ভাৰতীয় ডাক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
10 নং শাৰী: 10 নং শাৰী:
}}
}}


'''ভাৰতীয় ডাক বিভাগ''', যি ভাৰতীয় ডাক হিচাপে ব্যৱসায় কৰি আছে , হৈছে [[ভাৰত]]ৰ চৰকাৰ চালিত ডাক প্ৰণালী যাক সাধাৰণতে ডাক ঘৰ হিচাপে জনা যায়৷
'''ভাৰতীয় ডাক বিভাগ''', যি ভাৰতীয় ডাক হিচাপে ব্যৱসায় কৰি আছে , হৈছে [[ভাৰত]]ৰ চৰকাৰ চালিত ডাক প্ৰণালী যাক সাধাৰণতে ডাক ঘৰ হিচাপে জনা যায়।
==ইতিহাস==
==ইতিহাস==
===প্ৰাক স্বাধীনতা কাল (১৮৫৮-১৯৪৭)===
===প্ৰাক স্বাধীনতা কাল (১৮৫৮-১৯৪৭)===
[[File:British-era letter box in Shimla, India.jpg|thumb|200px|ছিমলাত থকা এটা বৃটিছ যুগৰ পোষ্ট বক্স|alt=Tall, round red mailbox with decorative crown on top]]
[[File:British-era letter box in Shimla, India.jpg|thumb|200px|ছিমলাত থকা এটা বৃটিছ যুগৰ পোষ্ট বক্স|alt=Tall, round red mailbox with decorative crown on top]]
১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষক ৰাণীৰ হাতত সমৰ্পন কৰাৰ লগে লগে [[ভাৰত]]ত বৃটিছ ৰাজৰ প্ৰতিষ্ঠা হয়৷<ref>{{cite web|last=Kaul|first=Chandrika|title=From Empire to Independence: The British Raj in India 1858–1947.|url=http://www.bbc.co.uk/history/british/modern/independence1947_01.shtml|accessdate=3 March 2011}}</ref> ১৮৬১ চনলৈ ৮৮৯টা ডাকঘৰ গা কৰি উঠে য'ত ৪৩ নিযুত চিঠি আৰু ৪.৫ নিযুত বাতৰি কাকতৰ আদান প্ৰদান হৈছিল৷
১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষক ৰাণীৰ হাতত সমৰ্পন কৰাৰ লগে লগে [[ভাৰত]]ত বৃটিছ ৰাজৰ প্ৰতিষ্ঠা হয়।<ref>{{cite web|last=Kaul|first=Chandrika|title=From Empire to Independence: The British Raj in India 1858–1947.|url=http://www.bbc.co.uk/history/british/modern/independence1947_01.shtml|accessdate=3 March 2011}}</ref> ১৮৬১ চনলৈ ৮৮৯টা ডাকঘৰ গা কৰি উঠে য'ত ৪৩ নিযুত চিঠি আৰু ৪.৫ নিযুত বাতৰি কাকতৰ আদান প্ৰদান হৈছিল।
১৯১১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বিশ্বৰ প্ৰথম উৰণীয়া ডাক (এয়াৰ মেইল)ৰ ঘটনা ঘটে য'ত হেনৰী পেকুৱেট নামৰ ফৰাচী পাইলত জনে এলাহাবাদৰ পৰা ১৫ কেজি ভাৰ (প্ৰায় ৬০০০ চিঠি) লৈ উৰা মাৰি গংগা নদীৰ সিপাৰে অৱস্থিত নেইনি নামৰ ঠাইত উপস্থিত হয়৷
১৯১১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বিশ্বৰ প্ৰথম উৰণীয়া ডাক (এয়াৰ মেইল)ৰ ঘটনা ঘটে য'ত হেনৰী পেকুৱেট নামৰ ফৰাচী পাইলত জনে এলাহাবাদৰ পৰা ১৫ কেজি ভাৰ (প্ৰায় ৬০০০ চিঠি) লৈ উৰা মাৰি গংগা নদীৰ সিপাৰে অৱস্থিত নেইনি নামৰ ঠাইত উপস্থিত হয়।
===স্বাধীনোত্তৰ কাল===
===স্বাধীনতা-উত্তৰ কাল===
স্বাধীনতাৰ পিছৰে পৰা ভাৰতীয় ডাক দেশজুৰি বিভিন্ন সেৱা আগঢ়াবলৈ লয়৷ ১৯৫৯ চনত ভাৰতীয় ডাক বিভাগে "Service before Self"ক নিজৰ আদৰ্শ বাক্য হিচাপে গ্ৰহণ কৰে৷ স্বাধীনতাৰ শেহতীয়া কালছোৱাত ভাৰতীয় ডাক বিভাগে আধুনিকীকৰণত ব্যাপক গুৰুত্ব আৰূপ কৰি আহিছে৷
স্বাধীনতাৰ পিছৰে পৰা ভাৰতীয় ডাক দেশজুৰি বিভিন্ন সেৱা আগঢ়াবলৈ লয়। ১৯৫৯ চনত ভাৰতীয় ডাক বিভাগে "Service before Self"ক নিজৰ আদৰ্শ বাক্য হিচাপে গ্ৰহণ কৰে। স্বাধীনতাৰ শেহতীয়া কালছোৱাত ভাৰতীয় ডাক বিভাগে আধুনিকীকৰণত ব্যাপক গুৰুত্ব আৰূপ কৰি আহিছে।
====কম্পিউতেৰাইজেচন====
====কম্পিউতেৰাইজেচন====
১৯৯১ চনত বহুমুখী কাউণ্টাৰ যন্ত্ৰৰ ব্যৱহাৰ তলত দিয়া লাভালাভৰ বাবে আৰম্ভ কৰা হৈছিল৷
১৯৯১ চনত বহুমুখী কাউণ্টাৰ যন্ত্ৰৰ ব্যৱহাৰ তলত দিয়া লাভালাভৰ বাবে আৰম্ভ কৰা হৈছিল।
* গ্ৰাহক সেৱাৰ উৎকৰ্ষ সাধন, আয় বৃদ্ধি আৰু কৰ্মচাৰীৰ কাৰ্য্যদক্ষতা বৃদ্ধিৰ বাবে৷
* গ্ৰাহক সেৱাৰ উৎকৰ্ষ সাধন, আয় বৃদ্ধি আৰু কৰ্মচাৰীৰ কাৰ্য্যদক্ষতা বৃদ্ধিৰ বাবে।
* ডাক সেৱাক ৰাজ্যিক সমাজ-নিৰাপত্তা আঁচনিৰ কেন্দ্ৰ বিন্দু কৰাৰ বাবে৷
* ডাক সেৱাক ৰাজ্যিক সমাজ-নিৰাপত্তা আঁচনিৰ কেন্দ্ৰ বিন্দু কৰাৰ বাবে।
* ১,৩০,০০০ গ্ৰাম্য ডাক ঘৰ সমূহক অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ব্যৱস্থাৰ জ্বৰিয়তে সংযোগ কৰাৰ বাবে৷
* ১,৩০,০০০ গ্ৰাম্য ডাক ঘৰ সমূহক অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ব্যৱস্থাৰ জ্বৰিয়তে সংযোগ কৰাৰ বাবে।
* ডাক সেৱা, ডাক বেংকিং আৰু বীমা সেৱাত কাগজবিহীন লেনদেনৰ বাবে৷
* ডাক সেৱা, ডাক বেংকিং আৰু বীমা সেৱাত কাগজবিহীন লেনদেনৰ বাবে।
* ডাক সেৱাত ট্ৰেকিং আৰু ট্ৰেচিং ব্যৱস্থা প্ৰয়োগৰ বাবে৷
* ডাক সেৱাত ট্ৰেকিং আৰু ট্ৰেচিং ব্যৱস্থা প্ৰয়োগৰ বাবে।


