হোক্কাইডো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
1 নং শাৰী: 1 নং শাৰী:
'''হোক্কাইডো''' {{En|Hokkaido|北海道|Hokkaidō|আক্ষৰিক "উত্তৰ সমুদ্ৰৰ [[wikt:বৰ্ত্ম|বৰ্ত্ম]]"|{{IPA-ja|hokkaidoː|lang|ja-hokkaido.ogg}}}} হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে '''এযো''', '''য়েযো''', '''য়েছো''' আদি। হোক্কাইডো [[হোনশু]] দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।<ref name="nussbaum343">[[Louis Frédéric|Nussbaum, Louis-Frédéric]]. (2005). "Hokkaido" in ''জাপান বিশ্বকোষ'', p. 343|page=343</ref> সমুদ্ৰৰ তলেৰে সেইকান সুৰংগৰ মাজেৰে দুই দ্বীপৰ মাজত ৰেল যোগাযোগ ব্যবস্থা আছে। ৰাজধানী চহৰ ছাপ্পোৰো হ'ল হোক্কাইডোৰ বৃহত্তম নগৰ। এই সমগ্ৰ দ্বীপ চৰকাৰী অধ্যাদেশৰ মাধ্যমে প্রত্যয়িত একমাত্ৰ নগৰ।
'''হোক্কাইডো''' {{En|Hokkaido|北海道|Hokkaidō|আক্ষৰিক "উত্তৰ সমুদ্ৰৰ [[wikt:বৰ্ত্ম|বৰ্ত্ম]]"|{{IPA-ja|hokkaidoː|lang|ja-hokkaido.ogg}}}} হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে '''এযো''', '''য়েযো''', '''য়েছো''' আদি। হোক্কাইডো [[হোনশু]] দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।<ref name="nussbaum343">[[Louis Frédéric|Nussbaum, Louis-Frédéric]]. (2005). "Hokkaido" in ''জাপান বিশ্বকোষ'', p. 343|page=343</ref> সমুদ্ৰৰ তলেৰে সেইকান সুৰংগৰ মাজেৰে দুই দ্বীপৰ মাজত ৰেল যোগাযোগ ব্যবস্থা আছে। ৰাজধানী চহৰ ছাপ্পোৰো হ'ল হোক্কাইডোৰ বৃহত্তম নগৰ। এই সমগ্ৰ দ্বীপ চৰকাৰী অধ্যাদেশৰ মাধ্যমে প্রত্যয়িত একমাত্ৰ নগৰ।
==ইতিহাস==
==ইতিহাস==
আইনু, নিভ্‌খ্‌ আৰু উৰোক জনজাতি আছিল প্ৰাকঐতিহাসিক হোক্কাইডো দ্বীপত<ref name="Japan Handbook p760">''জাপান হাতবই'', p. 760</ref> প্ৰথম বসতি স্থাপন কৰা মানৱ জনগোষ্ঠী।<ref>"[http://news.bbc.co.uk/2/hi/asia-pacific/7437244.stm অবশেষে জাপানে আইনুদের স্বীকৃতি ]". BBC News. July 6, 2008</ref> নথিবদ্ধ ইতিহাসত হোক্কাইডোৰ প্ৰথম উল্লেখ পোৱা যায় ৭২০ খ্ৰীঃত ৰচিত ''[[নিহন শোকি]]'' নামৰ গ্ৰন্থত। এই গ্ৰন্থ অনুযায়ী ৬৫৮ৰ পৰা ৬৬০ খ্ৰীঃত আবে নো হিৰাফু নামৰ এজন সামৰিক অধিকৰ্তাই এক বিশাল নৌ বাহিনী আৰু সেনাবাহিনী লৈ উত্তৰৰ সমুদ্ৰৰ পৰা অভিযান চলাই আৰু মিছিহাছে তথা এমিছি জনগোষ্ঠীৰ সংস্পৰ্শলৈ আহে। হিৰাফু যিবোৰ অঞ্চললৈ গৈছিল তাৰ ভিতৰত এটা অঞ্চল আছিল {{nihongo|ৱাতাৰিছিমা|渡島}}। এই স্থানকেই অনেকে বৰ্তমানৰ হোক্কাইডো বুলি কব বিচাৰে। অৱশ্যে এই গ্ৰন্থখনৰ তথ্য সম্পৰ্কে অনেকে অনেক ধৰণৰ ব্যাখ্যা আগবঢ়ায়। এটা ব্যাখ্যা অনুযায়ী ৱাতাৰিছিমাৰ এমিছি জনগোষ্ঠীয়েই বৰ্তমানৰ হোক্কাইডোবাসী জনতা।
আইনু, নিভ্‌খ্‌ আৰু উৰোক জনজাতি আছিল প্ৰাকঐতিহাসিক হোক্কাইডো দ্বীপত<ref name="Japan Handbook p760">''জাপান হাতবই'', p. 760</ref> প্ৰথম বসতি স্থাপন কৰা মানৱ জনগোষ্ঠী।<ref>"[http://news.bbc.co.uk/2/hi/asia-pacific/7437244.stm অবশেষে জাপানে আইনুদের স্বীকৃতি ]". BBC News. July 6, 2008</ref> নথিবদ্ধ ইতিহাসত হোক্কাইডোৰ প্ৰথম উল্লেখ পোৱা যায় ৭২০ খ্ৰীঃত ৰচিত ''[[নিহন শোকি]]'' নামৰ গ্ৰন্থত। এই গ্ৰন্থ অনুযায়ী ৬৫৮ৰ পৰা ৬৬০ খ্ৰীঃত আবে নো হিৰাফু নামৰ এজন সামৰিক অধিকৰ্তাই এক বিশাল নৌ বাহিনী আৰু সেনাবাহিনী লৈ উত্তৰৰ সমুদ্ৰৰ পৰা অভিযান চলাই আৰু মিছিহাছে তথা এমিছি জনগোষ্ঠীৰ সংস্পৰ্শলৈ আহে। হিৰাফু যিবোৰ অঞ্চললৈ গৈছিল তাৰ ভিতৰত এটা অঞ্চল আছিল {{nihongo|ৱাতাৰিছিমা|渡島}}। এই স্থানকেই অনেকে বৰ্তমানৰ হোক্কাইডো বুলি কব বিচাৰে। অৱশ্যে এই গ্ৰন্থখনৰ তথ্য সম্পৰ্কে অনেকে অনেক ধৰণৰ ব্যাখ্যা আগবঢ়ায়। এটা ব্যাখ্যা অনুযায়ী ৱাতাৰিছিমাৰ এমিছি জনগোষ্ঠীয়েই বৰ্তমানৰ হোক্কাইডোবাসী জনতা '''আইমু'''।

