খনিজ পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
র-ৰ পেট কটা হ'ল
1 নং শাৰী: 1 নং শাৰী:
'''খনিজ পদার্থ''' হৈছে প্রাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদার্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ। খনিজ পদার্থৰ সংজ্ঞা সম্পর্কে ৰাসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায়। সেই বৈশিষ্ট কেইটা হৈছে -
'''খনিজ পদাৰ্থ''' হৈছে প্ৰাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদাৰ্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ। খনিজ পদাৰ্থৰ সংজ্ঞা সম্পৰ্কে ৰাসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায়। সেই বৈশিষ্ট কেইটা হৈছে -


# ই প্রাকৃতিক ভাৱে উপলব্ধ ।
# ই প্ৰাকৃতিক ভাৱে উপলব্ধ ।
# কক্ষ তাপমাত্রাত(২৫0 চেলচিয়াচ) ই সুস্থিৰ ।
# কক্ষ তাপমাত্ৰাত(২৫0 চেলচিয়াচ) ই সুস্থিৰ ।
# ই কঠিন ।
# ই কঠিন ।
# শৃংখলাবদ্ধ পাৰমাণৱিক বিন্যাস ।
# শৃংখলাবদ্ধ পাৰমাণৱিক বিন্যাস ।
# ইয়াক এক নির্দিষ্ট ৰাসায়নিক সূত্রেৰে বুজাব পাৰি ।
# ইয়াক এক নিৰ্দিষ্ট ৰাসায়নিক সূত্ৰেৰে বুজাব পাৰি ।
# সাধাৰণতে অজৈৱ ।
# সাধাৰণতে অজৈৱ ।


== অৱস্থিতি ==
== অৱস্থিতি ==
খনিজ পদার্থসমূহ [[পৃথিৱী]]ৰ [[মাটি]], পানী আৰু বায়ুমণ্ডলত সকলোতে অৱস্থিত। সাধাৰণতে খনিজ পদার্থ অজৈৱ হয় যদিওঁ, জৈৱিক খনিজ পদার্থওঁ আছে আৰু জৈৱিক খনিজ পদার্থসমূহ আমাৰ শৰীৰৰ বাবে আতিকৈ দৰকাৰী । সেয়েহে, আমাৰ দৈনন্দিন খাদ্যবস্তুৰ লগত কম বেছি পৰিমানে জৈৱিক খনিজ পদার্থ মিহলি হৈ থকাটো বাঞ্চনীয়।
খনিজ পদাৰ্থসমূহ [[পৃথিৱী]]ৰ [[মাটি]], পানী আৰু বায়ুমণ্ডলত সকলোতে অৱস্থিত। সাধাৰণতে খনিজ পদাৰ্থ অজৈৱ হয় যদিওঁ, জৈৱিক খনিজ পদাৰ্থওঁ আছে আৰু জৈৱিক খনিজ পদাৰ্থসমূহ আমাৰ শৰীৰৰ বাবে আতিকৈ দৰকাৰী । সেয়েহে, আমাৰ দৈনন্দিন খাদ্যবস্তুৰ লগত কম বেছি পৰিমানে জৈৱিক খনিজ পদাৰ্থ মিহলি হৈ থকাটো বাঞ্চনীয়।


== ভৌতিক আৰু ৰাসায়নিক গুণসমূহ ==
== ভৌতিক আৰু ৰাসায়নিক গুণসমূহ ==
যিকেইটা প্রধান ভৌতিক গুণৰ ওপৰত ভিত্তি কৰি খনিজ পদার্থসমূহ বিভিন্ন শ্রেণীত বিভক্ত কৰা হয়, সেইকেইটা হ’ল, ভৌত ষ্ফটিক গঠন, কঠোৰতা, দিপ্তী, বৰণ ঘনত্ব ইত্যাদি।
যিকেইটা প্ৰধান ভৌতিক গুণৰ ওপৰত ভিত্তি কৰি খনিজ পদাৰ্থসমূহ বিভিন্ন শ্ৰেণীত বিভক্ত কৰা হয়, সেইকেইটা হ’ল, ভৌত ষ্ফটিক গঠন, কঠোৰতা, দিপ্তী, বৰণ ঘনত্ব ইত্যাদি।
খনিজ পদার্থৰ ৰাসায়নিক গুণসমূহ নিৰূপণ কৰিবলৈ ইয়াক প্ৰথমতে পাতল অম্ল দ্রৱৰ সৈতে বিক্রিয়া কৰিবলৈ দিয়া হয়। সেই বিক্রিয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ইয়াৰ ৰাসায়নিক গুণসমূহ শ্রেণীভুক্তকৰণ কৰা হয়।
খনিজ পদাৰ্থৰ ৰাসায়নিক গুণসমূহ নিৰূপণ কৰিবলৈ ইয়াক প্ৰথমতে পাতল অম্ল দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিয়া হয়। সেই বিক্ৰিয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ইয়াৰ ৰাসায়নিক গুণসমূহ শ্ৰেণীভুক্তকৰণ কৰা হয়।


