গুলজাৰিলাল নন্দা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: {{Use dmy dates|date=December 2012}} {{Infobox Officeholder | image = Gulzarilal Nanda.jpg | alt = | caption = | image_size = 180px |of...
 
No edit summary
34 নং শাৰী: 34 নং শাৰী:
|}}
|}}


'''গুলজাৰিলাল নন্দা''' {{en|Gulzarilal Nanda|৪ জুলাই ১৮৯৮ – ১৫ জানুৱাৰী ১৯৯৮}}<ref>{{cite web|url=http://www.rediff.com/news/1998/jan/15nan.htm |title=Rediff On The NeT: Former PM Gulzarilal Nanda dead |publisher=Rediff.com |date= |accessdate=2015-05-25}}</ref><ref>{{cite book|author=Disha Experts |title=General Awareness for SSC Exams - CGL/ CHSL/ MTS/ GD Constable/ Stenographer |url=https://books.google.com/books?id=NrctDwAAQBAJ&pg=SL2-PA90 |date=10 July 2017 |publisher=Disha Publications |isbn=978-93-86323-29-3 |pages=2–}}</ref> আছিল ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ৷ ১৯৬৪ চনত জৱাহৰলাল নেহৰু আৰু ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে তেখেত দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধান মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা নিৰ্বাচিত নতুন প্ৰধান মন্ত্ৰীৰ কাৰ্যকালৰ জৰিয়তে তে‍ঁওৰ দুয়োটা কাৰ্যকালৰ অন্ত পৰিছিল। ১৯৯৭ চনত তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।
'''গুলজাৰিলাল নন্দা''' {{en|Gulzarilal Nanda|৪ জুলাই ১৮৯৮ – ১৫ জানুৱাৰী ১৯৯৮}}<ref>{{cite web|url=http://www.rediff.com/news/1998/jan/15nan.htm |title=Rediff On The NeT: Former PM Gulzarilal Nanda dead |publisher=Rediff.com |date= |accessdate=2015-05-25}}</ref><ref>{{cite book|author=Disha Experts |title=General Awareness for SSC Exams - CGL/ CHSL/ MTS/ GD Constable/ Stenographer |url=https://books.google.com/books?id=NrctDwAAQBAJ&pg=SL2-PA90 |date=10 July 2017 |publisher=Disha Publications |isbn=978-93-86323-29-3 |pages=2–}}</ref> আছিল ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ৷ ১৯৬৪ চনত [[জৱাহৰলাল নেহৰু]] আৰু ১৯৬৬ চনত [[লাল বাহাদুৰ শাস্ত্ৰী]]ৰ মৃত্যুৰ বাবে তেখেত দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধান মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ দ্বাৰা নিৰ্বাচিত নতুন প্ৰধান মন্ত্ৰীৰ কাৰ্যকালৰ জৰিয়তে তে‍ঁওৰ দুয়োটা কাৰ্যকালৰ অন্ত পৰিছিল। ১৯৯৭ চনত তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান [[ভাৰত ৰত্ন]] প্ৰদান কৰা হৈছিল।
==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}

16:49, 18 September 2019ৰ সংস্কৰণ

গুলজাৰিলাল নন্দা
চিত্ৰ:Gulzarilal Nanda.jpg
Interim Prime Minister of India
কাৰ্যকাল
11 January 1966 – 24 January 1966
ৰাষ্ট্ৰপতি Sarvepalli Radhakrishnan
পূৰ্বসূৰী Lal Bahadur Shastri
উত্তৰসূৰী Indira Gandhi
কাৰ্যকাল
27 May 1964 – 9 June 1964
ৰাষ্ট্ৰপতি Sarvepalli Radhakrishnan
পূৰ্বসূৰী Jawaharlal Nehru
উত্তৰসূৰী Lal Bahadur Shastri
Minister of Home Affairs
কাৰ্যকাল
29 August 1963 – 14 November 1966
প্ৰধানমন্ত্ৰী Jawaharlal Nehru
Lal Bahadur Shastri
Indira Gandhi
পূৰ্বসূৰী Lal Bahadur Shastri
উত্তৰসূৰী Yashwantrao Chavan
ব্যক্তিগত তথ্য
জন্ম ৪ জুলাই, ১৮৯৮
Sialkot, Punjab, British India
(now in Punjab, Pakistan)
মৃত্যু ১৫ জানুৱাৰী, ১৯৯৮ (৯৯ বছৰ)
Ahmedabad, Gujarat, India
ৰাজনৈতিক দল Indian National Congress
দাম্পত্যসঙ্গী Lakshmi
সন্তান 2 sons and 1 daughter
শিক্ষানুষ্ঠান Allahabad University

গুলজাৰিলাল নন্দা (ইংৰাজী: Gulzarilal Nanda; ৪ জুলাই ১৮৯৮ – ১৫ জানুৱাৰী ১৯৯৮)[1][2] আছিল ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ৷ ১৯৬৪ চনত জৱাহৰলাল নেহৰু আৰু ১৯৬৬ চনত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে তেখেত দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধান মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা নিৰ্বাচিত নতুন প্ৰধান মন্ত্ৰীৰ কাৰ্যকালৰ জৰিয়তে তে‍ঁওৰ দুয়োটা কাৰ্যকালৰ অন্ত পৰিছিল। ১৯৯৭ চনত তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।

তথ্য সংগ্ৰহ