১ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) Wikified |
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
'''১ নৱেম্বৰ''' {{enwiki|1 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০৫ তম ([[অধিবৰ্ষ]]ত ৩০৬ তম) [[দিন]] |
'''১ নৱেম্বৰ''' {{enwiki|1 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০৫ তম ([[অধিবৰ্ষ]]ত ৩০৬ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬০টা দিন বাকী থাকে। |
||
==ঘটনাৰাজী== |
==ঘটনাৰাজী== |
||
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা: |
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা: |
||
*১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ শাসনৰ সামৰণি। সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত। ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয়। |
*১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ শাসনৰ সামৰণি। সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত। ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয়। |
||
*১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ [[কলকাতা]]ত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয়। |
*১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ [[কলকাতা]]ত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয়। |
||
*১৯৫৬ চনৰ আজিৰ দিনটোতে [[ত্ৰিপুৰা]] আৰু [[দিল্লী]]ক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা। ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয়। |
*১৯৫৬ চনৰ আজিৰ দিনটোতে [[ত্ৰিপুৰা]] আৰু [[দিল্লী]]ক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা। ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয়। |
||
*১৯৬৬ চনৰ আজিৰ দিনটোতে [[পঞ্জাব, ভাৰত|পঞ্জাব]] দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু [[হাৰিয়ানা]] গঠন হয়। উভয়ৰে ৰাজধানী হয় [[চণ্ডীগড়]]। |
*১৯৬৬ চনৰ আজিৰ দিনটোতে [[পঞ্জাব, ভাৰত|পঞ্জাব]] দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু [[হাৰিয়ানা]] গঠন হয়। উভয়ৰে ৰাজধানী হয় [[চণ্ডীগড়]]। |
||
*১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম [[কৰ্ণাটক]] কৰা হয়। লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে [[লাক্ষাদ্বীপ]] কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয়। |
*১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম [[কৰ্ণাটক]] কৰা হয়। লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে [[লাক্ষাদ্বীপ]] কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয়। |
||
*১৯৭৩ চনৰ আজিৰ দিনটোতে মোহময়ী অভিনেত্ৰী [[ঐশ্বৰ্য ৰায় বচ্চন]]ৰ জন্ম হয়। |
*১৯৭৩ চনৰ আজিৰ দিনটোতে মোহময়ী অভিনেত্ৰী [[ঐশ্বৰ্য ৰায় বচ্চন]]ৰ জন্ম হয়। |
||
*১৯৯৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয়। |
*১৯৯৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয়। |
||
*২০০০ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি [[ছত্তীছগঢ়]] ৰাজ্য গঠন কৰা হয়। |
*২০০০ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি [[ছত্তীছগঢ়]] ৰাজ্য গঠন কৰা হয়। |
||
*২০০০ চনৰ আজিৰ দিনটোতে [[হৰেকৃষ্ণ ডেকা]]ৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্ভাৰ গ্ৰহণ কৰে। |
*২০০০ চনৰ আজিৰ দিনটোতে [[হৰেকৃষ্ণ ডেকা]]ৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্ভাৰ গ্ৰহণ কৰে। |
||
*২০০২ চনৰ আজিৰ দিনটোতে এছ পি ভাৰুচাৰ উচ্চতম |
*২০০২ চনৰ আজিৰ দিনটোতে এছ পি ভাৰুচাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে। |
||
*১৯৫৫ চনৰ আজিৰ দিনটোত [[কিৰিপ চলিহা]]ৰ জন্ম হয়, তেখেত ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল। |
*১৯৫৫ চনৰ আজিৰ দিনটোত [[কিৰিপ চলিহা]]ৰ জন্ম হয়, তেখেত ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল। |
||
*১৯৩৮ চনৰ আজিৰ দিনটোত [[মধুৰাম বড়ো]]ৰ জন্ম হয়, তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক,সম্পাদক তথা |
*১৯৩৮ চনৰ আজিৰ দিনটোত [[মধুৰাম বড়ো]]ৰ জন্ম হয়, তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক,সম্পাদক তথা শিক্ষাবিদ। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ। |
||
*১৯১৩ চনৰ আজিৰ দিনটোত [[আজলিতৰা নেওগ]] জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি। |
*১৯১৩ চনৰ আজিৰ দিনটোত [[আজলিতৰা নেওগ]] জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি। |
||
== বাহ্যিক সংযোগ == |
== বাহ্যিক সংযোগ == |
16:26, 21 May 2020ৰ সংস্কৰণ
১ নৱেম্বৰ (ইংৰাজী: 1 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৫ তম (অধিবৰ্ষত ৩০৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬০টা দিন বাকী থাকে।
ঘটনাৰাজী
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:
- ১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সামৰণি। সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত। ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয়।
- ১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ কলকাতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয়।
- ১৯৫৬ চনৰ আজিৰ দিনটোতে ত্ৰিপুৰা আৰু দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা। ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয়।
- ১৯৬৬ চনৰ আজিৰ দিনটোতে পঞ্জাব দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু হাৰিয়ানা গঠন হয়। উভয়ৰে ৰাজধানী হয় চণ্ডীগড়।
- ১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক কৰা হয়। লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে লাক্ষাদ্বীপ কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয়।
- ১৯৭৩ চনৰ আজিৰ দিনটোতে মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ জন্ম হয়।
- ১৯৯৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয়।
- ২০০০ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি ছত্তীছগঢ় ৰাজ্য গঠন কৰা হয়।
- ২০০০ চনৰ আজিৰ দিনটোতে হৰেকৃষ্ণ ডেকাৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্ভাৰ গ্ৰহণ কৰে।
- ২০০২ চনৰ আজিৰ দিনটোতে এছ পি ভাৰুচাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে।
- ১৯৫৫ চনৰ আজিৰ দিনটোত কিৰিপ চলিহাৰ জন্ম হয়, তেখেত ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল।
- ১৯৩৮ চনৰ আজিৰ দিনটোত মধুৰাম বড়োৰ জন্ম হয়, তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক,সম্পাদক তথা শিক্ষাবিদ। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ।
- ১৯১৩ চনৰ আজিৰ দিনটোত আজলিতৰা নেওগ জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ১ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|