২৯ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
→‎ঘটনাৰাজী: Deleted content about Arjun Bhogeswar Barua and Abhiruchi Krira Divas
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2 নং শাৰী: 2 নং শাৰী:


==ঘটনাৰাজী==
==ঘটনাৰাজী==
# অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া [[ভোগেশ্বৰ বৰুৱা]]ৰ জন্ম হৈছিল ১৯৪০ চনৰ আজিৰ দিনটোতে শিৱসাগৰত ।
# অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক [[মামণি ৰয়ছম গোস্বামী]]এ শেষ নিশ্বাস এৰিছিল ২০১১ চনৰ আজিৰ দিনটোতে (৬৯ বছৰ বয়সত)৷
# অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক [[মামণি ৰয়ছম গোস্বামী]]এ শেষ নিশ্বাস এৰিছিল ২০১১ চনৰ আজিৰ দিনটোতে (৬৯ বছৰ বয়সত)৷
# বিশিষ্ট শিল্পী [[ফ্ৰাচেংমুং বৰগোহাঁই]]ৰ মৃত্যু হয় ২০০২ চনৰ আজিৰ দিনটোতে।
# বিশিষ্ট শিল্পী [[ফ্ৰাচেংমুং বৰগোহাঁই]]ৰ মৃত্যু হয় ২০০২ চনৰ আজিৰ দিনটোতে।

03:46, 29 November 2018ৰ সংস্কৰণ

২৯ নৱেম্বৰ (ইংৰাজী: 29 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৩ তম (অধিবৰ্ষত ৩৩৪ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী

  1. অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক মামণি ৰয়ছম গোস্বামীএ শেষ নিশ্বাস এৰিছিল ২০১১ চনৰ আজিৰ দিনটোতে (৬৯ বছৰ বয়সত)৷
  2. বিশিষ্ট শিল্পী ফ্ৰাচেংমুং বৰগোহাঁইৰ মৃত্যু হয় ২০০২ চনৰ আজিৰ দিনটোতে।
  3. ১৯৮৯ চনৰ আজিৰ দিনটোতে প্ৰধান মন্ত্ৰী পদৰ পৰা ৰাজীৱ গান্ধীয়ে পদত্যাগ কৰে।
  4. চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ মৃত্যু হয় ১৯৫১ চনৰ আজিৰ দিনটোতে।
  5. ভাৰতীয় প্ৰযুক্তিবিদ্যাৰে নিৰ্মিত টেংক বিধ্বংসী ক্ষেপনাস্ত্ৰ নাগৰ সফল উৎক্ষেপণ কৰা হয় ১৯৯০ চনৰ আজিৰ দিনটোতে ৷
  6. যুগোশ্লাভিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় ১৯৪৫ চনৰ আজিৰ দিনটোতে।
  7. আজিৰ দিনটোতে ১৯৬১ চনত মাৰ্কিন মহাকাশ যানেৰে চিম্পাজী এনোছৰ পৃথিৱীৰ চৌপাশে দুবাৰ প্ৰশিক্ষণ । মহাকাশ বিজ্ঞানৰ ইতিহাসত ই এক তাৎপৰ্যপূৰ্ণ সংঘটন।
  8. ১৯৮৮ চনৰ আজিৰ দিনটোতে বাংলাদেশত হোৱা প্ৰচণ্ড ঘূৰ্ণিত বতাহত বহুতো লোক নিহত হোৱাৰ লগতে বহুতৰে ঘৰ-দুৱাৰ ধ্বংস হয়।
  9. জাৰ্মানীৰ লগত ৰাছিয়াৰ শান্তি আলোচনা আৰম্ভ হয় ১৯১৭ চনৰ আজিৰ দিনটোতে আৰু আন্তৰ্জাতিক ৰাজনীতিত নতুন পাক আৰম্ভ হয় ।

বাহ্যিক সংযোগ