সমললৈ যাওক

২৯ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

10 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
(নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত)
 
==জন্ম==
# ১৮৬২ চনৰ এই দিনটোতে বেলজিয়ামৰ কবি, নাট্যকাৰ [[মৰিচ মেটাৰলিংক]]ৰ জন্ম হয়।
# ১৯০২ চনৰ এই দিনটোতে ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ত্ববিদ আৰু সাহিত্যিক [[ভেৰিয়া এলউইন]]ৰ জন্ম হৈছিল।
# ১৯১৫ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেত্ৰী [[ইনগ্ৰিড বাৰ্গমেন]]ৰ জন্ম হয়।
 
==মৃত্যু==
 
==অনান্য==
# ১৮৮২ চনৰ এই দিনটোতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
# ১৯১০ চনৰ এই দিনটোতে [[কোৰিয়া]] জাপানৰ অধীনলৈ যায়।
# ১৯৪৭ চনৰ এই দিনটোতে [[ভাৰতৰ সংবিধান]]খনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। এই সমিতিখনৰ অধ্যক্ষ আছিল ড০ড॰ ভীমৰাও আম্বেদকাৰ৷আম্বেদকাৰ। উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চুড়ান্তচূড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
# ১৯৭৬ চনৰ এই দিনটোতে বিংশ শতাব্দীৰ অগ্ৰণী জনপ্ৰিয় বাঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, বংগৰ বিদ্ৰোহী কবি নামেৰে খ্যাত [[কাজী নজৰুল ইছলাম]]ৰ মৃত্যু হৈছিল।
# ১৯৮২ চনৰ এই দিনটোতে ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল।
# ১৯৯১ চনৰ এই দিনটোতে ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ।
 
==দিৱস==
# আজি ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস৷দিৱস।
 
== বাহ্যিক সংযোগ ==
3,780

টা সম্পাদনা