[[নাৰা যুগ|নাৰা]] আৰু [[হেইয়ান যুগ]]ত (৭১০-১১৮৫ খ্ৰীঃ) দেৱা প্ৰদেশ নামৰ জাপান চৰকাৰৰ এটা ঘাটিৰ লগত বাণিজ্য কৰিছিল। [[জাপানৰ ইতিহাস#জাপানৰ মধ্যযুগ|মধ্যযুগ]]লৈকে হোক্কাইডোৰ অধিবাসীসকলক এযো বুলি মাতিবলৈ আৰম্ভ কৰা হয় আৰু হোক্কাইডোৰ নাম হয় এযোচি<ref>{{cite book|last1=McClain|first1=James L.|title=Japan, A Modern History|date=2002|publisher=W.W. Norton & Company|location=New York, N.Y.|isbn=0-393-04156-5|page=285|edition=First}}</ref> {{nihongo|এযোচি|蝦夷地||অৰ্থ "এযো-ভূমি"}} বা {{nihongo|এযোগাছিমা|蝦夷ヶ島||আক্ষৰিক "এযোৰ দ্বীপ"}}। এযোৰ মূল জীৱিকা আছিল চিকাৰ আৰু মাছ ধৰা। চাল আৰু লো তেওঁলোকে জাপানী সকলৰ পৰা আমদানি কৰিছিল।
[[নাৰা যুগ|নাৰা]] আৰু [[হেইয়ান যুগ]]ত (৭১০-১১৮৫ খ্ৰীঃ) দেৱা প্ৰদেশ নামৰ জাপান চৰকাৰৰ এটা ঘাটিৰ লগত বাণিজ্য কৰিছিল। [[জাপানৰ ইতিহাস#জাপানৰ মধ্যযুগ|মধ্যযুগ]]লৈকে হোক্কাইডোৰ অধিবাসীসকলক এযো বুলি মাতিবলৈ আৰম্ভ কৰা হয় আৰু হোক্কাইডোৰ নাম হয়
{{nihongo|এযোচি|蝦夷地||অৰ্থ "এযো-ভূমি"}}<ref>{{cite book|last1=McClain|first1=James L.|title=Japan, A Modern History|date=2002|publisher=W.W. Norton & Company|location=New York, N.Y.|isbn=0-393-04156-5|page=285|edition=First}}</ref> বা {{nihongo|এযোগাছিমা|蝦夷ヶ島||আক্ষৰিক "এযোৰ দ্বীপ"}}। এযোৰ মূল জীৱিকা আছিল চিকাৰ আৰু মাছ ধৰা। চাল আৰু লো তেওঁলোকে জাপানী সকলৰ পৰা আমদানি কৰিছিল।


