ইষ্টানবুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
অ র -> ৰ |
||
6 নং শাৰী: | 6 নং শাৰী: | ||
| established_title1 = উচমানীয় সাম্ৰাজ্যৰ সময় |
| established_title1 = উচমানীয় সাম্ৰাজ্যৰ সময় |
||
| established_date1 = ১৪৫৩ |
| established_date1 = ১৪৫৩ |
||
| established_title2 =[[তুৰ্কী]] |
| established_title2 =[[তুৰ্কী]] প্ৰতিষ্ঠাৰ পিছত |
||
| established_date2 = ১৯২৩ চনত কন্সটান্টিনোপলক ইষ্টানবুল নামকৰন কৰা হয় |
| established_date2 = ১৯২৩ চনত কন্সটান্টিনোপলক ইষ্টানবুল নামকৰন কৰা হয় |
||
| timezone = ইইটি |
| timezone = ইইটি |
||
21 নং শাৰী: | 21 নং শাৰী: | ||
| subdivision_type1 = [[অঞ্চল]] |
| subdivision_type1 = [[অঞ্চল]] |
||
| subdivision_name1 = মাৰমৰা অঞ্চল |
| subdivision_name1 = মাৰমৰা অঞ্চল |
||
| subdivision_type2 = [[ |
| subdivision_type2 = [[প্ৰদেশ]] |
||
| subdivision_name2 = ইষ্টানবুল |
| subdivision_name2 = ইষ্টানবুল |
||
| parts_type = জিলা |
| parts_type = জিলা |
||
66 নং শাৰী: | 66 নং শাৰী: | ||
|Link=http://whc.unesco.org/en/list/356 |
|Link=http://whc.unesco.org/en/list/356 |
||
}} |
}} |
||
[[ |
[[চিত্ৰ:Panoramic view of Constantinople-1876-6a23331r.jpg|thumb|350px|১৮৭৬ চনৰ ইষ্টানবুল]] |
||
'''ইষ্টানবুল''' (তুৰ্কী ভাষা: İstanbul ''ইষ্টান্বুল্'') [[তুৰস্ক]]ৰ অন্যতম |
'''ইষ্টানবুল''' (তুৰ্কী ভাষা: İstanbul ''ইষ্টান্বুল্'') [[তুৰস্ক]]ৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম ''কন্সটান্টিনোপল''। ইয়াৰোপৰি ই ''বাইজান্টিয়াম'' নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল । ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল)। ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা [[এছিয়া]]ত বসৱাস কৰিলেও ই [[ইউৰোপ]]ৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্ৰ। |
||
[[File:Rome-Capitole-StatueConstantin.jpg|left|thumb|upright|[[Constantine I]]]] |
[[File:Rome-Capitole-StatueConstantin.jpg|left|thumb|upright|[[Constantine I]]]] |
||
= জনসংখ্যা = |
= জনসংখ্যা = |
08:52, 28 February 2018ৰ সংস্কৰণ
ইষ্টানবুল | |
---|---|
Istanbul collage 5j.jpg | |
ভৌগোলিক স্থানাংক: 41°01′N 28°58′E / 41.017°N 28.967°E | |
ৰাষ্ট্ৰ | তুৰস্ক |
অঞ্চল | মাৰমৰা অঞ্চল |
প্ৰদেশ | ইষ্টানবুল |
প্ৰতিষ্ঠাকাল | খ্ৰীষ্টপূৰ্ব ৬৬৭ |
উচমানীয় সাম্ৰাজ্যৰ সময় | ১৪৫৩ |
তুৰ্কী প্ৰতিষ্ঠাৰ পিছত | ১৯২৩ চনত কন্সটান্টিনোপলক ইষ্টানবুল নামকৰন কৰা হয় |
জিলা | ২৭ |
চৰকাৰ | |
- মেয়ৰ | কাদিৰ তোপবাচ (সাঁচ:Polparty) |
মাটিকালি | |
- মুঠ | ১,৮৩০.৯২ কি.মি.২ (৭০৬.৯ বৰ্গ মাইল) |
উচ্চতা | ১০০ মিটাৰ (৩২৮.০৮ ফুট) |
জনসংখ্যা (২০০৯)[1] | |
- মুঠ | ১,২৭,৮২,৯৬০ জন |
- জনঘনত্ব | ৬,২১১ প্ৰতি বৰ্গ কি.মি. (১৬,০৮৬.৪ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ইইটি (গ্ৰী.মা.স.+২) |
- গ্ৰীষ্ম (দি স স) | ইইএচটি (গ্ৰী.মা.স.+৩) |
পিন কোড | ৩৪০১০ৰ পৰা ৩৪৮৫০লৈ আৰু ৮০০০০ৰ পৰা ৮১৮০০ লৈ |
