অতি পৰিবাহিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
(edited with ProveIt)
 
No edit summary
1 নং শাৰী: 1 নং শাৰী:
'''অতি পৰিবাহিতা'''(Super Conductivity) হৈছে বৈদ্যুতিক ৰোধ শূন্য হৈ পৰাৰ এক বিশেষ প্ৰপঞ্চ, য'ত বৈদ্যুতিক প্ৰৱাহ বিনা বাধাৰে প্ৰৱাহিত হ'ব পাৰে ৷ বৈদ্যুতিক ৰোধে প্ৰদান কৰা বাধা অতি পৰিবাহী পদাৰ্থত দেখিবলৈ পোৱা নাযায় ৷ <ref name="বিপুল">{{cite news | title=ভাৰতীয় বিজ্ঞানীৰ অতি পৰিবাহিতাৰ গৱেষণা | work=দৈনিক অসম | date=২০ জুলাই, ২০১৯ | agency=দৈনিক অসম | accessdate=22 July 2019 | author=শইকীয়া, বিপুলজ্যোতি | pages=১৪}}</ref> তাৰ বাবে সেই বিশেষ পদাৰ্থবিধক নিৰ্দিষ্ট ক্ৰান্তিক উষ্ণতাৰ তলত শীতল কৰিব লাগিব ৷ এই বিশেষ প্ৰপঞ্চটো আৱিষ্কৃত হৈছিল ১৯১১ চনৰ ৮ এপ্ৰিলত,নেডাৰলেণ্ডৰ লেইডেনত ৷ আৱিষ্কাৰ কৰিছিল পদাৰ্থ বিজ্ঞানী হেইকে কেমাৰলিঙ্ঘে (Heike Kamerlingh) ৷ <ref>http://books.google.co.in/books?id=ad8_JsfCdKQC&printsec=frontcover&redir_esc=y&hl=en#v=onepage&q&f=false</ref> <ref>http://books.google.co.in/books?id=VdEVdJo3CDgC&pg=PA238&redir_esc=y#v=onepage&q&f=false

</ref>
</ref>
[[File:Meissner effect p1390048.jpg|thumb|upright|300px|জুলীয়া নাইট্ৰ'জেনৰে শীতলীকৰণ কৰাৰ পাছত, এডাল চুম্বকক উচ্চ উষ্ণতাৰ অতিপৰিবাহীৰ ওপৰত ওপঙি উঠা দেখা গৈছে ৷ অতিপৰিবাহীৰ পৃষ্ঠত চালিত হোৱা অপৰিৱৰ্তনীয় বৈদ্যুতিক প্ৰৱাহে চুম্বকৰ চুম্বকীয় শক্তি বিচ্যুত কৰিছে ৷]]

==তথ্যসূত্ৰ==

15:48, 22 July 2019ৰ সংস্কৰণ

অতি পৰিবাহিতা(Super Conductivity) হৈছে বৈদ্যুতিক ৰোধ শূন্য হৈ পৰাৰ এক বিশেষ প্ৰপঞ্চ, য'ত বৈদ্যুতিক প্ৰৱাহ বিনা বাধাৰে প্ৰৱাহিত হ'ব পাৰে ৷ বৈদ্যুতিক ৰোধে প্ৰদান কৰা বাধা অতি পৰিবাহী পদাৰ্থত দেখিবলৈ পোৱা নাযায় ৷ [1] তাৰ বাবে সেই বিশেষ পদাৰ্থবিধক নিৰ্দিষ্ট ক্ৰান্তিক উষ্ণতাৰ তলত শীতল কৰিব লাগিব ৷ এই বিশেষ প্ৰপঞ্চটো আৱিষ্কৃত হৈছিল ১৯১১ চনৰ ৮ এপ্ৰিলত,নেডাৰলেণ্ডৰ লেইডেনত ৷ আৱিষ্কাৰ কৰিছিল পদাৰ্থ বিজ্ঞানী হেইকে কেমাৰলিঙ্ঘে (Heike Kamerlingh) ৷ [2] [3]

জুলীয়া নাইট্ৰ'জেনৰে শীতলীকৰণ কৰাৰ পাছত, এডাল চুম্বকক উচ্চ উষ্ণতাৰ অতিপৰিবাহীৰ ওপৰত ওপঙি উঠা দেখা গৈছে ৷ অতিপৰিবাহীৰ পৃষ্ঠত চালিত হোৱা অপৰিৱৰ্তনীয় বৈদ্যুতিক প্ৰৱাহে চুম্বকৰ চুম্বকীয় শক্তি বিচ্যুত কৰিছে ৷

তথ্যসূত্ৰ

  1. শইকীয়া, বিপুলজ্যোতি (২০ জুলাই, ২০১৯). "ভাৰতীয় বিজ্ঞানীৰ অতি পৰিবাহিতাৰ গৱেষণা". দৈনিক অসম. দৈনিক অসম: পৃষ্ঠা ১৪. 
  2. http://books.google.co.in/books?id=ad8_JsfCdKQC&printsec=frontcover&redir_esc=y&hl=en#v=onepage&q&f=false
  3. http://books.google.co.in/books?id=VdEVdJo3CDgC&pg=PA238&redir_esc=y#v=onepage&q&f=false