লাডাখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
-chanakyakdas (আলোচনা | বৰঙণি) ref fix |
-chanakyakdas (আলোচনা | বৰঙণি) →ৰাজনৈতিক দখল: ref fix |
||
16 নং শাৰী: | 16 নং শাৰী: | ||
== ৰাজনৈতিক দখল == |
== ৰাজনৈতিক দখল == |
||
আক্সাই চিন ভাৰত আৰ চীনৰ মাজত বিবাদিত অঞ্চল।<ref>{{ |
আক্সাই চিন ভাৰত আৰ চীনৰ মাজত বিবাদিত অঞ্চল।<ref>{{cite news |title = Fantasy frontiers |url = https://www.economist.com/blogs/dailychart/2011/05/indian_pakistani_and_chinese_border_disputes |accessdate = 24 September 2014 |newspaper = The Economist |date = 8 February 2012}}</ref> এই অঞ্চলত বৰ্তমান চীনৰ শাসন চলি আছে- হ'টানৰ অংশ হিচাপে, পিচে ভাৰতেও এই অঞ্চলক [[জম্মু আৰু কাশ্মীৰ|জম্মু-কাশ্মীৰ]]ৰ অংশ হিচাপে দাবী কৰি আহিছে। ১৯৬২ চনত দুয়ো দেশৰ মাজত [[আক্সাই চিন]] আৰু [[অৰুণাচল প্ৰদেশ]]ক লৈ যুদ্ধ সংঘটিত হৈছিল। পিচে ১৯৯৩ আৰু ১৯৯৬ চনত দুয়ো দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক সন্মান জনোৱাৰ কথাক লৈ চুক্তি স্বাক্ষৰ কৰিলে।<ref name="GlobalSecurity">{{cite web |url = http://www.globalsecurity.org/military/world/war/india-china_conflicts.htm |title = India-China Border Dispute |publisher=GlobalSecurity.org}}</ref> |
||
অতীতত গুৰুত্বপূৰ্ণ বাণিজ্য পথ লাদাখেৰে পাৰ হোৱাৰ বাবে লাদাখৰ এক বিশেষ মহত্ব আছিল এই ক্ষেত্ৰৰ।<ref name="TransHimalayan">{{ |
অতীতত গুৰুত্বপূৰ্ণ বাণিজ্য পথ লাদাখেৰে পাৰ হোৱাৰ বাবে লাদাখৰ এক বিশেষ মহত্ব আছিল এই ক্ষেত্ৰৰ।<ref name="TransHimalayan">{{cite book |last = Rizvi |first=Janet |year=2001 |title = Trans-Himalayan Caravans – Merchant Princes and Peasant Traders in Ladakh |publisher = [[Oxford India Paperbacks]] }}</ref> কিন্তু ১৯৬০ৰ দশকত চীনে তিব্বত আৰু [[মধ্য এছিয়া]]ৰ সীমা বন্ধ কৰাত আন্তৰ্জাতিক বাণিজ্য হ্ৰাস পাবলৈ ধৰিলে- কিছু পৰিমাণে পৰ্যটনহে এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে। কেইবাদশক ধৰি ভাৰতৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জম্মু-কাশ্মীৰৰ অংশ হিচাপে থকাৰ বাবে ভাৰতীয় সেনাৰ ভালেমান উপস্থিতি অঞ্চলটোত আছে। |
||
== জনসংখ্যা আৰু অন্যান্য তথ্য == |
== জনসংখ্যা আৰু অন্যান্য তথ্য == |
03:12, 10 August 2019ৰ সংস্কৰণ
Ladakh | |
---|---|
— Administrative Division (current) Union territory (proposed) — |
|
Ladakh within India | |
Ladakh in pink shown within the wider Kashmir region | |
Country | ভাৰত |
State | |
Division | 8 February 2019 |
কেন্দ্ৰীয় শাসিত অঞ্চল | TBA |
Capital and largest city | Leh |
Districts | 2 |
চৰকাৰ | |
- Lieutenant Governor | TBA |
- Divisional Commissioner | Saugat Biswas |
- MP | Jamyang Tsering Namgyal (BJP) |
- High Court | Jammu and Kashmir High Court |
