সমাৰ্থক শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
→সমাৰ্থক শব্দৰ উদাহৰণ
Nayan j Nath (আলোচনা | বৰঙণি) টেগ্: ২০১৭ উৎস সম্পাদনা |
Nayan j Nath (আলোচনা | বৰঙণি) টেগ্: ২০১৭ উৎস সম্পাদনা |
||
3 নং শাৰী:
==সমাৰ্থক শব্দৰ উদাহৰণ==
তলত অসমীয়াত ব্যৱহৃত কিছু সমাৰ্থক শব্দৰ উদাহৰণ দাঙি ধৰা হ'ল:
*'''অতি :''' অত্যন্ত, অতিশয়, অধিক, খুব, পৰম।
*'''অগ্নি :''' জুই, অনল, বহ্নি, হুতাশন, পাৱক।
15 নং শাৰী:
*'''অসুখ:''' অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।
*'''আকাশ :''' অম্বৰ, গগণ, ব্যোম, শূণ্য।
*'''আচমান :''' আকাশ
25 নং শাৰী:
*'''আৰাও :''' মাত, চিঞৰ, শব্দ।
*'''ইচ্ছা :''' আকাংক্ষা, অভিলাষ, অভিপ্ৰায়,কামনা,বাঞ্ছা, স্পৃহা, অনুৰোধ, কামনা, হেঁপাহ, হাবিয়াহ, হাবিলাষ।
*'''ঈশ্বৰ :''' নাৰায়ণ, ভগৱান, দীননাথ, দীনদয়াল,দীনবন্ধু, পৰমেশ্বৰ, পৰমপিতা, ঈশ,জগদীশ, বিধাতা, আল্লা, খোদা, পৰমেশ, প্ৰভু, কৃষ্ণ, জগৎ পিতা, ধাতা, দয়াময়, জগতস্ৰষ্টা, কৰুণাময়।
'''উজু :''' সৰল, সহজ, ঢিলা।
'''উত্তম :''' উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
'''উভতি :''' উলটি।
'''ঋণ :''' কৰ্জ, দেনা, ধাৰ।
|