২০০৬-০৭ আৰু ২০১১-১২ চনৰ ভিতৰত এখন ১৮৭৭.২ কোটি টকাৰ আঁচনিৰ জ্বৰিয়তে ২৫,০০০ ডাক ঘৰ (২৫,৪৬৪ৰ ভিতৰত) কম্পিউতেৰাইজড্ কৰা হয়৷<ref>{{cite web|url=http://www.punjabkesari.in/punjab/news/12052012 |title=India News in Hindi, Latest Hindi News Punjab & World News, Hindi Newspaper |publisher=Punjabkesari.in |date= |accessdate=2012-06-07}} {{Dead link|date=October 2012}}</ref>
২০০৬-০৭ আৰু ২০১১-১২ চনৰ ভিতৰত এখন ১৮৭৭.২ কোটি টকাৰ আঁচনিৰ জ্বৰিয়তে ২৫,০০০ ডাক ঘৰ (২৫,৪৬৪ৰ ভিতৰত) কম্পিউতেৰাইজড্ কৰা হয়।<ref>{{cite web|url=http://www.punjabkesari.in/punjab/news/12052012 |title=India News in Hindi, Latest Hindi News Punjab & World News, Hindi Newspaper |publisher=Punjabkesari.in |date= |accessdate=2012-06-07}} {{Dead link|date=October 2012}}</ref>


====অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO)====
====অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO)====
২০১৩ চনৰ ২২ মাৰ্চ তাৰিখে অণুবৈদ্যুতিক(ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO) আৰম্ভ কৰা হয় কেৱল দেশৰ বাহিৰত থকা ভাৰতীয়ৰ বাবে৷ এইবোৰ পোষ্টেল অৰ্ডাৰৰ সহায়ত অনলাইন যোগে ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ মাছুল পৰিশোধ কৰাৰ সুবিধা হ'ল৷ ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে এই সেৱা সকলো [[ভাৰতীয়]]ৰ বাবে মুকলি কৰি দিয়া হয়৷<ref>{{cite press release | url=http://pib.nic.in/newsite/PrintRelease.aspx?relid=103665 | title=RTI Process gets Further Boost with the Introduction of ‘e-Indian Postal Order’ for all by the Department of Posts | publisher=PIB | date=13 February 2014 | accessdate=16 February 2014}}</ref>
২০১৩ চনৰ ২২ মাৰ্চ তাৰিখে অণুবৈদ্যুতিক(ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO) আৰম্ভ কৰা হয় কেৱল দেশৰ বাহিৰত থকা ভাৰতীয়ৰ বাবে। এইবোৰ পোষ্টেল অৰ্ডাৰৰ সহায়ত অনলাইন যোগে ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ মাছুল পৰিশোধ কৰাৰ সুবিধা হ'ল। ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে এই সেৱা সকলো [[ভাৰতীয়]]ৰ বাবে মুকলি কৰি দিয়া হয়।<ref>{{cite press release | url=http://pib.nic.in/newsite/PrintRelease.aspx?relid=103665 | title=RTI Process gets Further Boost with the Introduction of ‘e-Indian Postal Order’ for all by the Department of Posts | publisher=PIB | date=13 February 2014 | accessdate=16 February 2014}}</ref>


==সংগঠন==
==সংগঠন==

16:08, 21 May 2020ৰ সংস্কৰণ

ভাৰতীয় ডাক
ধৰণ ভাৰত চৰকাৰৰ সংস্থা
স্থাপিত ১ এপ্ৰিল ১৭৭৪
মুখ্য কাৰ্যালয় সংসদ মাৰ্গ, নতুন দিল্লী- ১১০০০১
নেতৃস্থানীয় ব্যক্তিত্ব শ্ৰীমতী পদ্মিনী গোপীনাথ, মুখ্য প্ৰবন্ধক
কৰ্মচাৰীৰ সংখ্যা ৪৬৬,৯০৩
( ৩১ মাৰ্চ ২০১১ পৰ্য্যন্ত )[1]

ভাৰতীয় ডাক বিভাগ, যি ভাৰতীয় ডাক হিচাপে ব্যৱসায় কৰি আছে , হৈছে ভাৰতৰ চৰকাৰ চালিত ডাক প্ৰণালী যাক সাধাৰণতে ডাক ঘৰ হিচাপে জনা যায়।

ইতিহাস

প্ৰাক স্বাধীনতা কাল (১৮৫৮-১৯৪৭)

Tall, round red mailbox with decorative crown on top
ছিমলাত থকা এটা বৃটিছ যুগৰ পোষ্ট বক্স

