ষ্ট'নহেঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{Infobox World Heritage Site
{{Infobox World Heritage Site
| WHS = ষ্ট'নহেঞ্জ, আৱেবেৰি আৰু সংশ্লিষ্ট চাইটসমূহ
| WHS = [[Stonehenge, Avebury and Associated Sites]]
| Image = [[File:Stonehenge2007 07 30.jpg|300px|Stonehenge in 2007]]
| Image = [[File:Stonehenge2007 07 30.jpg|300px|Stonehenge in 2007]]
| State Party = United Kingdom
| State Party = [[যুক্তৰাজ্য]]
| Type = Cultural
| Type = সাংস্কৃতিক
| Criteria = i, ii, iii
| Criteria = i, ii, iii
| ID = 373
| ID = 373
| Region = [[ইউৰোপ]] আৰু [[উত্তৰ আমেৰিকা]]
| Region = [[List of World Heritage Sites in Europe|Europe and North America]]
| Year = 1986
| Year = ১৯৮৬
}}
}}
'''ষ্ট'নহেঞ্জ''' ({{Lang-en|Stonehenge}}) হ'ল [[ইংলেণ্ড]]ৰ ছালিছবুৰি নামৰ ঠাইত অৱস্থিত এটা প্ৰাগৈতিহাসিক স্থাপত্য কৃতি। ১৯৮৬ চনত [[ইউনেস্ক|ইউনেস্কৱে]] ষ্ট'নহেঞ্জক বিশ্ব ঐতিহ্যবাহী স্থান ৰূপে ঘোষণা কৰে। ষ্ট'নহেঞ্জত ১৬২ টা শিল আছে আৰু তাৰ ওপৰত আছে ৩৫ টা দণ্ডাকৃতিৰ শিল। প্ৰকাণ্ড শিলাখণ্ডবোৰ মাটিৰ লগত প্ৰোথিত হৈ আছে। সেই শিলবোৰৰ কিছুমান বালি-শিল আৰু কিছুমান নীলা শিল। এই বৃত্তীয় শৈল গাঁথনিৰ ধ্বংসাৱশেষ এটা ৩২০ ফুট গড়খাৱৈ সজ্জাৰ ভিতৰত আছে। ষ্ট'নহেঞ্জৰ প্ৰাগৈতিহাসিক শিলবোৰৰ সজ্জাৰ লগত [[সূৰ্য]], [[চন্দ্ৰ]] আৰু [[পৃথিৱী]]কে ধৰি [[গ্ৰহ]]বোৰৰ চলনৰ সম্পৰ্ক থকা যেন ধাৰণা হয়। [[গ্ৰীষ্ম]] আৰু [[শীত]], দুয়ো ঋতুতে [[সূৰ্য]] আৰু [[চন্দ্ৰ]]ৰ উদয় আৰু অস্ত যোৱাৰ সময়ৰ লগতো সেই সজ্জাৰ কিছু সংগতি আছে। সম্ভৱতঃ প্ৰাগৈতিহাসিক যুগৰ কোনো পণ্ডিতে এনেবোৰ বিষয়ে অধ্যয়ন কৰিবলৈ ষ্ট'নহেঞ্জক ব্যৱহাৰ কৰিছিল। সেইবাবে ষ্ট'নহেঞ্জক প্ৰাগৈতিহাসিক কম্পিউটাৰ বুলিও কোৱা হয়।<ref name="গ্ৰন্থ ১"<ref>{{cite journal | title= জ্ঞানাঞ্জন | author= | journal= প্ৰান্তিক | year= ২০১২ | month= ১৬ - ৩০ ছেপ্তেম্বৰ | volume= ৩২শ বছৰ | issue= ২০শ সংখ্যা | pages=৪১ }} </ref>