[[মুৰোমাচি যুগ]]ত (১৩৩৬-১৫৭৩) জাপানী সকলে উছিমা উপদ্বীপৰ দক্ষিণে এটি জনপদ স্থাপন কৰে। যুদ্ধৰ শেষত ক্ৰমশঃ অধিক সংখ্যক জাপানী এই জনপদলৈ আহিবলৈ আৰম্ভ কৰে। জাপানী আৰু আইনু সকলৰ মাজত বিবাদ আৰম্ভ হয়। এই বিবাদ ক্ৰমশঃ বাঢ়ি বাঢ়ি যুদ্ধৰ ৰূপ লয়। ১৪৫৭ খ্ৰীঃত তাকেদা নোবুহিৰোৰ হাতত আইনু নেতা কোছামাইন নিহত হয় আৰু জাপানী সকলে আইনু সকলক পৰাস্ত কৰে।<ref name="Japan Handbook p760" /> নোবুহিৰোৰ উত্তৰ পুৰুষ সকলে হোক্কাইডোত মাৎসুম পৰিয়ালৰ শাসন বলবৎ কৰে। এই পৰিয়ালে [[আযুচি-মোমোইৱামা যুগ|আযুচি-মোমোইৱামা]] আৰু [[এদো যুগ]]ত (১৫৬৮-১৮৬৮ খ্ৰীঃ) আইনু সকলৰ সৈতে বাণিজ্যৰ একচ্ছত্র অধিকাৰ লাভ কৰে। মাৎসুমে পৰিয়ালৰ সমৃদ্ধি এই বাণিজ্যৰ ওপৰতেই নিৰ্ভৰশীল আছিল। দক্ষিণ এযোচিত ১৮৬৮ পৰ্যন্ত তেওঁলোকৰে কৰ্তৃত্ব আছিল।
[[মুৰোমাচি যুগ]]ত (১৩৩৬-১৫৭৩) জাপানী সকলে উছিমা উপদ্বীপৰ দক্ষিণে এটি জনপদ স্থাপন কৰে। যুদ্ধৰ শেষত ক্ৰমশঃ অধিক সংখ্যক জাপানী এই জনপদলৈ আহিবলৈ আৰম্ভ কৰে। জাপানী আৰু আইনু সকলৰ মাজত বিবাদ আৰম্ভ হয়। এই বিবাদ ক্ৰমশঃ বাঢ়ি বাঢ়ি যুদ্ধৰ ৰূপ লয়। ১৪৫৭ খ্ৰীঃত তাকেদা নোবুহিৰোৰ হাতত আইনু নেতা কোছামাইন নিহত হয় আৰু জাপানী সকলে আইনু সকলক পৰাস্ত কৰে।<ref name="Japan Handbook p760" /> নোবুহিৰোৰ উত্তৰ পুৰুষ সকলে হোক্কাইডোত মাৎসুম পৰিয়ালৰ শাসন বলবৎ কৰে। এই পৰিয়ালে [[আযুচি-মোমোইৱামা যুগ|আযুচি-মোমোইৱামা]] আৰু [[এদো যুগ]]ত (১৫৬৮-১৮৬৮ খ্ৰীঃ) আইনু সকলৰ সৈতে বাণিজ্যৰ একচ্ছত্র অধিকাৰ লাভ কৰে। মাৎসুমে পৰিয়ালৰ সমৃদ্ধি এই বাণিজ্যৰ ওপৰতেই নিৰ্ভৰশীল আছিল। দক্ষিণ এযোচিত ১৮৬৮ পৰ্যন্ত তেওঁলোকৰে কৰ্তৃত্ব আছিল।

