22,977
টা সম্পাদনা
(নতুন পৃষ্ঠা: '''২ ডিচেম্বৰ''' {{enwiki|2 December}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে [...) |
SlowPhoton (আলোচনা | বৰঙণি) অ (link ভূপেন হাজৰিকা using Find link) |
||
# ১৮০৪ চনৰ আজিৰ দিনটোতে [[নেপোলিয়ন বোনাৰ্পাট]] ফ্ৰান্সৰ একছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয় ।
# কাৰ্ল মাৰ্ক্সৰ পত্নী [[জেনী মাৰ্ক্স]]ৰ মৃত্যু হয় ১৮৮১ চনৰ আজিৰ দিনটোতে ।
# ফণি শৰ্মা পৰিচালিত আৰু [[ভূপেন হাজৰিকা]] প্ৰযোজিত ‘‘ছাৰ্টিফিকেট অব মেৰিট" লাভ কৰা প্ৰথম অসমীয়া ছবি [[পিয়লী ফুকন]] মুক্তি লাভ কৰিছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে ৷
== বাহ্যিক সংযোগ ==
|
টা সম্পাদনা