২৯ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
সম্পাদনা সাৰংশ নাই
SlowPhoton (আলোচনা | বৰঙণি) (added Category:ইংৰাজী বৰ্ষপঞ্জীৰ দিন using HotCat) |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
==জন্ম==
# ১৮৬২ চনৰ এই দিনটোতে বেলজিয়ামৰ কবি, নাট্যকাৰ [[মৰিচ মেটাৰলিংক]]ৰ জন্ম
# ১৯০২ চনৰ এই দিনটোতে ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ত্ববিদ আৰু সাহিত্যিক [[ভেৰিয়া এলউইন]]ৰ জন্ম
# ১৯১৫ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেত্ৰী [[ইনগ্ৰিড বাৰ্গমেন]]ৰ জন্ম
==মৃত্যু==
# ১৯৯০ চনৰ এই দিনটোতেই অসমীয়া সংগীত জগতৰ এক প্ৰতিভা [[তাৰিকুদ্দিন আহমেদ]]ৰ মৃত্যু
==অনান্য==
# ১৮৮২ চনৰ এই দিনটোতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয়
# ১৯১০ চনৰ এই দিনটোতে [[কোৰিয়া]] জাপানৰ অধীনলৈ
# ১৯৪৭ চনৰ এই দিনটোতে [[ভাৰতৰ সংবিধান]]খনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা
# ১৯৭৬ চনৰ এই দিনটোতে বিংশ শতাব্দীৰ অগ্ৰণী জনপ্ৰিয় বাঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, বংগৰ বিদ্ৰোহী কবি নামেৰে খ্যাত [[কাজী নজৰুল ইছলাম]]ৰ মৃত্যু
# ১৯৮২ চনৰ এই দিনটোতে ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা
# ১৯৯১ চনৰ এই দিনটোতে ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা
==দিৱস==
|