২৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{আজিৰ দিনটো|24|9|267}}
# ১৯৯৯ চনৰ আজিৰ দিনটোতে অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী পান্নালাল অছোৱালৰ আততায়ীৰ হাতত মৃত্যু হয় ।
== ঘটনাৱলী ==
# ১৭২৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতা , চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে ।
# ১৯৯৯ চনৰ আজিৰ দিনটোতে অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী পান্নালাল অছোৱালৰ আততায়ীৰ হাতত মৃত্যু হয়।
# ১৯২৪ চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা কৃষ্ণকুমাৰ শুক্লাৰ জন্ম হয় ।
# ১৭২৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতা , চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে।
# ২০০২ চনৰ আজিৰ দিনটোতে গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬ জন লোকৰ মৃত্যু হয় ।
# ১৯২৪ চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা কৃষ্ণকুমাৰ শুক্লাৰ জন্ম হয়।
# ২০০৭ চনৰ আজিৰ দিনটোতে প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয় ।
# ২০০২ চনৰ আজিৰ দিনটোতে গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬ জন লোকৰ মৃত্যু হয়।
# ১৯৬১ চনৰ আজিৰ দিনটোতে ৰাজনৈতিক কৰ্মী মাডাম ৱিকাজী কামাৰ জন্ম হয় ।
# ২০০৭ চনৰ আজিৰ দিনটোতে প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয়।
# ১৮৯৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ আন্দ্ৰে ফ্ৰেডেৰিক কৰনাদৰ জন্ম হয় ।
# ১৯৬১ চনৰ আজিৰ দিনটোতে ৰাজনৈতিক কৰ্মী মাডাম ৱিকাজী কামাৰ জন্ম হয়।
# ১৯০৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু ঘটে । ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত ।
# ১৮৯৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ আন্দ্ৰে ফ্ৰেডেৰিক কৰনাদৰ জন্ম হয়।
# ২০০১ চনৰ আজিৰ দিনটোতে মাৰ্কিন যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয় ।
# ১৯০৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু ঘটে। ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
# ২০১৩ চনৰ আজিৰ দিনটোতে পাকিস্তানত সংঘটিত হয় এক ভয়াবহ ভূমিকম্পৰ ৷ এই ভূমিকম্পৰ ফলতপাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘‘যলযলা জাযীৰা’’ৰ সৃষ্টি হয় ।
# ২০০১ চনৰ আজিৰ দিনটোতে মাৰ্কিন যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।
# ২০১৩ চনৰ আজিৰ দিনটোতে পাকিস্তানত সংঘটিত হয় এক ভয়াবহ ভূমিকম্পৰ। এই ভূমিকম্পৰ ফলতপাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘‘যলযলা জাযীৰা’’ৰ সৃষ্টি হয়।


[[শ্ৰেণী:ছেপ্টেম্বৰ]]
[[শ্ৰেণী:ছেপ্টেম্বৰ]]

15:51, 24 September 2019ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

২৪ ছেপ্টেম্বৰ (ইংৰাজী: 24 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৭তম (অধিবৰ্ষত ২৬৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৮টা দিন বাকী থাকে।

ঘটনাৱলী

  1. ১৯৯৯ চনৰ আজিৰ দিনটোতে অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী পান্নালাল অছোৱালৰ আততায়ীৰ হাতত মৃত্যু হয়।
  2. ১৭২৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতা , চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে।
  3. ১৯২৪ চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা কৃষ্ণকুমাৰ শুক্লাৰ জন্ম হয়।
  4. ২০০২ চনৰ আজিৰ দিনটোতে গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬ জন লোকৰ মৃত্যু হয়।
  5. ২০০৭ চনৰ আজিৰ দিনটোতে প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয়।
  6. ১৯৬১ চনৰ আজিৰ দিনটোতে ৰাজনৈতিক কৰ্মী মাডাম ৱিকাজী কামাৰ জন্ম হয়।
  7. ১৮৯৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ আন্দ্ৰে ফ্ৰেডেৰিক কৰনাদৰ জন্ম হয়।
  8. ১৯০৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু ঘটে। ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
  9. ২০০১ চনৰ আজিৰ দিনটোতে মাৰ্কিন যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।
  10. ২০১৩ চনৰ আজিৰ দিনটোতে পাকিস্তানত সংঘটিত হয় এক ভয়াবহ ভূমিকম্পৰ। এই ভূমিকম্পৰ ফলতপাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘‘যলযলা জাযীৰা’’ৰ সৃষ্টি হয়।