১ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
র-ৰ পেট কাটি ৰ কৰা হ'ল
Wikified
1 নং শাৰী: 1 নং শাৰী:
'''১ নৱেম্বৰ''' {{enwiki|1 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০৫ তম ([[অধিবৰ্ষ]]ত ৩০৬ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬০ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
'''১ নৱেম্বৰ''' {{enwiki|1 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০৫ তম ([[অধিবৰ্ষ]]ত ৩০৬ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬০ টা দিন বাকী থাকে৷



==ঘটনাৰাজী==
==ঘটনাৰাজী==
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

১/ ১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ শাসনৰ সামৰণি । সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত । ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয় ।
*১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ শাসনৰ সামৰণি। সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত। ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয়।
*১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ [[কলকাতা]]ত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয়।

*১৯৫৬ চনৰ আজিৰ দিনটোতে [[ত্ৰিপুৰা]] আৰু [[দিল্লী]]ক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা। ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয়।
২/ ১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ [[কলকাতা]]ত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয় ।
*১৯৬৬ চনৰ আজিৰ দিনটোতে [[পঞ্জাব, ভাৰত|পঞ্জাব]] দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু [[হাৰিয়ানা]] গঠন হয়। উভয়ৰে ৰাজধানী হয় [[চণ্ডীগড়]]।

*১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম [[কৰ্ণাটক]] কৰা হয়। লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে [[লাক্ষাদ্বীপ]] কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয়।
৩/ ১৯৫৬ চনৰ আজিৰ দিনটোতে [[ত্ৰিপুৰা]] আৰু [[দিল্লী]]ক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা । ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয় ।
*১৯৭৩ চনৰ আজিৰ দিনটোতে মোহময়ী অভিনেত্ৰী [[ঐশ্বৰ্য ৰায় বচ্চন]]ৰ জন্ম হয়।

*১৯৯৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয়।
৪/ ১৯৬৬ চনৰ আজিৰ দিনটোতে [[পঞ্জাব]] দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু [[হাৰিয়ানা]] গঠন হয়। উভয়ৰে ৰাজধানী হয় [[চণ্ডীগড়]]
*২০০০ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি [[ছত্তীছগঢ়]] ৰাজ্য গঠন কৰা হয়।

*২০০০ চনৰ আজিৰ দিনটোতে [[হৰেকৃষ্ণ ডেকা]]ৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্ভাৰ গ্ৰহণ কৰে।
৫/ ১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম [[কৰ্ণাটক]] কৰা হয় । লাক্ষাদ্বীপ , মিনিকয় আৰু আমিন ডিভিক একেলগে [[লাক্ষাদ্বীপ]] কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয় ।
*২০০২ চনৰ আজিৰ দিনটোতে এছ পি ভাৰুচাৰ উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে।

*১৯৫৫ চনৰ আজিৰ দিনটোত [[কিৰিপ চলিহা]]ৰ জন্ম হয়, তেখেত ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল।
৬/ ১৯৭৩ চনৰ আজিৰ দিনটোতে মোহময়ী অভিনেত্ৰী [[ঐশ্বৰ্য ৰায় বচ্চন]]ৰ জন্ম হয় ।
*১৯৩৮ চনৰ আজিৰ দিনটোত [[মধুৰাম বড়ো]]ৰ জন্ম হয়, তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক,সম্পাদক তথা শিক্ষাবিদ৷ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ৷

*১৯১৩ চনৰ আজিৰ দিনটোত [[আজলিতৰা নেওগ]] জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।
৭/ ১৯৯৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয় ।

৮/ ২০০০ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি [[ছত্তীশগড়]] ৰাজ্য গঠন কৰা হয় ।

৯/ ২০০০ চনৰ আজিৰ দিনটোতে [[হৰেকৃষ্ণ ডেকা]]ৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্ভাৰ গ্ৰহণ কৰে ।

১০/ ২০০২ চনৰ আজিৰ দিনটোতে এছ পি ভাৰুচাৰ উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে । তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে ।

১১/ ১৯৫৫ চনৰ আজিৰ দিনটোত [[কিৰিপ চলিহা]]ৰ জন্ম হয়, তেখেত ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল।

১২/ ১৯৩৮ চনৰ আজিৰ দিনটোত [[মধুৰাম বড়ো]]ৰ জন্ম হয়, তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক,সম্পাদক তথা শিক্ষাবিদ৷ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ৷

১৩/ ১৯১৩ চনৰ আজিৰ দিনটোত [[আজলিতৰা নেওগ]] জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==
{{commons|Category:1 November|১ নৱেম্বৰ}}
{{commons|Category:1 November|১ নৱেম্বৰ}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/november/1 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/november/1 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
{{Months}}
[[শ্ৰেণী:নৱেম্বৰ]]
[[শ্ৰেণী:নৱেম্বৰ]]

11:27, 12 February 2018ৰ সংস্কৰণ

১ নৱেম্বৰ (ইংৰাজী: 1 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৫ তম (অধিবৰ্ষত ৩০৬ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬০ টা দিন বাকী থাকে৷

ঘটনাৰাজী

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

  • ১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সামৰণি। সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত। ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয়।
  • ১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ কলকাতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয়।
  • ১৯৫৬ চনৰ আজিৰ দিনটোতে ত্ৰিপুৰা আৰু দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা। ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয়।
  • ১৯৬৬ চনৰ আজিৰ দিনটোতে পঞ্জাব দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু হাৰিয়ানা গঠন হয়। উভয়ৰে ৰাজধানী হয় চণ্ডীগড়
  • ১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক কৰা হয়। লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে লাক্ষাদ্বীপ কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয়।
  • ১৯৭৩ চনৰ আজিৰ দিনটোতে মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ জন্ম হয়।
  • ১৯৯৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয়।
  • ২০০০ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি ছত্তীছগঢ় ৰাজ্য গঠন কৰা হয়।
  • ২০০০ চনৰ আজিৰ দিনটোতে হৰেকৃষ্ণ ডেকাৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্ভাৰ গ্ৰহণ কৰে।
  • ২০০২ চনৰ আজিৰ দিনটোতে এছ পি ভাৰুচাৰ উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে।
  • ১৯৫৫ চনৰ আজিৰ দিনটোত কিৰিপ চলিহাৰ জন্ম হয়, তেখেত ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল।
  • ১৯৩৮ চনৰ আজিৰ দিনটোত মধুৰাম বড়োৰ জন্ম হয়, তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক,সম্পাদক তথা শিক্ষাবিদ৷ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ৷
  • ১৯১৩ চনৰ আজিৰ দিনটোত আজলিতৰা নেওগ জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।

বাহ্যিক সংযোগ