'''ষ্ট'নহেঞ্জ''' ({{Lang-en|'''Stonehenge'''}}) হ'ল [[ইংলেণ্ড]]ৰ ছালিছবুৰি নামৰ ঠাইত অৱস্থিত এটা প্ৰাগৈতিহাসিক স্থাপত্য কৃতি৷ ১৯৮৬ চনত [[ইউনেস্ক]]'ৱে ষ্ট'নহেঞ্জক [[বিশ্ব]] ঐতিহ্যক্ষেত্ৰৰূপে ঘোষণা কৰে৷ ষ্ট'নহেঞ্জত ১৬২ টা শিল আছে আৰু তাৰ ওপৰত আছে ৩৫ টা দণ্ডাকৃতিৰ শিল৷ প্ৰকাণ্ড শিলাখণ্ডবোৰ মাটিৰ লগত প্ৰোথিত হৈ আছে৷ সেই শিলবোৰৰ কিছুমান বালি-শিল আৰু কিছুমান নীলা শিল৷ এই বৃত্তীয় শৈল গাঁথনিৰ ধ্বংসাৱশেষ এটা ৩২০ ফুট গড়খাৱৈ সজ্জাৰ ভিতৰত আছে৷ ষ্ট'নহেঞ্জৰ প্ৰাগৈতিহাসিক শিলবোৰৰ সজ্জাৰ লগত [[সূৰ্য]],[[চন্দ্ৰ]] আৰু [[পৃথিৱী]]কে ধৰি [[গ্ৰহ]]বোৰৰ চলনৰ সম্পৰ্ক থকা যেন ধাৰণা হয়৷ [[গ্ৰীষ্ম]] আৰু [[শীত]],-দুয়ো ঋতুতে [[সূৰ্য]] আৰু [[চন্দ্ৰ]]ৰ উদয় আৰু অস্ত যোৱাৰ সময়ৰ লগতো সেই সজ্জাৰ কিছু সংগতি আছে৷ সম্ভৱত: প্ৰাগৈতিহাসিক যুগৰ কোনো পণ্ডিতে এনেবোৰ বিষয়ে অধ্যয়ন কৰিবলৈ ষ্ট'নহেঞ্জক ব্যৱহাৰ কৰিছিল৷ সেইবাবে ষ্ট'নহেঞ্জক প্ৰাগৈতিহাসিক কম্পিউটাৰ বুলিও কোৱা হয়৷ <ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= জ্ঞানাঞ্জন | author= | journal= প্ৰান্তিক | year= ২০১২ | month= ১৬ - ৩০ ছেপ্তেম্বৰ | volume= ৩২শ বছৰ | issue= ২০শ সংখ্যা | pages=৪১ }} </ref>


==নিৰ্মাণ কাৰ্য্য==
==নিৰ্মাণ কাৰ্য্য==
তিনি হাজাৰ বছৰজোৰা সময় পৰিক্ৰমাৰ বিভিন্ন পৰ্যায়ত ষ্ট'নহেঞ্জ নিৰ্মান কৰা হৈছিল৷ সেই সময়ৰ পৰিপ্ৰেক্ষিতত ষ্ট'নহেঞ্জ এক অসম্ভৱপ্ৰায় কাম আছিল আৰু তাৰ বাবে যথেষ্ট বুদ্ধি,দৃঢ়তা আৰু শাৰীৰিক শক্তিৰ প্ৰয়োজন হৈছিল৷ "হেঞ্জ" নামৰ এটা গড়খাৱৈ সজ্জা তাত প্ৰায় পাঁচ হাজাৰ বছৰৰ আগেয়ে নিৰ্মান কৰা হৈছিল৷ ডাঙৰ শিলাখণ্ডবোৰ পাছত যোগ দিয়া হয়৷<ref name="গ্ৰন্থ ১" />
তিনি হাজাৰ বছৰজোৰা সময় পৰিক্ৰমাৰ বিভিন্ন পৰ্যায়ত ষ্ট'নহেঞ্জ নিৰ্মান কৰা হৈছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত ষ্ট'নহেঞ্জ এক অসম্ভৱপ্ৰায় কাম আছিল আৰু তাৰ বাবে যথেষ্ট বুদ্ধি,দৃঢ়তা আৰু শাৰীৰিক শক্তিৰ প্ৰয়োজন হৈছিল। "হেঞ্জ" নামৰ এটা গড়খাৱৈ সজ্জা তাত প্ৰায় পাঁচ হাজাৰ বছৰৰ আগেয়ে নিৰ্মান কৰা হৈছিল। ডাঙৰ শিলাখণ্ডবোৰ পাছত যোগ দিয়া হয়।<ref name="গ্ৰন্থ ১" />

