গুজৰাটী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ র -> ৰ |
|||
2 নং শাৰী: | 2 নং শাৰী: | ||
|name=গুজৰাটী |
|name=গুজৰাটী |
||
|nativename=ગુજરાતી <br /> ''গুজৰাতী'' |
|nativename=ગુજરાતી <br /> ''গুজৰাতী'' |
||
|region=[[ভাৰত]], [[দক্ষিণ আফ্ৰিকা]], [[উগাণ্ডা]], [[তানজানিয়া]], [[কেনিয়া]], [[পাকিস্তান]], [[মাৰ্কিন |
|region=[[ভাৰত]], [[দক্ষিণ আফ্ৰিকা]], [[উগাণ্ডা]], [[তানজানিয়া]], [[কেনিয়া]], [[পাকিস্তান]], [[মাৰ্কিন যুক্তৰাষ্ট্ৰ]], [[যুক্তৰাজ্য]], [[অষ্ট্ৰেলিয়া]], [[ফিজি]], [[কানাডা]] |
||
|speakers=৪ কোটি ৬০ লাখ |
|speakers=৪ কোটি ৬০ লাখ |
||
|rank= |
|rank= |
||
|familycolor=Indo-European |
|familycolor=Indo-European |
||
|fam2=[[ইন্দো-ইৰানীয় ভাষাসমূহ|ইন্দো-ইৰানীয়]] |
|fam2=[[ইন্দো-ইৰানীয় ভাষাসমূহ|ইন্দো-ইৰানীয়]] |
||
|fam3=[[ইন্দো-আৰ্য ভাষাসমূহ|ইন্দো- |
|fam3=[[ইন্দো-আৰ্য ভাষাসমূহ|ইন্দো-আৰ্য]] |
||
|fam4=[[পশ্চিম আৰু দক্ষিণ-পশ্চিম ইন্দো-আৰ্য ভাষাসমূহ|পশ্চিম ইন্দো-আৰ্য]] |
|fam4=[[পশ্চিম আৰু দক্ষিণ-পশ্চিম ইন্দো-আৰ্য ভাষাসমূহ|পশ্চিম ইন্দো-আৰ্য]] |
||
|script=[[গুজৰাটী লিপি]] |
|script=[[গুজৰাটী লিপি]] |
01:49, 1 March 2018ৰ সংস্কৰণ
গুজৰাটী | |
---|---|
ગુજરાતી গুজৰাতী | |
অঞ্চল | ভাৰত, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, তানজানিয়া, কেনিয়া, পাকিস্তান, মাৰ্কিন যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, ফিজি, কানাডা |
স্থানীয় ভাষিক |
৪ কোটি ৬০ লাখ |
ভাষা পৰিয়াল |
|
লিখন প্ৰণালী | গুজৰাটী লিপি |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
গুজৰাট (ভাৰত) |
ভাষা সংকেত | |
ISO 639-1 | gu |
ISO 639-2 | guj |
ISO 639-3 | guj |
গুজৰাটী ভাষা (ইংৰাজী: Gujarati language; গুজৰাটী ভাষাত: ગુજરાતી গুজৰাতী) ইণ্ডো-আৰ্য ভাষা । ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।
গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।
গুজৰাটী বৰ্ণ
અ આ ઇ ઈ ઉ ઊ ઋ
অ আ ই ঈ উ ঊ ঋ
એ ઐ ઍ ઓ ઔ ઑ
এ ঐ এ' ও ঔ অ'
ક ખ ગ ઘ ઙ ચ છ જ ઝ ઞ
ক খ গ ঘ ঙ চ ছ জ ঝ ঞ
ટ ઠ ડ ઢ ણ ત થ દ ધ ન
ট ঠ ড ঢ ণ ত থ দ ধ ন
પ ફ બ ભ મ ય ર લ વ
প ফ ব ভ ম য ৰ ৱ ল ৱ
શ ષ સ હ ળ
শ ষ স হ ল্
કા કિ કી કુ કૂ કૃ
কা কি কী কু কূ কৃ
કે કૈ કૅ કો કૌ કૉ કં કઃ
কে কৈ কে' কো কৌ ক' কং কঃ
૦ ૧ ૨ ૩ ૪ ૫ ૬ ૭ ૮ ૯
০ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯
|
|