6,242
টা সম্পাদনা
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary টেগ্: ২০১৭ উৎস সম্পাদনা |
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary টেগ্: ২০১৭ উৎস সম্পাদনা |
||
c <math>\notin</math> B, ইয়াক পঢ়া হয় c,B ৰ সদস্য বা উপাদান নহয় (c does not belongs to B)
== সংহতিৰ প্ৰকাৰভেদ ==
সংহতিক মুঠ চাৰিটা পদ্ধতিত প্রকাশ কৰা হয়। যথাঃ (১) তালিকা পদ্ধতি (Roster Method বা Tabular Method), (২) সংহতি গঠন পদ্ধতি (Set Builder Method), (৩) সাধাৰন ভাষাগত বৰ্ননা আৰু (৪)ভেনচিত্র।
====== (১) তালিকা পদ্ধতি ======
এই পদ্ধতিত সংহতিৰ সকলো উপাদান সুনিৰ্দিষ্টভাৱে উল্লেখ কৰি দ্বিতীয় বন্ধনী { } ৰ মাজত আবদ্ধ কৰা হয় আৰু একাধিক উপাদান থাকিলে 'কমা' ব্যবহাৰ কৰি উপদান সমূহক পৃথক ভাবে প্ৰকাশ কৰা হয়।
যেনে-
A = {a,b}, B = {2,4,6}
C = {সাগৰ, নদী, জলপ্ৰপাত}
ইত্যাদি।
====== (২) সংহতি গঠন পদ্ধতি ======
এই পদ্ধতিত সংহতিৰ সকলো উপাদান সুনিৰ্দিষ্টভাবে উল্লেখ কৰা নহয়, ইয়াত উপাদান নিৰ্ধাৰণৰ বাবে সধাৰণ ধৰ্মৰ উল্লেখ থাকে।
যেনে-
A = {X : X স্বাভাৱিক অযুগ্ম সংখ্যা}
B = {X : X, 28 ৰ গুণনীয়ক}
ইত্যাদি।
ইয়াত, ':' দ্বাৰা ' সংক্ষেপে 'যেন' (such that) বুজোৱা হয়। যিহেতু এই পদ্ধতিত সংহতিৰ উপাদান নিৰ্ধাৰণৰ বাবে চৰ্ত বা নিয়ম (Rule) দিয়া থাকে সেয়ে এই পদ্ধতিক Rule Method বুলি কোৱা হয়।
==তথ্যসূত্ৰ==
|
টা সম্পাদনা