[[File:Stonehenge plan.jpg|thumb|Plan of Stonehenge in 2004. After Cleal ''et al.'' and Pitts. ''Italicised numbers in the text refer to the labels on this plan.'' Trilithon lintels omitted for clarity. Holes that no longer, or never, contained stones are shown as open circles. Stones visible today are shown coloured]]
==নিৰ্মানৰ উদ্দেশ্য==
==নিৰ্মানৰ উদ্দেশ্য==
ষ্ট'নহেঞ্জ [[ইংলেণ্ড]]ৰ আটাইতকৈ বিখ্যাত প্ৰাচীন কীৰ্তিবোৰৰ অন্যতম৷ কি উদ্দেশ্যত ইয়াক নিৰ্মান কৰা হৈছিল সেয়া স্পষ্ট নহয়৷ বহুতৰ মতে সেয়া আছিল [[বিশ্ব]] দেৱতাক আৰাধনা কৰিবৰ বাবে স্থাপিত এটা মন্দিৰ৷ বহুতে আকৌ ইয়াক প্ৰাগৈতিহাসিক কালৰ কেলেণ্ডাৰৰ তাৎপৰ্যপূৰ্ণ ঘটনাবোৰ চিহ্নিত কৰিবলৈ সজা এটা মান মন্দিৰ বুলিও ক'ব খোজে৷ আন কিছুলোকে ধাৰনা কৰে যে এয়া আছিল সম্ভ্ৰান্ত লোকসকলৰ সমাধি দিয়া এখন পবিত্ৰ স্থান৷<ref name="গ্ৰন্থ ১" />
ষ্ট'নহেঞ্জ [[ইংলেণ্ড]]ৰ আটাইতকৈ বিখ্যাত প্ৰাচীন কীৰ্তিবোৰৰ অন্যতম। কি উদ্দেশ্যত ইয়াক নিৰ্মান কৰা হৈছিল সেয়া স্পষ্ট নহয়। বহুতৰ মতে সেয়া আছিল [[বিশ্ব]] দেৱতাক আৰাধনা কৰিবৰ বাবে স্থাপিত এটা মন্দিৰ। বহুতে আকৌ ইয়াক প্ৰাগৈতিহাসিক কালৰ কেলেণ্ডাৰৰ তাৎপৰ্যপূৰ্ণ ঘটনাবোৰ চিহ্নিত কৰিবলৈ সজা এটা মান মন্দিৰ বুলিও ক'ব খোজে। আন কিছুলোকে ধাৰনা কৰে যে এয়া আছিল সম্ভ্ৰান্ত লোকসকলৰ সমাধি দিয়া এখন পবিত্ৰ স্থান।<ref name="গ্ৰন্থ ১" />

==ষ্ট'নহেঞ্জৰ নিৰ্মানৰ কাহিনী==
==ষ্ট'নহেঞ্জৰ নিৰ্মানৰ কাহিনী==
<gallery>
[[File:Stone Plan.jpg|thumb|Plan of the central stone structure today; After Johnson 2008]]
Stone Plan.jpg|Plan of the central stone structure today; After Johnson 2008
ষ্ট'নহেঞ্জ কোনে সাজিছিল তাকেলৈ কেইবাটাও কাহিনী প্ৰচলিত আছে৷
Stonehenge plan.jpg|Plan of Stonehenge in 2004. After Cleal ''et al.'' and Pitts. ''Italicised numbers in the text refer to the labels on this plan.'' Trilithon lintels omitted for clarity. Holes that no longer, or never, contained stones are shown as open circles. Stones visible today are shown coloured
*এটা কাহিনী মতে তাত কিছুমান দৈত্যই তাণ্ডৱ নৃত্য কৰি আছিল আৰু পাছত কোনো দেৱতাৰ অভিশাপত নাচি থকা দৈত্যবোৰ শিললৈ পৰিণত হৈ এই প্ৰকাণ্ড স্থাপত্য কৃতিৰ সৃষ্টি হয়৷
</gallery>
*আন এটা কাহিনী মতে মাৰ্লিন (Merlin) নামৰ এজন যাদুকৰে যাদুৰ বলেৰে [[আয়াৰলেণ্ড]]ৰপৰা ছালিছবুৰিৰ সমতললৈ এই শিলবোৰ আনিছিল৷