== খনিজ পদার্থৰ প্রকাৰসমূহ ==
== খনিজ পদাৰ্থৰ প্ৰকাৰসমূহ ==
[[পৃথিৱী]]ৰ খোলাটোৰ গঠন আৰু ৰচনা চিলিকন(silicon) আৰু [[অক্সিজেন]](oxygen)ৰ দ্বাৰা প্রভাৱিত হয় । গতিকে, চিলিকেট(silicate) উপাদানসমূহ শিলা গঠন আৰু বৈচিত্রৰ ফালৰপৰা সকলোতকৈ গুৰুত্বপূর্ণ শ্রেণীৰ খনিজ পদার্থ । অনা-চিলিকেট(non-silicate) খনিজ পদার্থসমূহো অর্থনৈতিক দিশৰপৰা খুবেই দৰকাৰী । অনা-চিলিকেট খনিজ পদার্থসমূহক সিহতৰ প্ৰধান ৰাসায়নিক ধর্মৰ ওপৰত ভিত্তি কৰি কেইটামান শ্রেণীত উপ-বিভাজিত কৰা হৈছে । সেই শ্রেণীসমূহ হৈছে, চালফাইড, হেলাইড, ওক্সাইড, হাইদ্র’ক্সাইড, কার্বনেট, নাইট্রেট, ব’ৰেট, চালফেট, ফচফেট আৰু জৈৱ যৌগ । সৰহসংখ্যক প্ৰজাতিৰ অনা-চিলিকেট খনিজ পদার্থই অত্যন্ত বিৰল । আন কিছুমান আকৌ অতি সহজভাৱে উপলব্ধ, যেনে, কেলচাইট, পাইৰাইট, মেগনেটাইট, হেমেটাইট ইত্যাদি ।
[[পৃথিৱী]]ৰ খোলাটোৰ গঠন আৰু ৰচনা চিলিকন(silicon) আৰু [[অক্সিজেন]](oxygen)ৰ দ্বাৰা প্ৰভাৱিত হয় । গতিকে, চিলিকেট(silicate) উপাদানসমূহ শিলা গঠন আৰু বৈচিত্ৰৰ ফালৰপৰা সকলোতকৈ গুৰুত্বপূৰ্ণ শ্ৰেণীৰ খনিজ পদাৰ্থ । অনা-চিলিকেট(non-silicate) খনিজ পদাৰ্থসমূহো অৰ্থনৈতিক দিশৰপৰা খুবেই দৰকাৰী । অনা-চিলিকেট খনিজ পদাৰ্থসমূহক সিহতৰ প্ৰধান ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি কেইটামান শ্ৰেণীত উপ-বিভাজিত কৰা হৈছে । সেই শ্ৰেণীসমূহ হৈছে, চালফাইড, হেলাইড, ওক্সাইড, হাইদ্ৰ’ক্সাইড, কাৰ্বনেট, নাইট্ৰেট, ব’ৰেট, চালফেট, ফচফেট আৰু জৈৱ যৌগ । সৰহসংখ্যক প্ৰজাতিৰ অনা-চিলিকেট খনিজ পদাৰ্থই অত্যন্ত বিৰল । আন কিছুমান আকৌ অতি সহজভাৱে উপলব্ধ, যেনে, কেলচাইট, পাইৰাইট, মেগনেটাইট, হেমেটাইট ইত্যাদি ।


