সুনীল গাভাস্কাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
92 নং শাৰী: 92 নং শাৰী:
|year=২০০৮}}
|year=২০০৮}}


সুনীল মনোহৰ গাভাস্কাৰ (জন্ম:১০ জুলাই,১৯৪৯) ভাৰতৰ এজন আগশাৰীৰ ক্ৰিকেটাৰ আছিল ৷ ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন আখ্যা দিয়া হয় ৷ টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেটছমেন ৷ নিজৰ বৰ্ণিল টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত গাভাস্কাৰে ৩৪ টা শতক অৰ্জন কৰি অভিলেখ ৰচিছিল ৷ দুটা দশকৰ পাছত ২০০৫ চনত সেই অভিলেখ শচীন তেণ্ডুলকাৰে অতিক্ৰম কৰে ৷ টেষ্ট মেচত ১০,০০০ ৰাণ কৰা গাভাস্কাৰেই হৈছে প্ৰথমজন বেটছমেন ৷ ১৯৮৩ চনত বিশ্বকাপবিজয়ী ভাৰতীয় দলটোৰো তেওঁ এজন সদস্য আছিল ৷ উল্লেখনীয় যে ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুনীল গাভাস্কাৰক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানীত কৰিছে ৷ <ref>http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref> <ref>http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref>
সুনীল মনোহৰ গাভাস্কাৰ (জন্ম:১০ জুলাই,১৯৪৯) ভাৰতৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ ৷ ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন আখ্যা দিয়া হয় ৷ টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেটছমেন ৷ নিজৰ বৰ্ণিল টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত গাভাস্কাৰে ৩৪ টা শতক অৰ্জন কৰি অভিলেখ ৰচিছিল ৷ দুটা দশকৰ পাছত ২০০৫ চনত সেই অভিলেখ শচীন তেণ্ডুলকাৰে অতিক্ৰম কৰে ৷ টেষ্ট মেচত ১০,০০০ ৰাণ কৰা গাভাস্কাৰেই হৈছে প্ৰথমজন বেটছমেন ৷ ১৯৮৩ চনত বিশ্বকাপবিজয়ী ভাৰতীয় দলটোৰো তেওঁ এজন সদস্য আছিল ৷ উল্লেখনীয় যে ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুনীল গাভাস্কাৰক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানীত কৰিছে ৷ <ref>http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/</ref> <ref>http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6</ref>


==তথ্য-সূত্ৰ==
==তথ্য-সূত্ৰ==

15:54, 11 July 2019ৰ সংস্কৰণ

সুনীল গাভাস্কাৰ
{{{imagealt}}}
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম সুনীল মনোহৰ গাভাস্কাৰ
জন্ম ১০ জুলাই, ১৯৪৯ (৭৪ বছৰ)
বোম্বাই,ভাৰত
উপনাম ছানী, লিটল মাষ্টাৰ
উচ্চতা 5 ফুট 5 ইঞ্চি (1.7 মিটাৰ)
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া মিডিয়াম
ভূমিকা অপেনিং বেটছমেন, ধাৰভাষ্যকাৰ
সম্পৰ্ক মাধৱ মন্ত্ৰী (খুৰা)
ৰোহন গাভাস্কাৰ (পুত্ৰ)
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (মুঠ খেল ১২৮) ৬ মাৰ্চ ১৯৭১ বনাম ৱেষ্ট ইণ্ডিজ
অন্তিম টেষ্ট ১৩ মাৰ্চ ১৯৮৭ বনাম পাকিস্তান
ODI অভিষেক (মুঠ খেল ) ১৩ জুলাই ১৯৭৪ বনাম ইংলেণ্ড
শেষ ODI ৫ নৱেম্বৰ ১৯৮৭ v ইংলেণ্ড
ঘৰুৱা দলৰ তথ্য
বছৰ দল
১৯৬৭–১৯৮২ বোম্বাই
১৯৮০ ছমাৰচেট
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট এদিনীয়া প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰথম তালিকাৰ ক্ৰিকেট
মুঠ খেল ১২৫ ১০৮ ৩৪৮ ১৫১
ৰাণ ১০, ১২২ ৩, ০৯২ ২৫, ৮৩৪ ৪, ৫৯৪
বেটিং গড় ৫১. ১২ ৩৫. ১৩ ৫১. ৪৬ ৩৬. ১৭
শতক/অৰ্ধশতক ৩৪/৪৫ ১/২৭ ৮১/১০৫ ৫/৩৭
সৰ্বোচ্চ ৰাণ ২৩৬* ১০৩* ৩৪০ ১২৩
বল ৩৮০ ২০ ১৯৫৩ ১০৮
উইকেট ২২
বলিং গড় ২০৬. ০০ ২৫. ০০ ৫৬. ৩৬ ৪০. ৫০
এটা ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ১/৩৪ ১/১০ ৩/৪৩ ১/১০
কেচ্চ/ষ্টাম্পিং ১০৮/– ২২/– ২৯৩/– ৩৭/–
উৎস: CricketArchive, ৫ চেপ্তেম্বৰ ২০০৮

সুনীল মনোহৰ গাভাস্কাৰ (জন্ম:১০ জুলাই,১৯৪৯) ভাৰতৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ ৷ ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন আখ্যা দিয়া হয় ৷ টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেটছমেন ৷ নিজৰ বৰ্ণিল টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত গাভাস্কাৰে ৩৪ টা শতক অৰ্জন কৰি অভিলেখ ৰচিছিল ৷ দুটা দশকৰ পাছত ২০০৫ চনত সেই অভিলেখ শচীন তেণ্ডুলকাৰে অতিক্ৰম কৰে ৷ টেষ্ট মেচত ১০,০০০ ৰাণ কৰা গাভাস্কাৰেই হৈছে প্ৰথমজন বেটছমেন ৷ ১৯৮৩ চনত বিশ্বকাপবিজয়ী ভাৰতীয় দলটোৰো তেওঁ এজন সদস্য আছিল ৷ উল্লেখনীয় যে ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুনীল গাভাস্কাৰক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানীত কৰিছে ৷ [1] [2]

তথ্য-সূত্ৰ

  1. http://sportstar.thehindu.com/profile/author/Sunil-Gavaskar-6283/
  2. http://archive.cricketnmore.com/legends/sunil-gavaskar-biography-6