শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
229 নং শাৰী: 229 নং শাৰী:
# শ্ৰীযুতা কল্পনা মহন্ত (কাৰ্যকাল-২৩-০৯-২০০৯ ৰ পৰা ১১-০৮-২০১১)
# শ্ৰীযুতা কল্পনা মহন্ত (কাৰ্যকাল-২৩-০৯-২০০৯ ৰ পৰা ১১-০৮-২০১১)
# শ্ৰীযুত সোম প্ৰসাদ শৰ্মা (কাৰ্যকাল-১২-০৮-২০১১ ৰ পৰা ৩১-১২-২০১৫)
# শ্ৰীযুত সোম প্ৰসাদ শৰ্মা (কাৰ্যকাল-১২-০৮-২০১১ ৰ পৰা ৩১-১২-২০১৫)
# শ্ৰীযুত মহেশ শৰ্মা (কাৰ্যকাল-০১-০১-২০১৬ ৰ পৰা বৰ্ত্তমানলৈ)
# শ্ৰীযুত মহেশ শৰ্মা (কাৰ্যকাল-০১-০১-২০১৬ ৰ


=== সোণালী জয়ন্তী ===
=== সোণালী জয়ন্তী ===

16:07, 25 January 2019ৰ সংস্কৰণ

Swahid Mukunda Kakati High School, Halem
শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়
শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখ ভাগ
"প্ৰজ্ঞাৰ সাধনাৰে আমি জগত পোহৰাম"
We'll light up the world through habituation with mind power
অৱস্থান
আমলখি দলনী গাঁও
হেলেম চক্ৰ
ভাৰতৰ উত্তৰ-পূর্বাঞ্চল
হেলেম, বিশ্বনাথ জিলা, অসম, ৭৮৪১৭০, ভাৰত
প্ৰাথমিক তথ্যসমূহ
স্কু্লৰ প্ৰকাৰ প্ৰাদেশীকৃত, সহ-শৈক্ষিক
ধৰ্মীয় আনুগত্য নাই
স্থাপিত ১৯৬৪ চন
অৱস্থা চলিত
প্ৰধান শিক্ষক মহেশ শৰ্মা
শিক্ষক ১৩ জন
কৰ্মচাৰী ২ জন
শ্ৰেণী ষষ্ঠৰ পৰা দশম শ্ৰেনী
শিক্ষাদানৰ মাধ্যম অসমীয়া
প্ৰকাশনা তৰ্পণ
অন্তৰ্ভূক্তি অসম মাধ্যমিক শিক্ষা পৰিষদ
শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়
—  গাওঁ-আমলখিদলনী, পো:অ: হেলেম  —
শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়
শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°50′40″N 93°28′28″E / 26.844559°N 93.474450°E / 26.844559; 93.474450
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বিশ্বনাথ জিলা
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


69 m (226 ft)

ক'ড

শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়, হেলেম ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ অসম ৰাজ্যৰ বিশ্বনাথ জিলাগহপুৰ মহকুমাৰ অন্তর্গত হেলেম চক্ৰৰ আমলখি দলনী নামৰ ঠাইত অৱস্থিত।

বিদ্যালয়ৰ ইতিহাস

হেলেম চাহ বাগিছাৰ পৰা অনুদানেৰে পোৱা ভূমিত অঞ্চলটোৰ কিছুসংখ্যক লোকৰ প্ৰচেষ্টাত ১৯৫৭ চনত হেলেম এম. ই স্কুল হিচাপে বিদ্যালয়খন প্ৰতিষ্ঠা হয় আৰু পাছত তাতেই ১৯৬৪ চনত হেলেম হাইস্কুললৈ বিদ্যালয় খন উন্নীত হয় ।

১৯৪২ চনৰ ছেপ্টেম্বৰ মাহৰ ২০ তাৰিখে ভাৰত ত্যাগ আন্দোলনৰ এক কার্যসূচী অনুসৰি গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ লোৱাৰ মুহূৰ্তত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰেবতী মোহন সোমৰ নির্দেশত বৃটিছ ঔপনিবেশিক শাসকীয় পুলিছ বাহিনীৰ চিপাহীয়ে বৰঙাবাৰীৰ বীৰবালা কনকলতা বৰুৱাক গুলিয়াই নিহত কৰে। সোনকাণি গাঁৱৰ মুকুন্দ কাকতিয়ে কনকলতাৰ হাতৰ পৰা পৰিবলৈ ধৰা পতাকাখন পুনৰ তুলি ধৰিবলৈ চেষ্টা কৰে যদিও পুলিছ বাহিনীয়ে তেখেতক গুলিয়াই আহত কৰে। আহত কাকতিৰ সেই দিনাই সন্ধিয়া মৃত্যু হয়। স্বাধীনতা আন্দোলনত এই ধৰণে শ্বহীদ হোৱা মুকুন্দ কাকতিৰ চৰম ত্যাগক সোঁৱৰণ কৰি তেখেতৰ নামেৰে পৰবৰ্ত্তী সময়ত এই বিদ্যালয়খন নামাকৰণ কৰা হয়। ১৯৭৭ চনত বিদ্যালয়খন প্ৰাদেশীকৃত হয়।