অঞ্চল কোড | (+৯০) ২১২ (ইউৰোপীয় অঞ্চলত) (+৯০) ২১৬ (এছিয়া অঞ্চলত) |
ৱেবছাইট | Istanbul Portal |
ইষ্টানবুলৰ ঐতিহাসিক অঞ্চল | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
দেশ | তুৰস্ক |
ধৰণ | Cultural |
মাপকাঠি | I, II, III, IV |
উদ্ধৃতি | 356 |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | Europe and Asia |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | 1985 (9th অধিবেশন) |
ইষ্টানবুল (তুৰ্কী ভাষা: İstanbul ইষ্টান্বুল্) তুৰস্কৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটান্টিনোপল। ইয়াৰোপৰি ই বাইজান্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল । ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল)। ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা এছিয়াত বসৱাস কৰিলেও ই ইউৰোপৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্ৰ।
জনসংখ্যা
ইষ্টানবুলৰ জনসংখ্যা ১৯৮০ৰ পৰা ২০০৫লৈ এই ২৫ বছৰৰ ভিতৰত তিনি গুণে বৃদ্ধি হৈছে । অনুমানিক ৭০%তকৈ বেছি ইষ্টানবুলৰ নাগৰিক ইউৰোপত আৰু বাকী ৩০ শতাংশ এছিয়াত বাসৱাস কৰে।
চন | জনসংখ্যা | |
---|---|---|
৩৩০ | ৪০,০০০ | |
৪৪০ | ৫,০০,০০০ | |
৫৩০ | ৫,৫০,০০০ | |
৫৪৫ | ৩,৫০,০০০ | |
৭১৫ | ৩,০০,০০০ | |
৯৫০ | ৪,০০,০০০ | |
১২০০ | ১৫০,০০০ | |
১৪৫৩ | ৩৬,০০০ | |
১৪৭৭ | ৭৫,০০০ | |
১৫৬৬ | ৬০০,০০০ | |
১৮১৭ | ৫০০,০০০ | |
১৮৬০ | ৭১৫,০০০ | |
১৮৮৫ | ৮৭৩,৫৭০ | |
১৮৯০ | ৮৪০,০০০ | |
১৮৯৭ | ১,০৫৯,০০০ | |
১৯০১ | ৯৪২,৯০০ | |
১৯১৪ | ৯০৯,৯৭৮ | |
অক্টোবৰ ১৯২৭ | ৬৮০,৮৫৭ | |
অক্টোবৰ ১৯৩৫ | ৭৪১,১৪৮ | |
অক্টোবৰ ১৯৪০ | ৭৯৩,৯৪৯ | |
অক্টোবৰ ১৯৪৫ | ৮৬০,৫৫৮ | |
অক্টোবৰ ১৯৫০ | ৯৮৩,০৪১ | |
অক্টোবৰ ১৯৫৫ | ১,২৬৮,৭৭১ | |
অক্টোবৰ ১৯৬০ | ১,৪৩৬,৫৩৫ | |
অক্টোবৰ ১৯৬৫ | ১,৭৪২,৯৭৮ | |
অক্টোবৰ ১৯৭০ | ২,১৩২,৪০৭ | |
অক্টোবৰ ১৯৭৫ | ২,৫৪৭,৩৬৪ | |
অক্টোবৰ ১৯৮০ | ২,৭৭২,৭০৮ | |
অক্টোবৰ ১৯৮৫ | ৫,৪৭৫,৯৮২ | |
অক্টোবৰ ১৯৯০ | ৬,৬২০,২৪০ | |
নবেম্বৰ ১৯৯৭ | ৮,২৬০,৪৩৭ | |
অক্টোবৰ ২০০০ | ৮,৮০৩,৪৬০ | |
জানুৱাৰী ২০০৫ | ৯,৭৯৭,৫৩৬ | |
জানুৱাৰী ২০০৬ | ১০,০৩৪,৮৩০ |
শিক্ষা
তুৰ্কীৰ উচ্চ শিক্ষাৰ কিছু প্ৰতিষ্ঠান ইষ্টানবুলত অৱস্থিত । সাধাৰণতে চৰকাৰী বিশ্ববিদ্যালয়বোৰ প্ৰসিদ্ধ যদিও কিছু বছৰৰ পৰা ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সংখ্যা বাঢ়িছে । বিখ্যাত চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত ইষ্টানবুল প্ৰযুক্তিবিদ্যা জামিয়া, বাচতুৰছ জামিয়া, ৰুটিহ চৰায় জামিয়া , ইষ্টানবুল জামিয়া, মাৰ্মৰহ জামিয়া , ইলদীজ প্ৰযুক্তিবিদ্যা জামিয়া আৰু নিৰ্মাতা স্নান কলা জামিয়া অন্যতম ।
চিত্ৰমালা
তথ্য সংগ্ৰহ
- ↑ "Province Population". http://report.tuik.gov.tr/reports/rwservlet?adnksdb2=&report=turkiye_il_koy_sehir.RDF&p_il1=34&p_kod=2&p_yil=2009&p_dil=1&desformat=html&ENVID=nufus2000db2Env। আহৰণ কৰা হৈছে: 11 February 2010.
- ↑ "İstanbul – Archaeology Museum". Republic of Turkey Ministry of Culture and Tourism. http://www.kultur.gov.tr/EN/belge/2-19958/istanbul---archaeology-museum.html। আহৰণ কৰা হৈছে: 19 April 2012.