মিচিং ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
IKHazarika (আলোচনা | বৰঙণি) অ পৃষ্ঠা মিচিং ভাষালগতে চাওকতথ্য সংগ্ৰহবাহ্যিক সংযোগৰ পৰা মিচিং ভাষালৈ IKHazarikaয়ে স্থানান্তৰ ক... |
IKHazarika (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
'''মিচিং '''বা '''ভৈয়ামৰ মিৰি '''বা''' তাকাম '''এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। ''মিচিং আগম কেবাং'' মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান। |
'''মিচিং '''বা '''ভৈয়ামৰ মিৰি '''বা''' তাকাম '''এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। ''মিচিং আগম কেবাং'' মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান।<ref>[http://mishingagomkebang.org/ মিচিং আগম কেবাঙৰ ৱেবচাইট</ref> |
||
==ভৌগোলিক বিতৰণ== |
|||
মিচিং ভাষী লোক অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে।<ref>ethnologue</ref> |
|||
মিচিং ভাষী লোক অসমৰ:এই ঠাইসমূহত বাস কৰে: |
|||
* লখিমপুৰ |
|||
* শোণিতপুৰ |
|||
* ধেমাজী |
|||
* ডিব্ৰুগড় |
|||
* শিবসাগৰ |
|||
* যোৰহাট |
|||
* গোলাঘাট |
|||
* তিনিচুকীয়া |
|||
মিচিং ভাষী লোক অৰুণাচল প্ৰদেশৰ এই ঠাইসমূহত বাস কৰে |
|||
* ডাপ'ৰিজ' |
|||
* পাচিঘাট |
|||
* জিৰো |
|||
==তথ্য সংগ্ৰহ== |
|||
{{Reflist}} |
09:18, 28 April 2016ৰ সংস্কৰণ
মিচিং বা ভৈয়ামৰ মিৰি বা তাকাম এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। মিচিং আগম কেবাং মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান।[1]
ভৌগোলিক বিতৰণ
মিচিং ভাষী লোক অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে।[2] মিচিং ভাষী লোক অসমৰ:এই ঠাইসমূহত বাস কৰে:
- লখিমপুৰ
- শোণিতপুৰ
- ধেমাজী
- ডিব্ৰুগড়
- শিবসাগৰ
- যোৰহাট
- গোলাঘাট
- তিনিচুকীয়া
মিচিং ভাষী লোক অৰুণাচল প্ৰদেশৰ এই ঠাইসমূহত বাস কৰে
- ডাপ'ৰিজ'
- পাচিঘাট
- জিৰো
তথ্য সংগ্ৰহ
- ↑ [http://mishingagomkebang.org/ মিচিং আগম কেবাঙৰ ৱেবচাইট
- ↑ ethnologue