আদম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
ছাজিদুল ইছলাম (আলোচনা | বৰঙণি) নতুন পৃষ্ঠা: {{Infobox person | honorific_prefix = | name = আদম | honorific_suffix =চাল্লাহু আলাইহ... টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
(কোনো পাৰ্থক্য নাই)
|
14:47, 26 February 2017ৰ সংস্কৰণ
আদম আলাইহিছ-ছালাম ( عليه السلام ) | |
---|---|
আদম নামটো ইছলামী লিপিবিদ্যাত লিখা | |
স্থানীয় নাম | আদম - آدم |
জনা যায় | প্ৰথম মানুহ |
দাম্পত্যসঙ্গী | হাওআ - حواء |
সন্তান | হাবিল আৰু কাবিল - هابيل ,قابيل |
আদম ( আৰবী: آدم) আব্ৰাহামিক ধৰ্মত আদমক প্ৰথম মানৱ হিচাপে বিশ্বাস কৰা দেখা যায়। কোৰআনত বৰ্ণিত ইছলাম ধৰ্মৰ মতে আদম(আঃ) প্ৰথম মানুহ, প্রথম পয়গম্বৰ বা নবী। তেওঁৰ বুকুৰ এটা হাঁড়ৰ পৰা তেওঁৰ স্ত্ৰী হওআক "মানৱজাতিৰ মা" হিচাপে সৃষ্টি কৰা হৈছে বুলি ইছলাম ধৰ্মাৱলম্বী সকলে বিশ্বাস কৰে।[1]
- ↑ ইছলাম আৰু ইহুদীধৰ্মৰ নবী ঐতিহাসিক অভিধানত, পশ্চাদভাগ, আদম আৰু ইভ।