মৈথিলী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
'''মৈথিলী''' (মৈথিলী ভাষাত: मैथिली) এটা [[ইন্দো-আৰ্য ভাষাসমূহ|ইন্দো-আৰ্য ভাষা]]। ই মূলত ভাৰতৰ বিহাৰ ৰাজ্য আৰু নেপালেৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ইন্দো-আৰ্য ভাষা হিচাবে গণ্য কৰে । হিন্দীতকৈ বাংলা, অসমীয়া আৰু ওড়িয়াৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাবে গণ্য কৰা হৈছিল যদিও [[২০০৩]] চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাবে সাংবিধানিক স্বীকৃতি লাভ কৰে।
{{Unreferenced|date=এপ্ৰিল ২০১৪}}
{{তথ্যছক-ভাষা
|name=মৈথিলী
|nativename=मैथिली
|states=[[ভাৰত]], [[নেপাল]]
|region=ভাৰতৰ [[বিহাৰ]] ৰাজ্য
|speakers=৪.৫ কোটি
|rank=৪০
|familycolor=Indo-European
|fam2=[[ইন্দো-ইৰানীয় ভাষাসমূহ|ইন্দো-ইৰানীয়]]
|fam3=[[ইন্দো-আৰ্য ভাষাসমূহ|ইন্দো-আৰ্য]]
|fam4=[[পূৰ্ব ইন্দো-আৰ্য ভাষাসমূহ|পূৰ্ব দল]]
|fam5=[[বিহাৰী ভাষাসমূহ|বিহাৰী]]
|script=[[দেৱনাগৰী]], [[কাইথি]], [[মিথিলাক্ষৰ]]
|nation=[[বিহাৰ]] ৰাজ্য, [[ভাৰত]]
|iso1=bh ([[বিহাৰী ভাষা|বিহাৰী]])
|iso2=mai
|iso3=mai}}
'''মৈথিলি''' (মৈথিলি ভাষায়: मैथिली) একটি [[ইন্দো-আর্য ভাষাসমূহ|ইন্দো-আর্য ভাষা]]। এটি মূলত ভারতের বিহার রাজ্য ও নেপালের পূর্বাঞ্চলীয় তেরাই এলাকায় প্রচলিত। ভাষাবিজ্ঞানীরা মৈথিলিকে একটি পূর্ব ইন্দো-আর্য ভাষা হিসেবে গণ্য করেন, তাই এটি কেন্দ্রীয় ইন্দো-আর্য ভাষা যেমন হিন্দি ভাষার চেয়ে আলাদা, এবং বাংলা, অসমীয়া ও ওড়িয়ার সাথে এর সম্পর্ক বেশি। কিন্তু ভারতের আদমশুমারিতে এটিকে হিন্দির একটি উপভাষা হিসেবে গণ্য করা হয়েছে। [[২০০৩]] সালে এটি ভারতের একটি স্বতন্ত্র সরকারি ভাষা হিসেবে সাংবিধানিক স্বীকৃতি পায়।


মৈথিলি ভাষা মৈথিলি লিপিতে লেখা হত, যার সাথে বাংলা লিপির মিল আছে। তবে বর্তমানে এটি দেবনাগরী লিপিতে লেখা হয়।
মৈথিলি ভাষা মৈথিলী লিপিতে লিখা হৈছিল, যাৰ লগত অসমীয়া আৰু বাংলা লিপিৰ মিল আছে। কিন্তু বৰ্তমানে দেৱনাগৰী লিপিত এই ভাষা লিখা হয়।


মৈথিলি ভাষার নাম প্রাচীন ভারতীয় রাজ্য মিথিলা থেকে এসেছে। প্রায় সাড়ে চার কোটি লোক মৈথিলি ভাষায় কথা বলেন। ভাষার সবচেয়ে বিখ্যাত সাহিত্যিক হলেন কবি [[বিদ্যাপতি]]।
মৈথিলী ভাষাৰ নাম প্ৰাচীন ভাৰতীয় ৰাজ্য মিথিলাৰ পৰা আহিছে। প্ৰায় চাৰে চাৰি কোটি মানুহে মৈথিলী ভাষাযত কথা পাতে। এই ভাষাৰ সবাতকৈ বিখ্যাত সাহিত্যিক হ'ল কবি [[বিদ্যাপতি]]।

==মৈথিলী লিপি==

05:19, 25 August 2016ৰ সংস্কৰণ

মৈথিলী (মৈথিলী ভাষাত: मैथिली) এটা ইন্দো-আৰ্য ভাষা। ই মূলত ভাৰতৰ বিহাৰ ৰাজ্য আৰু নেপালেৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ইন্দো-আৰ্য ভাষা হিচাবে গণ্য কৰে । হিন্দীতকৈ বাংলা, অসমীয়া আৰু ওড়িয়াৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাবে গণ্য কৰা হৈছিল যদিও ২০০৩ চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাবে সাংবিধানিক স্বীকৃতি লাভ কৰে।

মৈথিলি ভাষা মৈথিলী লিপিতে লিখা হৈছিল, যাৰ লগত অসমীয়া আৰু বাংলা লিপিৰ মিল আছে। কিন্তু বৰ্তমানে দেৱনাগৰী লিপিত এই ভাষা লিখা হয়।

মৈথিলী ভাষাৰ নাম প্ৰাচীন ভাৰতীয় ৰাজ্য মিথিলাৰ পৰা আহিছে। প্ৰায় চাৰে চাৰি কোটি মানুহে মৈথিলী ভাষাযত কথা পাতে। এই ভাষাৰ সবাতকৈ বিখ্যাত সাহিত্যিক হ'ল কবি বিদ্যাপতি

মৈথিলী লিপি