==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}

14:35, 1 November 2016ৰ সংস্কৰণ

হোক্কাইডো (ইংৰাজী: Hokkaido; 北海道 Hokkaidō আক্ষৰিক "উত্তৰ সমুদ্ৰৰ বৰ্ত্ম" - জাপানী: [hokkaidoː] ( শুনক) ) হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে এযো, য়েযো, য়েছো আদি। হোক্কাইডো হোনশু দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।[1] সমুদ্ৰৰ তলেৰে সেইকান সুৰংগৰ মাজেৰে দুই দ্বীপৰ মাজত ৰেল যোগাযোগ ব্যবস্থা আছে। ৰাজধানী চহৰ ছাপ্পোৰো হ'ল হোক্কাইডোৰ বৃহত্তম নগৰ। এই সমগ্ৰ দ্বীপ চৰকাৰী অধ্যাদেশৰ মাধ্যমে প্রত্যয়িত একমাত্ৰ নগৰ।

ইতিহাস

আইনু, নিভ্‌খ্‌ আৰু উৰোক জনজাতি আছিল প্ৰাকঐতিহাসিক হোক্কাইডো দ্বীপত[2] প্ৰথম বসতি স্থাপন কৰা মানৱ জনগোষ্ঠী।[3] নথিবদ্ধ ইতিহাসত হোক্কাইডোৰ প্ৰথম উল্লেখ পোৱা যায় ৭২০ খ্ৰীঃত ৰচিত নিহন শোকি নামৰ গ্ৰন্থত। এই গ্ৰন্থ অনুযায়ী ৬৫৮ৰ পৰা ৬৬০ খ্ৰীঃত আবে নো হিৰাফু নামৰ এজন সামৰিক অধিকৰ্তাই এক বিশাল নৌ বাহিনী আৰু সেনাবাহিনী লৈ উত্তৰৰ সমুদ্ৰৰ পৰা অভিযান চলাই আৰু মিছিহাছে তথা এমিছি জনগোষ্ঠীৰ সংস্পৰ্শলৈ আহে। হিৰাফু যিবোৰ অঞ্চললৈ গৈছিল তাৰ ভিতৰত এটা অঞ্চল আছিল ৱাতাৰিছিমা (渡島?)। এই স্থানকেই অনেকে বৰ্তমানৰ হোক্কাইডো বুলি কব বিচাৰে। অৱশ্যে এই গ্ৰন্থখনৰ তথ্য সম্পৰ্কে অনেকে অনেক ধৰণৰ ব্যাখ্যা আগবঢ়ায়। এটা ব্যাখ্যা অনুযায়ী ৱাতাৰিছিমাৰ এমিছি জনগোষ্ঠীয়েই বৰ্তমানৰ হোক্কাইডোবাসী জনতা আইমু

