুহৰ মুখত তিৰুপতি নামেৰে প্ৰচলিত হ’লেও ই তিৰুমালা-তিৰুপতি দেৱস্থানম নামে প্ৰখ্যাত। মন্দিৰৰ ভিতৰত আছে প্ৰস্ফুটিত পদুমৰ ওপৰত দণ্ডায়মান দুই মিটাৰ ওখ বিষ্ণুৰ ক’লা শিলৰ বিগ্ৰহ বা মূৰ্তি। চতুৰ্ভুজ এই মূৰ্তিৰ পিছফালৰ দুই হাতত শংখ আৰু চক্ৰ, সন্মুখৰ এহাত অভয় মুদ্ৰাৰ ভংগিত আৰু আনখন হাত কঁকালত অৱস্থান কৰা। নানান মণি-মুকুতা আৰু স্বৰ্ণালংকাৰে ভূষিত এটা মুকুট আছে মূৰ্তিটোৰ শিৰত। |
'''তিৰুপতি মন্দিৰ''' ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল’মিটাৰ উত্তৰ-পশ্চিমত, পালক’ণ্ডা (ইংৰাজী: Palkonda)পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা ভেংকটেশ্বৰৰ আবাসভূমি বুলি জনা যায়। তেলুগু ভাষাত ‘তিৰু’ৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু ‘পতি’ৰ অৰ্থ স্বামী; অৰ্থাৎ লক্ষ্মীৰ পতি বিষ্ণু। ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন আৰু পূজা কৰা হয়। মানুহৰ মুখত তিৰুপতি নামেৰে প্ৰচলিত হ’লেও ই তিৰুমালা-তিৰুপতি দেৱস্থানম নামে প্ৰখ্যাত। মন্দিৰৰ ভিতৰত আছে প্ৰস্ফুটিত পদুমৰ ওপৰত দণ্ডায়মান দুই মিটাৰ ওখ বিষ্ণুৰ ক’লা শিলৰ বিগ্ৰহ বা মূৰ্তি। চতুৰ্ভুজ এই মূৰ্তিৰ পিছফালৰ দুই হাতত শংখ আৰু চক্ৰ, সন্মুখৰ এহাত অভয় মুদ্ৰাৰ ভংগিত আৰু আনখন হাত কঁকালত অৱস্থান কৰা। নানান মণি-মুকুতা আৰু স্বৰ্ণালংকাৰে ভূষিত এটা মুকুট আছে মূৰ্তিটোৰ শিৰত। ১৯৮৪ চনত ১২ কিলোগ্ৰাম সোণ আৰু ৯০০০ ডোখৰ হীৰাৰে ন-কৈ নিৰ্মিত এই মুকুটটোৰ অৰ্থমূল্য ৫ কোটি টকাৰো অধিক। গোটেই মূৰ্তিটো ফুলৰ মালাৰে ঢকা। কেৱল ভৰিৰ পতা আৰু মুখমণ্ডলহে দৰ্শনাৰ্থীৰ চকুত পৰে। দেশ-বিদেশৰ অসংখ্য তীৰ্থযাত্ৰী প্ৰতি বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। ভৌগোলিকভাৱে তিৰুপতি অন্ধ্ৰপ্ৰদেশত (দক্ষিণ প্ৰান্তত) যদিও সমীপবৰ্তী তামিলনাডুৰ চেন্নাইৰ পৰাহে ঘাইকৈ ইয়ালৈ যাতায়তৰ অধিক সুবিধা আছে। |
||
তিৰুপতিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰ-পশ্চিমত, প্ৰায় ৭৫০ মিটাৰ উচ্চতাত হিন্দুসকলৰ পবিত্ৰ পাহাৰ তিৰুমালা অৱস্থিত। এই পাহাৰক ইমান পবিত্ৰ বুলি গণ্য কৰা হৈছিল যে ১৮৭০ চনৰ আগলৈকে তালৈ অহিন্দুসকলক যাবলৈকে দিয়া নহৈছিল। তিৰুমালা পাহাৰৰ শৃংগতে আছে বৈশিষ্টমণ্ডিত দ্ৰাবিড়ীয় শৈলীৰে নিৰ্মিত ভেংকটেশ্বৰ মন্দিৰ। ভেংকটেশ্বৰ বা ভেংকটেশ্বৰ স্বামী মন্দিৰ আৰু তাৰ বিস্তীৰ্ণ চোতাল দৰ্শনাৰ্থী আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী। এই মন্দিৰটোক কেন্দ্ৰ কৰিয়ে প্ৰায় ৪ বৰ্গকিলোমিটাৰ এলেকাজুৰি গঢ়ি উঠিছে এখন সৰু নগৰ। বৰ্তমান এই মন্দিৰত প্ৰায় ১৩০০০ কৰ্মী কৰ্মৰত হৈ আছে। <ref> শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, সংখ্যা: ১-১৫ ফেব্ৰুৱাৰী, ২০১৫, পৃষ্ঠা: ২১ </ref> |
তিৰুপতিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰ-পশ্চিমত, প্ৰায় ৭৫০ মিটাৰ উচ্চতাত হিন্দুসকলৰ পবিত্ৰ পাহাৰ তিৰুমালা অৱস্থিত। এই পাহাৰক ইমান পবিত্ৰ বুলি গণ্য কৰা হৈছিল যে ১৮৭০ চনৰ আগলৈকে তালৈ অহিন্দুসকলক যাবলৈকে দিয়া নহৈছিল। তিৰুমালা পাহাৰৰ শৃংগতে আছে বৈশিষ্টমণ্ডিত দ্ৰাবিড়ীয় শৈলীৰে নিৰ্মিত ভেংকটেশ্বৰ মন্দিৰ। ভেংকটেশ্বৰ বা ভেংকটেশ্বৰ স্বামী মন্দিৰ আৰু তাৰ বিস্তীৰ্ণ চোতাল দৰ্শনাৰ্থী আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী। এই মন্দিৰটোক কেন্দ্ৰ কৰিয়ে প্ৰায় ৪ বৰ্গকিলোমিটাৰ এলেকাজুৰি গঢ়ি উঠিছে এখন সৰু নগৰ। বৰ্তমান এই মন্দিৰত প্ৰায় ১৩০০০ কৰ্মী কৰ্মৰত হৈ আছে। <ref> শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, সংখ্যা: ১-১৫ ফেব্ৰুৱাৰী, ২০১৫, পৃষ্ঠা: ২১ </ref> |
||
07:23, 20 March 2015ৰ সংস্কৰণ
তিৰুপতি মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল’মিটাৰ উত্তৰ-পশ্চিমত, পালক’ণ্ডা (ইংৰাজী: Palkonda)পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা ভেংকটেশ্বৰৰ আবাসভূমি বুলি জনা যায়। তেলুগু ভাষাত ‘তিৰু’ৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু ‘পতি’ৰ অৰ্থ স্বামী; অৰ্থাৎ লক্ষ্মীৰ পতি বিষ্ণু। ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন আৰু পূজা কৰা হয়। মানুহৰ মুখত তিৰুপতি নামেৰে প্ৰচলিত হ’লেও ই তিৰুমালা-তিৰুপতি দেৱস্থানম নামে প্ৰখ্যাত। মন্দিৰৰ ভিতৰত আছে প্ৰস্ফুটিত পদুমৰ ওপৰত দণ্ডায়মান দুই মিটাৰ ওখ বিষ্ণুৰ ক’লা শিলৰ বিগ্ৰহ বা মূৰ্তি। চতুৰ্ভুজ এই মূৰ্তিৰ পিছফালৰ দুই হাতত শংখ আৰু চক্ৰ, সন্মুখৰ এহাত অভয় মুদ্ৰাৰ ভংগিত আৰু আনখন হাত কঁকালত অৱস্থান কৰা। নানান মণি-মুকুতা আৰু স্বৰ্ণালংকাৰে ভূষিত এটা মুকুট আছে মূৰ্তিটোৰ শিৰত। ১৯৮৪ চনত ১২ কিলোগ্ৰাম সোণ আৰু ৯০০০ ডোখৰ হীৰাৰে ন-কৈ নিৰ্মিত এই মুকুটটোৰ অৰ্থমূল্য ৫ কোটি টকাৰো অধিক। গোটেই মূৰ্তিটো ফুলৰ মালাৰে ঢকা। কেৱল ভৰিৰ পতা আৰু মুখমণ্ডলহে দৰ্শনাৰ্থীৰ চকুত পৰে। দেশ-বিদেশৰ অসংখ্য তীৰ্থযাত্ৰী প্ৰতি বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। ভৌগোলিকভাৱে তিৰুপতি অন্ধ্ৰপ্ৰদেশত (দক্ষিণ প্ৰান্তত) যদিও সমীপবৰ্তী তামিলনাডুৰ চেন্নাইৰ পৰাহে ঘাইকৈ ইয়ালৈ যাতায়তৰ অধিক সুবিধা আছে। তিৰুপতিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰ-পশ্চিমত, প্ৰায় ৭৫০ মিটাৰ উচ্চতাত হিন্দুসকলৰ পবিত্ৰ পাহাৰ তিৰুমালা অৱস্থিত। এই পাহাৰক ইমান পবিত্ৰ বুলি গণ্য কৰা হৈছিল যে ১৮৭০ চনৰ আগলৈকে তালৈ অহিন্দুসকলক যাবলৈকে দিয়া নহৈছিল। তিৰুমালা পাহাৰৰ শৃংগতে আছে বৈশিষ্টমণ্ডিত দ্ৰাবিড়ীয় শৈলীৰে নিৰ্মিত ভেংকটেশ্বৰ মন্দিৰ। ভেংকটেশ্বৰ বা ভেংকটেশ্বৰ স্বামী মন্দিৰ আৰু তাৰ বিস্তীৰ্ণ চোতাল দৰ্শনাৰ্থী আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী। এই মন্দিৰটোক কেন্দ্ৰ কৰিয়ে প্ৰায় ৪ বৰ্গকিলোমিটাৰ এলেকাজুৰি গঢ়ি উঠিছে এখন সৰু নগৰ। বৰ্তমান এই মন্দিৰত প্ৰায় ১৩০০০ কৰ্মী কৰ্মৰত হৈ আছে। [1]
তিৰুপতি মন্দিৰৰ জনশ্ৰুতি:
পৌৰাণিক আখ্যানমতে ভগৱান ভেংকটেশ্বৰে হেনো বিয়াৰ সময়ত কুবেৰৰপৰা বহু টকা ধাৰ কৰিছিল। সেই ধাৰ আজিও পৰিশোধ নোহোৱাত ভক্তসকলেই প্ৰণামিৰ ৰূপত ধন দিয়ে। অতীতৰ ৰজা-মহাৰজাৰ দান-বৰঙণিৰে তিৰুপতি মন্দিৰ ভাৰতৰ (সম্ভৱতঃ বিশ্বৰে) আটাইতকৈ সম্পদশালী দেৱ মন্দিৰ। মন্দিৰটোৰ বাৰ্ষিক আয় পাঁচ কোটি টকাৰো অধিক। মন্দিৰৰ উপাৰ্জিত ধনেৰে নানান সেৱামূলক আৰু শিক্ষামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়।
তথ্য সংগ্ৰহ:
- ↑ শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, সংখ্যা: ১-১৫ ফেব্ৰুৱাৰী, ২০১৫, পৃষ্ঠা: ২১