"৭ মে'"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
র-ৰ পেট কাটি ৰ কৰা হ'ল
(শ্ৰেণী:বৰ্ষপঞ্জি বিলোপ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে)
(র-ৰ পেট কাটি ৰ কৰা হ'ল)
(১) অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ্মীভূত হয় ২০০৫ চনৰ আজিৰ দিনটোত।
 
(২) ১৮৪৯ চনৰ আজিৰ দিনটোত [[ঈশ্বৰচন্দ্রঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ]] আৰু জন বেথুনৰ নেতৃত্বত কলকাতাত প্রতিষ্ঠিতপ্ৰতিষ্ঠিত হয় ‘নেটিভ ব্রউনব্ৰউন স্কুল’ ৷ পিছলৈ এইখনেই হয়গৈ ‘ব্রাউন‘ব্ৰাউন স্কুল’।
 
(৩) কবিগুৰু [[ৰবীন্দ্রৰবীন্দ্ৰ নাথ ঠাকুৰ]]ৰ জন্ম হয় ১৮৬১ চনৰ আজিৰ দিনটোত।
 
(৪) ১৮৬৮ চনৰ আজিৰ দিনটোত [[ব্লাদিশ্লাভ ষ্টেনিশ্লাভ ৰেমণ্ট]]ৰ জন্ম হয় ৷ ‘দ্যা পীজেণ্ট’ নামৰ উপন্যাসৰ বাবে তেওঁ ১৯২৪ চনত সাহিত্যৰ [[নোবেল বঁটা]] লাভ কৰিছিল।
 
(৫) ১৮৯২ চনৰ আজিৰ দিনটোত যুগোশ্লাভিয়াৰ ৰাষ্ট্রপতিৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ জন্ম হয় ।
 
(৬) ১৮১২ চনৰ আজিৰ দিনটোত ইংৰাজ কবি [[ৰবাৰ্ট ব্রাউনিঙৰব্ৰাউনিঙৰ]] জন্ম হয় ।
 
(৭) আজিৰ দিনটোত ১৮৩২ চনত গ্রীচগ্ৰীচ সাম্রাজ্যসাম্ৰাজ্য স্বাধীন সাম্রাজ্যতসাম্ৰাজ্যত পৰিণত হয় ।
 
(৮) জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে ১৯৮৯ চনৰ আজিৰ দিনটোত । এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাত ৷
272

টা সম্পাদনা

সা-সঁজুলি