সমৰ কলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
11 নং শাৰী: 11 নং শাৰী:


===[[কিক্‌ বক্সীং]]===
===[[কিক্‌ বক্সীং]]===
(ইংৰাজী: Kickboxing)সত্তৰৰ দশকৰ পৰাই জনপ্ৰিয় হৈ উঠা এই খেল বিধ আচলতে ফুল্ কন্টেক্ট কাৰাটেৰ পৰাই উদ্ভ্ব হৈছে। জ' লুইচ, বিল ৱালেছ, জেফ স্মিথ আদি কেইজনমান খেলুৱৈৰ নাম এই ক্ষেত্ৰত উল্লেখ কৰিব পৰা যায়।
(ইংৰাজী: Kickboxing)

===[[মুৱাই থাই]]===
===[[মুৱাই থাই]]===
(ইংৰাজী:Muay Thai)
(ইংৰাজী:Muay Thai)

14:46, 18 June 2016ৰ সংস্কৰণ


এগৰাকী কাৰাটেকা

সমৰ কলা (ইংৰাজী:Martial Arts) শব্দটো বৰ্তমান বিশ্বৰ ক্ৰীড়া জগতত বিস্তৃতি লাভ কৰিছে।সমৰ কলা বা যুদ্ধ কলা বুলিলে প্ৰদৰ্শনীমূলক বা প্ৰতিযোগিতামূলক যুদ্ধ কলা বা সমৰ কৌশলক বুজায়। কলা সন্মত ভাবে বিভিন্ন ভঙ্গীমাৰে মনোৰঞ্জনৰ অৰ্থে কৌশল সমুহৰ প্ৰদৰ্শন হয় বাবেই ই প্ৰকৃত পক্ষে যুদ্ধ বা সমৰ কৌশল যদিও ইয়াক কলা বোলা হয়।আনহাতেদি আত্মৰক্ষাৰ বাবে উপযুগী এক বিজ্ঞানসন্মত পদ্ধতি বাবে ইয়াক আত্মৰক্ষা বিজ্ঞানো (Science of self-defense) বোলা হয়। ইংৰাজী Martial Arts শব্দটো মূল লেটিন শব্দ মাৰ্চৰ পৰা আহিছে।লেটিন শব্দ মাৰ্চৰ অৰ্থ হ'ল ৰোমান সকলৰ যুদ্ধৰ দেৱতা[1]

সমৰ কলাৰ বিভিন্ন বিভাগ

সমৰ কলা বা মাৰ্চিয়েল আৰ্ট বুলিলে মল্ল, মুস্তি, অসি, লাঠি ইত্যাদি সকলো ধৰণৰ যুদ্ধৰ কলাসন্মত প্ৰদৰ্শনীমূলক কৌশলক বুজাই যদিও বৰ্তমান প্ৰধানকৈ চীন, জাপান, কোৰিয়া আদি ঠাইৰ জুড কাৰাতে, কংফু, টাইকোৱান'ডো, কেনড' আদি সমৰকলা সমুহহে সাৰ্বজনীন ভাৱে জনপ্ৰিয়।বিজ্ঞানসন্মত আধুনিকৰণ আৰু উন্নতিকৰণ ইয়াৰ জনপ্ৰিয়তাৰ মূল কাৰণ।বৰ্তমান পৃথিবীত বহল ভাৱে জনপ্ৰিয় কেইবিধমান সমৰকলাৰ বিষয়ে তলত উল্লেখ কৰা হল।

কাৰাটে

(ইংৰাজী:Karate)একেধাৰে দেহতত্ব বা শৰীৰ বিজ্ঞান, মনোবিজ্ঞান, যোগদৰ্শণ আৰু বিভিন্ন সমৰ কৌশল বা আত্মৰক্ষাৰ কৌশল সমুহক ভিত্তি কৰি সৃষ্টি কৰা সমৰ কলাৰ অন্যতম কাৰাটেৰ বিকাশ আজিৰ পৰা প্ৰয় ২০০০ বছৰৰ আগতে বৌদ্ধ ধৰ্ম্মালম্বী চীনা ভিক্ষুক সকলৰ মাজতে হৈছিল।

টাইকোৱানড'

(ইংৰাজী:Taekwondo)। এইবিধ বৰ্তমান বিশ্বত জনপ্ৰিয় হোৱা আন এবিধ সমৰ কলা। কোৰিয়াত জন্ম হোৱা এই কলাত কাৰাটে অৰু কুংফুৰ লগতে কোৰিয়াৰ স্থানীয় সমৰ কলাৰ কলা-কৌশলৰ সমাহাৰ দেখা যায়।

কিক্‌ বক্সীং

(ইংৰাজী: Kickboxing)সত্তৰৰ দশকৰ পৰাই জনপ্ৰিয় হৈ উঠা এই খেল বিধ আচলতে ফুল্ কন্টেক্ট কাৰাটেৰ পৰাই উদ্ভ্ব হৈছে। জ' লুইচ, বিল ৱালেছ, জেফ স্মিথ আদি কেইজনমান খেলুৱৈৰ নাম এই ক্ষেত্ৰত উল্লেখ কৰিব পৰা যায়।

মুৱাই থাই

(ইংৰাজী:Muay Thai)

টাংচু ড'

(ইংৰাজী:Tang Soo Do)

উচু

(ইংৰাজী: Wushu)

ব্ৰাজিলিয়ান জুজুৎসু

(ইংৰাজী: Brazilian jujutsu)

জুদো

(ইংৰাজী: judo)

এইকিদ'

(ইংৰাজী: Aikido)

হেপকিদ'

(ইংৰাজী: Hapkido)

বক্সিং

(ইংৰাজী: Boxing)

জীত কুনে দ'

(ইংৰাজী: Jeet Kune Do)

কুংফু

(ইংৰাজী: Kung Fu)

থাং তা

(ইংৰাজী: Thang Ta)

তথ্য সংগ্ৰহ

  1. "Martial Arts". http://en.wikipedia.org/wiki/Martial_arts#cite_note-1। আহৰণ কৰা হৈছে: December 17, 2012.