নাৰা আৰু হেইয়ান যুগত (৭১০-১১৮৫ খ্ৰীঃ) দেৱা প্ৰদেশ নামৰ জাপান চৰকাৰৰ এটা ঘাটিৰ লগত বাণিজ্য কৰিছিল। মধ্যযুগলৈকে হোক্কাইডোৰ অধিবাসীসকলক এযো বুলি মাতিবলৈ আৰম্ভ কৰা হয় আৰু হোক্কাইডোৰ নাম হয় এযোচি (蝦夷地?, অৰ্থ "এযো-ভূমি")[4] বা এযোগাছিমা (蝦夷ヶ島?, আক্ষৰিক "এযোৰ দ্বীপ")। এযোৰ মূল জীৱিকা আছিল চিকাৰ আৰু মাছ ধৰা। চাল আৰু লো তেওঁলোকে জাপানী সকলৰ পৰা আমদানি কৰিছিল।

মুৰোমাচি যুগত (১৩৩৬-১৫৭৩) জাপানী সকলে উছিমা উপদ্বীপৰ দক্ষিণে এটি জনপদ স্থাপন কৰে। যুদ্ধৰ শেষত ক্ৰমশঃ অধিক সংখ্যক জাপানী এই জনপদলৈ আহিবলৈ আৰম্ভ কৰে। জাপানী আৰু আইনু সকলৰ মাজত বিবাদ আৰম্ভ হয়। এই বিবাদ ক্ৰমশঃ বাঢ়ি বাঢ়ি যুদ্ধৰ ৰূপ লয়। ১৪৫৭ খ্ৰীঃত তাকেদা নোবুহিৰোৰ হাতত আইনু নেতা কোছামাইন নিহত হয় আৰু জাপানী সকলে আইনু সকলক পৰাস্ত কৰে।[2] নোবুহিৰোৰ উত্তৰ পুৰুষ সকলে হোক্কাইডোত মাৎসুম পৰিয়ালৰ শাসন বলবৎ কৰে। এই পৰিয়ালে আযুচি-মোমোইৱামা আৰু এদো যুগত (১৫৬৮-১৮৬৮ খ্ৰীঃ) আইনু সকলৰ সৈতে বাণিজ্যৰ একচ্ছত্র অধিকাৰ লাভ কৰে। মাৎসুমে পৰিয়ালৰ সমৃদ্ধি এই বাণিজ্যৰ ওপৰতেই নিৰ্ভৰশীল আছিল। দক্ষিণ এযোচিত ১৮৬৮ পৰ্যন্ত তেওঁলোকৰে কৰ্তৃত্ব আছিল।

তথ্য সংগ্ৰহ

  1. Nussbaum, Louis-Frédéric. (2005). "Hokkaido" in জাপান বিশ্বকোষ, p. 343|page=343
  2. 2.0 2.1 জাপান হাতবই, p. 760
  3. "অবশেষে জাপানে আইনুদের স্বীকৃতি ". BBC News. July 6, 2008
  4. McClain, James L. (2002). Japan, A Modern History (First সম্পাদনা). প্ৰকাশক New York, N.Y.: W.W. Norton & Company. পৃষ্ঠা. 285. ISBN 0-393-04156-5. 

