২৪ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
3 নং শাৰী: 3 নং শাৰী:
# ১৯৬১ চনৰ আজিৰ দিনটোত [[অসমীয়া প্ৰতিদিন]]ৰ ভূতপূৰ্ব সম্পাদক তথা সাংবাদিক [[পৰাগ কুমাৰ দাস]]ৰ জন্ম হৈছিল।
# ১৯৬১ চনৰ আজিৰ দিনটোত [[অসমীয়া প্ৰতিদিন]]ৰ ভূতপূৰ্ব সম্পাদক তথা সাংবাদিক [[পৰাগ কুমাৰ দাস]]ৰ জন্ম হৈছিল।
==মৃত্যু==
==মৃত্যু==
# ২০১৮ চনৰ আজিৰ দিনটোত বলীউদৰ অভিনেত্ৰী [[শ্ৰীদেৱী]]ৰ মৃত্যু হৈছিল ।

==অন্যান্য==
==অন্যান্য==
# ১৮২৬ চনৰ আজিৰ দিনটোত [[ইয়াণ্ডাবু সন্ধি]] স্বাক্ষৰিত কৰা হৈছিল।
# ১৮২৬ চনৰ আজিৰ দিনটোত [[ইয়াণ্ডাবু সন্ধি]] স্বাক্ষৰিত কৰা হৈছিল।

13:46, 24 February 2019ৰ সংস্কৰণ

২৪ ফেব্ৰুৱাৰী (ইংৰাজী: 24 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৫ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১০ টা দিন (অধিবৰ্ষত ৩১১টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

জন্ম

  1. ১৯৬১ চনৰ আজিৰ দিনটোত অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক তথা সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল।

মৃত্যু

  1. ২০১৮ চনৰ আজিৰ দিনটোত বলীউদৰ অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যু হৈছিল ।

অন্যান্য

  1. ১৮২৬ চনৰ আজিৰ দিনটোত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল।

বাহ্যিক সংযোগ