সমাৰ্থক শব্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
38 নং শাৰী: 38 নং শাৰী:
'''উ'''
'''উ'''


'''উজু :''' সৰল, সহজ, ঢিলা।
*'''উজু :''' সৰল, সহজ, ঢিলা।
'''উত্তম :''' উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
*'''উত্তম :''' উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
'''উভতি :''' উলটি।
*'''উভতি :''' উলটি।


'''ঋ'''
'''ঋ'''


'''ঋণ :''' কৰ্জ, দেনা, ধাৰ।
*'''ঋণ :''' কৰ্জ, দেনা, ধাৰ।


= তথ্যসংগ্ৰহ =
= তথ্যসংগ্ৰহ =

17:44, 18 April 2020ৰ সংস্কৰণ

সমাৰ্থক শব্দ বোৰ কোনো শব্দৰ সলনি বা বিকল্প হিচাপে ব্যৱহাৰ হোৱা বা একে অর্থ প্ৰকাশক শব্দ। সমাৰ্থক শব্দক প্ৰতিশব্দ বুলিও কোৱা হয়। একেটা শব্দৰে কেইবাটাও প্ৰতিশব্দ থাকিব পাৰে। অসমীয়া সমার্থক শব্দ বা প্ৰতিশব্দই ভাষাৰ শব্দ ভাণ্ডাৰৰ প্ৰকাশিকা শক্তি বৃদ্ধি পায়।

সমাৰ্থক শব্দৰ উদাহৰণ

তলত অসমীয়াত ব্যৱহৃত কিছু সমাৰ্থক শব্দৰ উদাহৰণ দাঙি ধৰা হ'ল:

  • অতি : অত্যন্ত, অতিশয়, অধিক, খুব, পৰম।
  • অগ্নি : জুই, অনল, বহ্নি, হুতাশন, পাৱক।
  • অনুৰাগ : আসক্তি, প্ৰেম।
  • অন্ধকাৰ : তমঃ, তিমিৰ, আন্ধাৰ, নিশি।
  • অমৰাপুৰী : স্বৰ্গ, দেৱলোক।
  • অমৃত : সুধা, অমিয়, পীযুষ।
  • অৰ্থ : ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা,সম্পদ, বিত্ত, ঐশ্বৰ্য।
  • অলংকাৰ : আভৰণ, কানি-কাপোৰ।
  • অসুৰ : দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত,দেৱৰিপু।
  • অসুখ: অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।

  • আকাশ : অম্বৰ, গগণ, ব্যোম, শূণ্য।
  • আচমান : আকাশ
  • আত্মীয় : কুটুম, আপোন, মানুহ, সম্বন্ধীয় মানুহ।
  • আনন্দ : ৰং, আমোদ, ধেমালি।
  • আভৰণ : অলংকাৰ, কানি-কাপোৰ।
  • আহত : আঘাত, কোব, মাৰ, প্ৰহাৰ।
  • আবেদন : দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন।
  • আৰাও : মাত, চিঞৰ, শব্দ।

  • ইচ্ছা : আকাংক্ষা, অভিলাষ, অভিপ্ৰায়,কামনা,বাঞ্ছা, স্পৃহা, অনুৰোধ, কামনা, হেঁপাহ, হাবিয়াহ, হাবিলাষ।

  • ঈশ্বৰ : নাৰায়ণ, ভগৱান, দীননাথ, দীনদয়াল,দীনবন্ধু, পৰমেশ্বৰ, পৰমপিতা, ঈশ,জগদীশ, বিধাতা, আল্লা, খোদা, পৰমেশ, প্ৰভু, কৃষ্ণ, জগ‍‍‍‍ৎ পিতা, ধাতা, দয়াময়, জগতস্ৰষ্টা, কৰুণাময়।

  • উজু : সৰল, সহজ, ঢিলা।
  • উত্তম : উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
  • উভতি : উলটি।

  • ঋণ : কৰ্জ, দেনা, ধাৰ।

তথ্যসংগ্ৰহ