মাৎসুমে পরিবারের শাসন জাপানে সামন্ততন্ত্রের বিস্তারের পরিপ্রেক্ষিতে বিচার্য। হোনশু দ্বীপের উত্তরে উত্তর ফুজিওয়ারা, আকিতা ইত্যাদি পরিবার ছিল কার্যত স্বাধীন, এবং তারা সম্রাট ও তাঁর প্রতিনিধি শোগুনতন্ত্রের প্রতি নামমাত্র আনুগত্য স্বীকার করত। হোক্কাইদোর সামন্ত প্রভুরা কখনও কখনও মধ্যযুগীয় জাপানি শাসনকাঠামোর সাথে সামঞ্জস্য রেখে শোগুনতন্ত্রের সঙ্গে মানানসই উপাধি নিতেন, আবার কখনও আপাত অ-জাপানি খেতাব গ্রহণ করতেন। বাস্তবিক, অনেক স্থানীয় সামন্তপ্রভুই ততদিনে জাপানি সমাজের অঙ্গীভূত হলেও এমিশি যোদ্ধাদের বংশধর ছিলেন।[1] মাৎসুমে পরিবার অন্যান্য জাপানি জনগোষ্ঠীর মতই য়ামাতো জাতির উত্তরসূরী ছিল, কিন্তু উত্তর হোনশুর বাসিন্দা এমিশিরা ছিল আইনু বংশজাত। কিন্তু মাৎসুমে পরিবারের শাসনের সময় অধিকাংশ এমিশিই য়ামাতোদের সাথে মেলামেশার ফলে শারীরিক ও সাংস্কৃতিক দিক দিয়ে য়ামাতোদের নিকটবর্তী হয়ে পড়েছিল। এর ফলে স্থানীয় জনবিন্যাসের ইতিহাসে প্রতিস্থাপন তত্ত্ব, অর্থাৎ আদিম জোমোন জনগোষ্ঠী পরবর্তী য়ায়োই জনগোষ্ঠীর আগমনে লোপ পায় এই মতবাদের[2] পরিবর্তে পরিবর্তন তত্ত্ব, অর্থাৎ জোমোনদের থেকেই য়ায়োইদের উদ্ভব হয় এই মতবাদের প্রচলন স্বাভাবিক হিসেবে প্রতিভাত হতে পেরেছিল।

অন্তিম এদো যুগৰ মাৎসুমে সামন্ত মাৎসুমে তাকাহিৰো। ১০ ডিচেম্বৰ, ১৮২৯-৯ জুন, ১৮৬৬

সামন্ততন্ত্রের বিরুদ্ধে আইনুদের অসংখ্য বিদ্রোহ অনুষ্ঠিত হয়, যাদের মধ্যে মুখ্য ছিল ১৬৬৯-১৬৭২ এর শাকুশাইনের বিদ্রোহ। ১৭৮৯ এ অনুষ্ঠিত মেনাশি-কুনাশির বিদ্রোহও দমন করা হয়। এই বিদ্রোহের পর থেকে জাপানি ও আইনু শব্দ দুটি স্পষ্টভাবে দুই পৃথক জনজাতিকে শনাক্ত করতে ব্যবহৃত হতে থাকে এবং মাৎসুমে পরিবার নিজেদেরকে 'বিশুদ্ধ জাপানি' হিসেবে প্রতিষ্ঠিত করে। ১৭৯৯-১৮২১ ও ১৮৫৫-১৮৫৮ খ্রিঃ এদো শোগুনতন্ত্র রাশিয়ার কাছ থেকে আসন্ন বিপদের আশঙ্কায় হোক্কাইদোর উপর সরাসরি কর্তৃত্ব প্রতিষ্ঠা করে।

  1. Howell, David. "Ainu Ethnicity and the Boundaries of the Early Modern Japanese State", Past and Present 142 (February 1994), p. 142
  2. Ossenberg, Nancy (see reference) has the best evidence of this relationship with the Jōmon. Also, a newer study, Ossenberg, et al., "Ethnogenesis and craniofacial change in Japan from the perspective of nonmetric traits" (Anthropological Science v.114:99-115) is an updated analysis published in 2006 which confirms this finding.