*পৌৰাণিক প্ৰত্নতত্ত্ব অধ্যয়ন কৰা দুই-এজন পণ্ডিতৰ মতে ড্ৰুইড(Druid) নামৰ এজন উচ্চ শ্ৰেণীৰ পুৰোহিতে বলি দিয়া উৎসৱ পালন কৰিবলৈ ষ্ট'নহেঞ্জ নিৰ্মান কৰিছিল৷<ref name="গ্ৰন্থ ১" />
ষ্ট'নহেঞ্জ কোনে সাজিছিল তাকেলৈ কেইবাটাও কাহিনী প্ৰচলিত আছে।
*এটা কাহিনী মতে তাত কিছুমান দৈত্যই তাণ্ডৱ নৃত্য কৰি আছিল আৰু পাছত কোনো দেৱতাৰ অভিশাপত নাচি থকা দৈত্যবোৰ শিললৈ পৰিণত হৈ এই প্ৰকাণ্ড স্থাপত্য কৃতিৰ সৃষ্টি হয়।
*আন এটা কাহিনী মতে মাৰ্লিন (Merlin) নামৰ এজন যাদুকৰে যাদুৰ বলেৰে [[আয়াৰলেণ্ড]]ৰ পৰা ছালিছবুৰিৰ সমতললৈ এই শিলবোৰ আনিছিল।
*পৌৰাণিক প্ৰত্নতত্ত্ব অধ্যয়ন কৰা দুই-এজন পণ্ডিতৰ মতে ড্ৰুইড (Druid) নামৰ এজন উচ্চ শ্ৰেণীৰ পুৰোহিতে বলি দিয়া উৎসৱ পালন কৰিবলৈ ষ্ট'নহেঞ্জ নিৰ্মান কৰিছিল।<ref name="গ্ৰন্থ ১" />


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}


[[শ্ৰেণী:যুক্তৰাজ্য]]


[[শ্ৰেণী:ইংলেণ্ড]]
[[শ্ৰেণী:বিশ্ব ঐতিহ্যবাহী স্থান]]
[[শ্ৰেণী:বিশ্ব ঐতিহ্যবাহী স্থান]]

15:17, 2 May 2020ৰ সংস্কৰণ

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
ষ্ট'নহেঞ্জ, আৱেবেৰি আৰু সংশ্লিষ্ট চাইটসমূহ
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
Stonehenge in 2007
দেশ যুক্তৰাজ্য
ধৰণ সাংস্কৃতিক
মাপকাঠি i, ii, iii
উদ্ধৃতি 373
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল ইউৰোপ আৰু উত্তৰ আমেৰিকা
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৬ (১০ম অধিবেশন)

ষ্ট'নহেঞ্জ (ইংৰাজী: Stonehenge) হ'ল ইংলেণ্ডৰ ছালিছবুৰি নামৰ ঠাইত অৱস্থিত এটা প্ৰাগৈতিহাসিক স্থাপত্য কৃতি। ১৯৮৬ চনত ইউনেস্কৱে ষ্ট'নহেঞ্জক বিশ্ব ঐতিহ্যবাহী স্থান ৰূপে ঘোষণা কৰে। ষ্ট'নহেঞ্জত ১৬২ টা শিল আছে আৰু তাৰ ওপৰত আছে ৩৫ টা দণ্ডাকৃতিৰ শিল। প্ৰকাণ্ড শিলাখণ্ডবোৰ মাটিৰ লগত প্ৰোথিত হৈ আছে। সেই শিলবোৰৰ কিছুমান বালি-শিল আৰু কিছুমান নীলা শিল। এই বৃত্তীয় শৈল গাঁথনিৰ ধ্বংসাৱশেষ এটা ৩২০ ফুট গড়খাৱৈ সজ্জাৰ ভিতৰত আছে। ষ্ট'নহেঞ্জৰ প্ৰাগৈতিহাসিক শিলবোৰৰ সজ্জাৰ লগত সূৰ্য, চন্দ্ৰ আৰু পৃথিৱীকে ধৰি গ্ৰহবোৰৰ চলনৰ সম্পৰ্ক থকা যেন ধাৰণা হয়। গ্ৰীষ্ম আৰু শীত, দুয়ো ঋতুতে সূৰ্য আৰু চন্দ্ৰৰ উদয় আৰু অস্ত যোৱাৰ সময়ৰ লগতো সেই সজ্জাৰ কিছু সংগতি আছে। সম্ভৱতঃ প্ৰাগৈতিহাসিক যুগৰ কোনো পণ্ডিতে এনেবোৰ বিষয়ে অধ্যয়ন কৰিবলৈ ষ্ট'নহেঞ্জক ব্যৱহাৰ কৰিছিল। সেইবাবে ষ্ট'নহেঞ্জক প্ৰাগৈতিহাসিক কম্পিউটাৰ বুলিও কোৱা হয়।[1]

