২৭ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|show_year=on|float=right|month=02}}
'''২৭ ফেব্ৰুৱাৰী''' {{enwiki|27 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৫৮ তম [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৬ টা দিন ([[অধিবৰ্ষ]]ত ৩০৭টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

17:56, 23 February 2019ৰ সংস্কৰণ

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

২৭ ফেব্ৰুৱাৰী (ইংৰাজী: 27 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৮ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৬ টা দিন (অধিবৰ্ষত ৩০৭টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  1. ১৯৯১ খৃ: - ইৰাকৰ দমনৰ পৰা কুৱেইট মুক্ত কৰাৰ কথা আনুষ্ঠানিক ঘোষণা কৰে তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি এইচ. ডাবল্যূ. বুশ্বে ।
  2. ২০০২ খৃ: - গুজৰাটৰ গোধ্ৰা নামৰ ঠাইত দুৰ্বৃত্যৰ দ্বাৰা হিন্দু স্বয়মসেৱক কঢ়িযাই নিয়া এখন ৰে'লগাড়ী জ্বলাই দিয়া হ্য় য'ত কমেও ৬০ জন লোকৰ প্ৰাণহানি হয় ।

জন্ম

দিৱস

বাহ্যিক সংযোগ