১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষক ৰাণীৰ হাতত সমৰ্পন কৰাৰ লগে লগে ভাৰতত বৃটিছ ৰাজৰ প্ৰতিষ্ঠা হয়।[2] ১৮৬১ চনলৈ ৮৮৯টা ডাকঘৰ গা কৰি উঠে য'ত ৪৩ নিযুত চিঠি আৰু ৪.৫ নিযুত বাতৰি কাকতৰ আদান প্ৰদান হৈছিল। ১৯১১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বিশ্বৰ প্ৰথম উৰণীয়া ডাক (এয়াৰ মেইল)ৰ ঘটনা ঘটে য'ত হেনৰী পেকুৱেট নামৰ ফৰাচী পাইলত জনে এলাহাবাদৰ পৰা ১৫ কেজি ভাৰ (প্ৰায় ৬০০০ চিঠি) লৈ উৰা মাৰি গংগা নদীৰ সিপাৰে অৱস্থিত নেইনি নামৰ ঠাইত উপস্থিত হয়।

স্বাধীনতা-উত্তৰ কাল

স্বাধীনতাৰ পিছৰে পৰা ভাৰতীয় ডাক দেশজুৰি বিভিন্ন সেৱা আগঢ়াবলৈ লয়। ১৯৫৯ চনত ভাৰতীয় ডাক বিভাগে "Service before Self"ক নিজৰ আদৰ্শ বাক্য হিচাপে গ্ৰহণ কৰে। স্বাধীনতাৰ শেহতীয়া কালছোৱাত ভাৰতীয় ডাক বিভাগে আধুনিকীকৰণত ব্যাপক গুৰুত্ব আৰূপ কৰি আহিছে।

কম্পিউতেৰাইজেচন

১৯৯১ চনত বহুমুখী কাউণ্টাৰ যন্ত্ৰৰ ব্যৱহাৰ তলত দিয়া লাভালাভৰ বাবে আৰম্ভ কৰা হৈছিল।

  • গ্ৰাহক সেৱাৰ উৎকৰ্ষ সাধন, আয় বৃদ্ধি আৰু কৰ্মচাৰীৰ কাৰ্য্যদক্ষতা বৃদ্ধিৰ বাবে।
  • ডাক সেৱাক ৰাজ্যিক সমাজ-নিৰাপত্তা আঁচনিৰ কেন্দ্ৰ বিন্দু কৰাৰ বাবে।
  • ১,৩০,০০০ গ্ৰাম্য ডাক ঘৰ সমূহক অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ব্যৱস্থাৰ জ্বৰিয়তে সংযোগ কৰাৰ বাবে।
  • ডাক সেৱা, ডাক বেংকিং আৰু বীমা সেৱাত কাগজবিহীন লেনদেনৰ বাবে।
  • ডাক সেৱাত ট্ৰেকিং আৰু ট্ৰেচিং ব্যৱস্থা প্ৰয়োগৰ বাবে।

২০০৬-০৭ আৰু ২০১১-১২ চনৰ ভিতৰত এখন ১৮৭৭.২ কোটি টকাৰ আঁচনিৰ জ্বৰিয়তে ২৫,০০০ ডাক ঘৰ (২৫,৪৬৪ৰ ভিতৰত) কম্পিউতেৰাইজড্ কৰা হয়।[3]

অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO)

২০১৩ চনৰ ২২ মাৰ্চ তাৰিখে অণুবৈদ্যুতিক(ইলেক্ট্ৰনিক) ভাৰতীয় পোষ্টেল অৰ্ডাৰ (e-IPO) আৰম্ভ কৰা হয় কেৱল দেশৰ বাহিৰত থকা ভাৰতীয়ৰ বাবে। এইবোৰ পোষ্টেল অৰ্ডাৰৰ সহায়ত অনলাইন যোগে ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ মাছুল পৰিশোধ কৰাৰ সুবিধা হ'ল। ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে এই সেৱা সকলো ভাৰতীয়ৰ বাবে মুকলি কৰি দিয়া হয়।[4]

সংগঠন

লগতে চাওক

তথ্য সংগ্ৰহ