আউন্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''আউন্স''' (ইংৰাজী: Ounce) হ’ল ওজন আৰু আয়তন পৰিমাপৰ একক বিশেষ। ঘাইকৈ...
 
4 নং শাৰী: 4 নং শাৰী:


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

[[শ্ৰেণী:ভৰৰ একক]]

06:39, 25 August 2017ৰ সংস্কৰণ

আউন্স (ইংৰাজী: Ounce) হ’ল ওজন আৰু আয়তন পৰিমাপৰ একক বিশেষ। ঘাইকৈ ব্ৰিটিছ সাম্ৰাজ্যত প্ৰচলিত এই এককৰ ব্যৱহাৰ বৰ্তমান প্ৰায় অপ্ৰচলিত। সংক্ষেপে ‘১ আউন্স’ একক ‘1 Oz’ বুলি লিখা হয়। [1] কঠিন পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৩৫ গ্ৰাম তৰল পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৪৩ ঘন চেণ্টিমিটাৰ

তথ্যসূত্ৰ

  1. শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, পৃষ্ঠা নং: ৭৬