বিদ্যালয়ৰ প্ৰকাৰ, আন্তঃগাঁথনি, মুখপত্ৰ

অসমীয়া মাধ্যমৰ সহ-শৈক্ষিক বিদ্যালয় খনত ল'ৰা আৰু ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰে। বিদ্যালয় খনত উচ্চ-প্ৰাথমিক আৰু মাধ্যমিকৰ ষষ্ঠ শ্ৰেনীৰ পৰা দশম শ্ৰেনী লৈকে পাঠদান কৰা হয়। বিদ্যালয়খনত দুপৰীয়াৰ আহাৰ আৰু খোৱা পানীৰ বাবে কুঁৱা আৰু দমকলৰ উপৰিও 'ৰাণিং ৱাটাৰ যুক্ত টেপ'ৰ ব্যৱস্থা আছে। বিদ্যালয়ৰ পুথিভঁৰালত বৰ্তমান ১০০০ খনৰ অধিক কিতাপ আছে বুলি জনা যায়।[1] বিদ্যালয়খনৰ "তৰ্পণ" নামেৰে এখন মুখপত্ৰ আৰু "ৰেঙণি" নামৰ এখন প্ৰাচীৰ পত্ৰিকা আছে।

বিদ্যালয় প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে প্ৰধান শিক্ষক সকল[2]

  1. স্বৰ্গীয় জ্যোতিষ চন্দ্ৰ শৰ্মা
  2. স্বৰ্গীয় অৱনী ভাগৱতী
  3. স্বৰ্গীয় হৰেন্দ্ৰনাথ দাস
  4. স্বৰ্গীয় উমেশ চন্দ্ৰ গোস্বামী
  5. স্বৰ্গীয় জ্যোতিষ চন্দ্ৰ শৰ্মা (অৱসৰ- ৩১-১০-১৯৯৭)
  6. স্বৰ্গীয় দেৱব্ৰত বৰা (কাৰ্যকাল-০১-১১-১৯৯৭ ৰ পৰা ২৮-০২-২০০৪)
  7. শ্ৰীযুতা অৰ্পণা বৰা (কাৰ্যকাল-০১-০৩-২০০৪ ৰ পৰা ৩১-০৮-২০০৯)
  8. শ্ৰীযুতা কল্পনা মহন্ত (কাৰ্যকাল-২৩-০৯-২০০৯ ৰ পৰা ১১-০৮-২০১১)
  9. শ্ৰীযুত সোম প্ৰসাদ শৰ্মা (কাৰ্যকাল-১২-০৮-২০১১ ৰ পৰা ৩১-১২-২০১৫)
  10. শ্ৰীযুত মহেশ শৰ্মা (কাৰ্যকাল-০১-০১-২০১৬ ৰ

সোণালী জয়ন্তী

২০১৬ চনৰ ২৪,২৫ আৰু ২৬ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়খনৰ সোণালী জয়ন্তীভাগ উদ্ যাপন কৰা হয়। চিত্

সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি স্বৰ্ণজ্যোতি নামৰ এখন স্মৃতি গ্ৰন্থও প্ৰকাশ কৰি উলিওৱা হৈছিল।

বেটুপাত পৃষ্ঠা, স্বৰ্ণজয়ন্তীৰ স্মৃতিগ্ৰন্থ স্বৰ্ণজ্যোতি

চিত্

সোণালী জয়ন্তী উদ্ যাপনৰ সময়ৰ বিদ্যালয়ৰ কৰ্মৰত শিক্ষক- কৰ্মচাৰী সকল

চিত্

বৰ্তমান কৰ্মৰত অন্য শিক্ষক-কৰ্মচাৰী সকল[3]

  • ৰূপম ৰঞ্জন ৰাজখোৱা, সহ-প্ৰধান শিক্ষক
  • কল্পনা মহন্ত, সহ-শিক্ষয়িত্ৰী
  • লেনিনা দাস,সহ-শিক্ষয়িত্ৰী
  • যোগেশ্বৰী ৰবিদাস,সহ-শিক্ষয়িত্ৰী
  • শ্ৰীকান্ত দলে,সহ-শিক্ষক
  • হিৰণ্য বৰঠাকুৰ,সহ-শিক্ষক
  • প্ৰতিমা চিৰিং,সহ-শিক্ষয়িত্ৰী
  • নেপু মজুমদাৰ,সহ-শিক্ষক
  • ধ্ৰুৱজ্যোতি বৰা, সহ-শিক্ষক
  • অমল দলে,সহ-শিক্ষয়িত্ৰী
  • পৰাগজ্যোতি লাহন,সহ-শিক্ষক
  • নৱজিৎ শৰ্মা,সহ-শিক্ষক
  • অশোক বৰঠাকুৰ, কাৰ্য্যালয় সহায়ক (অৱসৰ- ৩০-১১-২০১৮)
  • সূৰ্য বৰা, চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী


তথ্যসূত্ৰ:

  1. http://www.icbse.com/schools/swahid-mukunda-kakati-hs/18110703303
  2. স্বৰ্ণজ্যোতি স্মৃতিগ্ৰন্থ, সোণালী জয়ন্তী উদ্ যাপন সমাৰোহ , মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়, হেলেম
  3. ধ্ৰুৱজ্যোতি বৰা, সহ শিক্ষক, মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়, হেলেম