[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]]
[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]]

10:39, 11 June 2015ৰ সংস্কৰণ

খনিজ পদাৰ্থ হৈছে প্ৰাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদাৰ্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ। খনিজ পদাৰ্থৰ সংজ্ঞা সম্পৰ্কে ৰাসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায়। সেই বৈশিষ্ট কেইটা হৈছে -

  1. ই প্ৰাকৃতিক ভাৱে উপলব্ধ ।
  2. কক্ষ তাপমাত্ৰাত(২৫0 চেলচিয়াচ) ই সুস্থিৰ ।
  3. ই কঠিন ।
  4. শৃংখলাবদ্ধ পাৰমাণৱিক বিন্যাস ।
  5. ইয়াক এক নিৰ্দিষ্ট ৰাসায়নিক সূত্ৰেৰে বুজাব পাৰি ।
  6. সাধাৰণতে অজৈৱ ।

অৱস্থিতি

খনিজ পদাৰ্থসমূহ পৃথিৱীমাটি, পানী আৰু বায়ুমণ্ডলত সকলোতে অৱস্থিত। সাধাৰণতে খনিজ পদাৰ্থ অজৈৱ হয় যদিওঁ, জৈৱিক খনিজ পদাৰ্থওঁ আছে আৰু জৈৱিক খনিজ পদাৰ্থসমূহ আমাৰ শৰীৰৰ বাবে আতিকৈ দৰকাৰী । সেয়েহে, আমাৰ দৈনন্দিন খাদ্যবস্তুৰ লগত কম বেছি পৰিমানে জৈৱিক খনিজ পদাৰ্থ মিহলি হৈ থকাটো বাঞ্চনীয়।

ভৌতিক আৰু ৰাসায়নিক গুণসমূহ

যিকেইটা প্ৰধান ভৌতিক গুণৰ ওপৰত ভিত্তি কৰি খনিজ পদাৰ্থসমূহ বিভিন্ন শ্ৰেণীত বিভক্ত কৰা হয়, সেইকেইটা হ’ল, ভৌত ষ্ফটিক গঠন, কঠোৰতা, দিপ্তী, বৰণ ঘনত্ব ইত্যাদি। খনিজ পদাৰ্থৰ ৰাসায়নিক গুণসমূহ নিৰূপণ কৰিবলৈ ইয়াক প্ৰথমতে পাতল অম্ল দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিয়া হয়। সেই বিক্ৰিয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ইয়াৰ ৰাসায়নিক গুণসমূহ শ্ৰেণীভুক্তকৰণ কৰা হয়।

খনিজ পদাৰ্থৰ প্ৰকাৰসমূহ

পৃথিৱীৰ খোলাটোৰ গঠন আৰু ৰচনা চিলিকন(silicon) আৰু অক্সিজেন(oxygen)ৰ দ্বাৰা প্ৰভাৱিত হয় । গতিকে, চিলিকেট(silicate) উপাদানসমূহ শিলা গঠন আৰু বৈচিত্ৰৰ ফালৰপৰা সকলোতকৈ গুৰুত্বপূৰ্ণ শ্ৰেণীৰ খনিজ পদাৰ্থ । অনা-চিলিকেট(non-silicate) খনিজ পদাৰ্থসমূহো অৰ্থনৈতিক দিশৰপৰা খুবেই দৰকাৰী । অনা-চিলিকেট খনিজ পদাৰ্থসমূহক সিহতৰ প্ৰধান ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি কেইটামান শ্ৰেণীত উপ-বিভাজিত কৰা হৈছে । সেই শ্ৰেণীসমূহ হৈছে, চালফাইড, হেলাইড, ওক্সাইড, হাইদ্ৰ’ক্সাইড, কাৰ্বনেট, নাইট্ৰেট, ব’ৰেট, চালফেট, ফচফেট আৰু জৈৱ যৌগ । সৰহসংখ্যক প্ৰজাতিৰ অনা-চিলিকেট খনিজ পদাৰ্থই অত্যন্ত বিৰল । আন কিছুমান আকৌ অতি সহজভাৱে উপলব্ধ, যেনে, কেলচাইট, পাইৰাইট, মেগনেটাইট, হেমেটাইট ইত্যাদি ।