মাটিকালি[1][lower-alpha 1] | |
- মুঠ | ৫৯,১৯৬ কি.মি.২ (২২,৮৫৫.৭ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ২,৭৪,২৮৯ জন |
- জনঘনত্ব | ৪.৬ প্ৰতি বৰ্গ কি.মি. (১২ প্ৰতি বৰ্গ মাইল) |
বিশেষণ | Ladakhi |
ভাষাসমূহ | |
- আনুষ্ঠানিক | Ladakhi, Purki, Shina, Tibetan, Balti, Urdu, Hindi |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
যানবাহনৰ নম্বৰ | Leh: JK10; Kargil: JK07 |
মুখ্য চহৰ | লেহ, কৰ্গিল |
Infant mortality rate | 19%[2] (1981) |
ৱেবছাইট | http://jkladakhaffairs.nic.in/ |
লাদাখ উত্তৰ-ভাৰতৰ এক অংশ। লাদাখ এলেকা কাৰাকোৰাম ৰেঞ্জৰ চিয়াচেনৰপৰা দক্ষিণত হিমালয়লৈকে। লাদাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ।[3][4] লাদাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাদাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত।
ঐতিহাসিকভাৱে লাদাখে বালতিস্তান (বাল্টিয়ুল) উপত্যকা (বৰ্তমানে প্ৰায় অংশ পাকিস্তানত আছে), উজনি সিন্ধু উপত্যকা, জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি (ৰুডক, গুগে সামৰি) আক্সাই চিন [কুন-লুন সামৰি], উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাদাখৰ সীমাত পূব দিশে তিব্বত, দক্ষিণে লাহৌল আৰু স্পিটি, পশ্চিমে কাশ্মীৰ, জম্মু আৰু বাল্টিয়ুল আৰু উত্তৰে চীনৰ চিঞ্জিয়াং আছে।
ৰাজনৈতিক দখল
আক্সাই চিন ভাৰত আৰ চীনৰ মাজত বিবাদিত অঞ্চল।[5] এই অঞ্চলত বৰ্তমান চীনৰ শাসন চলি আছে- হ'টানৰ অংশ হিচাপে, পিচে ভাৰতেও এই অঞ্চলক জম্মু-কাশ্মীৰৰ অংশ হিচাপে দাবী কৰি আহিছে। ১৯৬২ চনত দুয়ো দেশৰ মাজত আক্সাই চিন আৰু অৰুণাচল প্ৰদেশক লৈ যুদ্ধ সংঘটিত হৈছিল। পিচে ১৯৯৩ আৰু ১৯৯৬ চনত দুয়ো দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক সন্মান জনোৱাৰ কথাক লৈ চুক্তি স্বাক্ষৰ কৰিলে।[6]
অতীতত গুৰুত্বপূৰ্ণ বাণিজ্য পথ লাদাখেৰে পাৰ হোৱাৰ বাবে লাদাখৰ এক বিশেষ মহত্ব আছিল এই ক্ষেত্ৰৰ।[7] কিন্তু ১৯৬০ৰ দশকত চীনে তিব্বত আৰু মধ্য এছিয়াৰ সীমা বন্ধ কৰাত আন্তৰ্জাতিক বাণিজ্য হ্ৰাস পাবলৈ ধৰিলে- কিছু পৰিমাণে পৰ্যটনহে এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে। কেইবাদশক ধৰি ভাৰতৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জম্মু-কাশ্মীৰৰ অংশ হিচাপে থকাৰ বাবে ভাৰতীয় সেনাৰ ভালেমান উপস্থিতি অঞ্চলটোত আছে।
জনসংখ্যা আৰু অন্যান্য তথ্য
লাদাখৰ বৃহত্তম চহৰ লেহ আৰু তাৰ পাছতেই আছে কাৰ্গিল।[8] লাদাখৰ ৩৯.৭% মানুহ তিব্বতী বৌদ্ধ ধৰ্মাৱলম্বী, ১২.১% হিন্দু আৰু ৪৬.৪% লোক মুছলমান (মূলতঃ শ্বিয়া)[9] অন্যান্য উপস্থিত ধৰ্মৰ ভিতৰত শিখ অন্যতম।[10]
কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা
লেহৰ কিছু সংগঠন আৰু ব্যক্তিয়ে বিগত কেইবছৰমানৰপৰা লাদাখক জম্মু-কাশ্মীৰৰপৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ দাবী জনাই আহিছিল। ইয়াৰ কাৰণ আছিল এই ধাৰণা যে কাশ্মীৰে প্ৰায় বিকাশৰ ক্ষেত্ৰত লাদাখক আওকাণ কৰিছিল- লগতে মুছলিম প্ৰধান কাশ্মীৰৰ সৈতে লাদাখৰ সাংস্কৃতিক পাৰ্থক্যও আছে। পিচে কাৰ্গিলৰ কিছু লোকে এই প্ৰস্তাৱৰ বিৰোধিতাও কৰিছিল।[11][12] ফেব্ৰুৱাৰী ২০১৯ চনত লাদাখক জম্মু-কাশ্মীৰৰ অন্তৰ্গত এক পৃথক ভাগ ঘোষণা কৰা হ'ল। আগষ্ট ২০১৯ত ভাৰতীয় সংসদৰ দুয়ো সদনে গৃহিত কৰা এক বিল অনুযায়ী লাদাখ জম্মু-কাশ্মীৰৰপৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চল হ'ব।[13]
তথ্য সংগ্ৰহ
- ↑ "MHA.nic.in". MHA.nic.in. Archived from the original on 8 December 2008. https://web.archive.org/web/20081208212815/http://mha.nic.in/uniquepage.asp?Id_Pk=306। আহৰণ কৰা হৈছে: 21 June 2012.
- ↑ Wiley, AS (2001). "The ecology of low natural fertility in Ladakh". J Biosoc Sci খণ্ড 30 (4): 457–80. PMID 9818554.
- ↑ Jina, Prem Singh (1996). Ladakh: The Land and the People. Indus Publishing. ISBN 978-81-7387-057-6.
- ↑ "In Depth-the future of Kashmir". BBC News. http://news.bbc.co.uk/2/shared/spl/hi/south_asia/03/kashmir_future/html/default.stm। আহৰণ কৰা হৈছে: 16 April 2013.
- ↑ "Fantasy frontiers". The Economist. 8 February 2012. https://www.economist.com/blogs/dailychart/2011/05/indian_pakistani_and_chinese_border_disputes। আহৰণ কৰা হৈছে: 24 September 2014.
- ↑ "India-China Border Dispute". GlobalSecurity.org. http://www.globalsecurity.org/military/world/war/india-china_conflicts.htm.
- ↑ Rizvi, Janet (2001). Trans-Himalayan Caravans – Merchant Princes and Peasant Traders in Ladakh. Oxford India Paperbacks.
- ↑ Osada et al. (2000), p. 298.
- ↑ S, Kamaljit Kaur; DelhiJune 4, hu New; June 4, 2019UPDATED:; Ist, 2019 20:00. "Government planning to redraw Jammu and Kashmir assembly constituency borders: Sources". https://www.indiatoday.in/india/story/government-toys-with-delimitation-commission-in-j-k-1542446-2019-06-04.
- ↑ Rizvi, Janet. Ladakh — Crossroads of High Asia.
- ↑ "Kargil Council For Greater Ladakh". The Statesman, 9 August 2003. 2003. http://www.jammu-kashmir.com/archives/archives2003/kashmir20030809c.html। আহৰণ কৰা হৈছে: 22 August 2006.
- ↑ Loram, Charlie (2004). Trekking in Ladakh. Trailblazer Publications.
- ↑ "Article 370 revoked Updates: Jammu & Kashmir is now a Union Territory, Lok Sabha passes bifurcation bill". https://www.businesstoday.in/current/economy-politics/jammu-and-kashmir-crisis-live-updates-governor-reviews-security-situation-in-state/story/370856.html.
উদ্ধৃতি ত্ৰুটি: <ref>
টেগ্সমূহ "lower-alpha" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="lower-alpha"/>
টেগ্ পোৱা নগ'ল