কৌৰৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
added Category:মহাভাৰতৰ চৰিত্ৰ using HotCat |
|||
4 নং শাৰী: | 4 নং শাৰী: | ||
==কৌৰৱৰ জন্ম বৃত্তান্ত== |
==কৌৰৱৰ জন্ম বৃত্তান্ত== |
||
মহাভাৰতৰ মতে গান্ধাৰিয়ে কুন্তিৰ আগতে সন্তান জন্ম হোৱাৰ দুখতে তেওৰ সন্তান ৰজা নহ'ব বুলি দুখতে গৰ্ভ নষ্ট কৰাৰ চেষ্ঠা কৰে, কিন্তু ব্যাসদেৱে আহি গৰ্ভধাৰণ কৰা মাংসপিণ্ড এশটা ঘিউৰ পাত্ৰত ৰাখি দিয়ে য'ৰ পৰা এশ সন্তানৰ জন্ম হয়। |

[[শ্ৰেণী:মহাভাৰতৰ চৰিত্ৰ]] |
08:39, 26 July 2016ৰ সংস্কৰণ
কৌৰৱ মহাভাৰতৰ চৰিত্ৰ বিশেষ। কৌৰৱ শব্দৰ উৎপত্তি কুৰু শব্দৰ পৰা আহিছে। হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰৰ এশ সন্তানক একেলগে কৌৰৱ বুলি কোৱা হয়। দুৰ্যোধন কৌৰৱৰ জেষ্ঠ ভাতৃ আৰু দুঃশলা কণিষ্ঠ ভগ্নী।
কৌৰৱৰ পিতৃ-মাতৃ
হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰ তথা গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী কৌৰৱৰ পিতৃ মাতৃ।
কৌৰৱৰ জন্ম বৃত্তান্ত
মহাভাৰতৰ মতে গান্ধাৰিয়ে কুন্তিৰ আগতে সন্তান জন্ম হোৱাৰ দুখতে তেওৰ সন্তান ৰজা নহ'ব বুলি দুখতে গৰ্ভ নষ্ট কৰাৰ চেষ্ঠা কৰে, কিন্তু ব্যাসদেৱে আহি গৰ্ভধাৰণ কৰা মাংসপিণ্ড এশটা ঘিউৰ পাত্ৰত ৰাখি দিয়ে য'ৰ পৰা এশ সন্তানৰ জন্ম হয়।