নিৰ্মাণ কাৰ্য্য

তিনি হাজাৰ বছৰজোৰা সময় পৰিক্ৰমাৰ বিভিন্ন পৰ্যায়ত ষ্ট'নহেঞ্জ নিৰ্মান কৰা হৈছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত ষ্ট'নহেঞ্জ এক অসম্ভৱপ্ৰায় কাম আছিল আৰু তাৰ বাবে যথেষ্ট বুদ্ধি,দৃঢ়তা আৰু শাৰীৰিক শক্তিৰ প্ৰয়োজন হৈছিল। "হেঞ্জ" নামৰ এটা গড়খাৱৈ সজ্জা তাত প্ৰায় পাঁচ হাজাৰ বছৰৰ আগেয়ে নিৰ্মান কৰা হৈছিল। ডাঙৰ শিলাখণ্ডবোৰ পাছত যোগ দিয়া হয়।[1]

নিৰ্মানৰ উদ্দেশ্য

ষ্ট'নহেঞ্জ ইংলেণ্ডৰ আটাইতকৈ বিখ্যাত প্ৰাচীন কীৰ্তিবোৰৰ অন্যতম। কি উদ্দেশ্যত ইয়াক নিৰ্মান কৰা হৈছিল সেয়া স্পষ্ট নহয়। বহুতৰ মতে সেয়া আছিল বিশ্ব দেৱতাক আৰাধনা কৰিবৰ বাবে স্থাপিত এটা মন্দিৰ। বহুতে আকৌ ইয়াক প্ৰাগৈতিহাসিক কালৰ কেলেণ্ডাৰৰ তাৎপৰ্যপূৰ্ণ ঘটনাবোৰ চিহ্নিত কৰিবলৈ সজা এটা মান মন্দিৰ বুলিও ক'ব খোজে। আন কিছুলোকে ধাৰনা কৰে যে এয়া আছিল সম্ভ্ৰান্ত লোকসকলৰ সমাধি দিয়া এখন পবিত্ৰ স্থান।[1]

ষ্ট'নহেঞ্জৰ নিৰ্মানৰ কাহিনী

ষ্ট'নহেঞ্জ কোনে সাজিছিল তাকেলৈ কেইবাটাও কাহিনী প্ৰচলিত আছে।

  • এটা কাহিনী মতে তাত কিছুমান দৈত্যই তাণ্ডৱ নৃত্য কৰি আছিল আৰু পাছত কোনো দেৱতাৰ অভিশাপত নাচি থকা দৈত্যবোৰ শিললৈ পৰিণত হৈ এই প্ৰকাণ্ড স্থাপত্য কৃতিৰ সৃষ্টি হয়।
  • আন এটা কাহিনী মতে মাৰ্লিন (Merlin) নামৰ এজন যাদুকৰে যাদুৰ বলেৰে আয়াৰলেণ্ডৰ পৰা ছালিছবুৰিৰ সমতললৈ এই শিলবোৰ আনিছিল।
  • পৌৰাণিক প্ৰত্নতত্ত্ব অধ্যয়ন কৰা দুই-এজন পণ্ডিতৰ মতে ড্ৰুইড (Druid) নামৰ এজন উচ্চ শ্ৰেণীৰ পুৰোহিতে বলি দিয়া উৎসৱ পালন কৰিবলৈ ষ্ট'নহেঞ্জ নিৰ্মান কৰিছিল।[1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৩২শ বছৰ (২০শ সংখ্যা): ৪১. ১৬ - ৩০ ছেপ্তেম্বৰ ২০১২.