5,763
টা সম্পাদনা
SlowPhoton (আলোচনা | বৰঙণি) (-শ্ৰেণী:ভৌতিক ধ্ৰুৱক; -শ্ৰেণী:আদৰ্শ গেছ; -শ্ৰেণী:পদাৰ্থৰ পৰিমাণ; +শ্ৰেণী:ধ্ৰুৱক using HotCat) |
-chanakyakdas (আলোচনা | বৰঙণি) (Dimensions) |
||
|-
|}
'''গেছ ধ্ৰুৱক''' ('''মলাৰ''', '''বিশ্বজনীন''', বা '''আদৰ্শ গেছ ধ্ৰুৱক''' বুলিও জনা যায়।) হ'ল এটা ভৌতিক ধ্ৰুৱক। ইয়াক [[পদাৰ্থবিজ্ঞান|পদাৰ্থ বিজ্ঞান]]ৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে -
গেছ ধ্ৰুৱকৰ মান হ'ল:
:<big>{{physconst|R}}</big>
== মাত্ৰা ==
আদৰ্শ গেছ সমীকৰণ ''PV'' = ''nRT''ৰ পৰা পাওঁ:
:<math>R = \frac{PV}{nT}</math>
য'ত ''P'' চাপ, ''V'' আয়তন, ''n'' ম'ল সংখ্যা, আৰু ''T'' উষ্ণতা।
যিহেতু চাপ হৈছে প্ৰতি একক কালিত বলৰ মান, গতিকে গেছ সমীকৰণটো তলত দিয়া ধৰণে লিখিব পৰা যাব:
:<math>R = \frac{ \dfrac{\mathrm{force}}{\mathrm{area}} \times \mathrm{volume} }
{ \mathrm{amount} \times \mathrm{temperature} }
</math>
কালি আৰু আয়তন হৈছে ক্ৰমে (length)<sup>2</sup> আৰু (length)<sup>3</sup> । গতিকে:
:<math>R = \frac{ \dfrac{\mathrm{force} }{ (\mathrm{length})^2} \times (\mathrm{length})^3 }
{ \mathrm{amount} \times \mathrm{temperature} }
= \frac{ \mathrm{force} \times \mathrm{length} }
{ \mathrm{amount} \times \mathrm{temperature} }
</math>
যিহেতু বল × দীঘ = কাৰ্য:
:<math>R = \frac{ \mathrm{work} }
{ \mathrm{amount} \times \mathrm{temperature} }
</math>
আকৌ, আমি জানোঁ,
:<math>\mathrm{force} = \frac{ \mathrm{mass} \times \mathrm{length} }
{ (\mathrm{time})^2 }
</math>
গতিকে ''R'' ক আমি তলত দিয়া ধৰণে লিখিব পাৰোঁ:
:<math>R = \frac{ \mathrm{mass} \times \mathrm{length}^2 }
{ \mathrm{amount} \times \mathrm{temperature} \times (\mathrm{time})^2 }
</math>
গতিকে, এছ আই এককত:
:''R'' = {{physconst|R|unit=no|after= kg⋅m<sup>2</sup>⋅s<sup>−2</sup>⋅K<sup>−1</sup>⋅mol<sup>−1</sup>|ref=no}}.
==তথ্য সংগ্ৰহ==
|
টা সম্পাদনা