বছৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Bot: Migrating 152 interwiki links, now provided by Wikidata on d:q577 (translate me)
No edit summary
22 নং শাৰী: 22 নং শাৰী:


[[শ্ৰেণী:সময়]]
[[শ্ৰেণী:সময়]]
[[শ্ৰেণী:সময়ৰ একক]]

08:44, 21 March 2015ৰ সংস্কৰণ


বছৰ বুলি ক’লে সাধাৰণতে সূৰ্যৰ কক্ষপথত পৃথিৱীয়ে প্ৰদক্ষিন কৰা নিৰ্দিষ্ট সময়কে বুজোৱা হয়। বিভিন্ন সূত্ৰত মতে এই সময় ৩৬৫.২৪ আৰু ৩৬৫.২৬ মাজত সীমাবদ্ধ। অতি সাধাৰণ ভাৱে ক’লে ৩৬৫ দিনৰ পৃথিৱীৰ এই পৰিভ্ৰমন কালকেই এটা বছৰ বোলা হয়।

সময়ৰ মাপ বুজাবলৈ এতিয়ালৈকে আন্তৰাষ্ট্ৰীয় ভাৱে কোনো নিৰ্দিষ্ট চিহ্ন বা প্ৰতীক নাই যদিও ইংৰাজী ভাষাত "y" বা "Yr" চিহ্ন ব্যৱহাৰ কৰা দেখা যায়।