হোক্কাইডো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''হোক্কাইডো''' {{En|Hokkaido|北海道|Hokkaidō|আক্ষৰিক "উত্তৰ সমুদ্ৰৰ wikt:বৰ্ত্ম|বৰ...
(কোনো পাৰ্থক্য নাই)

13:34, 1 November 2016ৰ সংস্কৰণ

হোক্কাইডো (ইংৰাজী: Hokkaido; 北海道 Hokkaidō আক্ষৰিক "উত্তৰ সমুদ্ৰৰ বৰ্ত্ম" - জাপানী: [hokkaidoː] ( শুনক) ) হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে এযো, য়েযো, য়েছো আদি। হোক্কাইডো হোনশু দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।[1] সমুদ্ৰৰ তলেৰে সেইকান সুৰংগৰ মাজেৰে দুই দ্বীপৰ মাজত ৰেল যোগাযোগ ব্যবস্থা আছে। ৰাজধানী চহৰ ছাপ্পোৰো হ'ল হোক্কাইডোৰ বৃহত্তম নগৰ। এই সমগ্ৰ দ্বীপ চৰকাৰী অধ্যাদেশৰ মাধ্যমে প্রত্যয়িত একমাত্ৰ নগৰ।

  1. Nussbaum, Louis-Frédéric. (2005). "Hokkaido" in জাপান বিশ্বকোষ, p. 343, p. 343, গুগুল বুকচ্‌