২১ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''২১ জানুৱাৰী''' {{enwiki|21 January}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰ...
 
23 নং শাৰী: 23 নং শাৰী:
{{Months}}
{{Months}}
[[শ্ৰেণী:জানুৱাৰী]]
[[শ্ৰেণী:জানুৱাৰী]]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]

09:25, 13 February 2018ৰ সংস্কৰণ

২১ জানুৱাৰী (ইংৰাজী: 21 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২১ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪ টা দিন (অধিবৰ্ষত ৩৪৮ টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -


ঘটনাৰাজী

  1. অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা, বিষ্ণুৰাম মেধিৰ মৃত্যু হৈছিল ১৯৮১ চনৰ আজিৰ দিনটোতে ৷
  2. গজেন বৰুৱা ৷ নৃত্যশিল্পীৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা, প্ৰথম অসমীয়া কথাছবি "জয়মতী"ৰ অভিনেতা ‘‘শোণিতকোঁৱৰ’’ৰ মৃত্যু হৈছিল ১৯৭৭ আজিৰ দিনটোতে৷
  3. উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল নিউজ লাইভৰ প্ৰতিষ্ঠা হৈছিল ২০০৮ বৰ্ষৰ আজিৰ দিনটোতে ৷
  4. উত্তৰ-পূৱ ভাৰতৰ এখন ৰাজ্য, যাৰ ৰাজধানী ইম্ফল, সেই মণিপুৰ ৰাজ্য প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে ৷
  5. ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এখন ৰাজ্য ত্ৰিপুৰাৰ প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে ৷
  6. ১৯৭২ চনৰ আজিৰ দিনটোতে ‘‘নেফা’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত হৈ শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পিত হয় ।
  7. আজিৰ দিনটোতে ১৯৯৪ চনত কাছাৰৰ শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি হয় ।
  8. ভাৰতত কপিৰাইট আইন প্ৰৱৰ্তন কৰা হৈছিল ১৯৫৮ চনৰ আজিৰ দিনটোতে।
  9. ১৭৯৩ চনৰ আজিৰ দিনটোতে ফৰাচী সম্ৰাট ষোড়শ লুইক গিলোটিনত মৃত্যুদণ্ড বিহা হৈছিল ।
  10. ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা লেনিনৰ মৃত্যু হৈছিল ।
  11. প্লুটু গ্ৰহ আৱিষ্কাৰ হৈছিল ১৯৩০ চনৰ আজিৰ দিনটোতে ।
  12. ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ মৃত্যু হৈছিল ১৯৫০ চনৰ আজিৰ দিনটোতে ।

বাহ্যিক সংযোগ