সমললৈ যাওক

২৭ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2,735 বাইট যোগ দিয়া হ’ল ,  4 বছৰৰ পূৰ্বে
2405:204:B00C:20C0:9E6F:FADB:3B25:4E94 (কথা-বতৰা)ৰ সম্পাদনাসমূহ SlowPhotonয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
(2405:204:B00C:20C0:9E6F:FADB:3B25:4E94 (কথা-বতৰা)ৰ সম্পাদনাসমূহ SlowPhotonয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।)
টেগ্‌: Rollback
'''২৭ নৱেম্বৰ''' {{enwiki|27 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩১ তম ([[অধিবৰ্ষ]]ত ৩৩২ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
# শিল্পী [[বেণু মিশ্ৰ]]ৰ জন্ম হৈছিল ১৯৩৯ চনৰ আজিৰ দিনটোতে।
# আজিৰ দিনটোতে ১৯৪১ চনৰ কবি [[ভবেন বৰুৱা]]ৰ জন্ম হৈছিল।
# ২০০১ চনৰ আজিৰ দিনটোতে [[ঘনকান্ত বৰবায়ন]] আৰু [[গিৰিশ চৌধুৰী]]লৈ [[সংগীত নাটক একাডেমী বঁটা]] ঘোষণা কৰা হয়।
# আজিৰ দিনটোতে ২০০৪ চনত গুৱহাটীত [[শিৱপ্ৰসাদ বৰুৱা]]ক [[কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা]] প্ৰদান কৰে।
# আজিৰ দিনটোতে [[আফগানিস্তান]]ৰ গজনীৰ চুলতান মামুদে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ।
# ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলছিয়াছ স্কেলৰ উদ্ভাৱক [[এণ্ডাৰছ চেলছিয়া]]ৰ জন্ম হৈছিল ১৭০১ চনৰ আজিৰ দিনটোত।
# [[আলফেড নোবেল]]ৰ উইল ৰচনা কৰে ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।
# আজিৰ দিনটোতে ১৯৫৩ চনত নোবেল বঁটা বিজয়ী মাৰ্কিন নাট্যকাৰ [[ইউজিন অ’ নীল]]ৰ মৃত্যু হৈছিল।
# আজিৰ দিনটোতে প্ৰসিদ্ধ হিন্দী কবি [[হৰিবংশ ৰায় বচ্চন]]ৰ জন্ম হৈছিল।
# ১৯৪০ চনৰ আজিৰ দিনটোতে বিশ্বৰ কিংবদন্তিস্বৰূপ চীনা [[সমৰ কলা]]বিদ, প্ৰশিক্ষক, সমৰ কলা চলচ্চিত্ৰ অভিনেতা [[ব্ৰুছ লী]]ৰ জন্ম হৈছিল।
 
== বাহ্যিক সংযোগ ==
4

টা সম্পাদনা