২ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী: 1 নং শাৰী:
'''২ ডিচেম্বৰ''' {{enwiki|2 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩৬ তম ([[অধিবৰ্ষ]]ত ৩৩৭ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
'''২ ডিচেম্বৰ''' {{enwiki|2 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩৬ তম ([[অধিবৰ্ষ]]ত ৩৩৭ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


==ঘটনাৰাজী==
==ঘটনাৰাজী==
# আজি অসম দিৱস বা [[চুকাফা দিৱস]] আজিৰ দিনটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ বা ’’চুকাফা দিৱস’’ হিচাপে পালন কৰি আহিছে । (এই বিষয়ত বিস্তৃত ভাৱে স্তম্ভ দিয়া হ’ব )
# আজি অসম দিৱস বা [[চুকাফা দিৱস]] আজিৰ দিনটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ বা ’’চুকাফা দিৱস’’ হিচাপে পালন কৰি আহিছে। (এই বিষয়ত বিস্তৃত ভাৱে স্তম্ভ দিয়া হ’ব। )
# অসমীয়া ফুটবল খেলুৱৈ [[হলিচৰণ নাৰ্জাৰী]]ৰ জন্ম হৈছিল ১৯৯০ চনৰ আজিৰ দিনটোতে
# অসমীয়া ফুটবল খেলুৱৈ [[হলিচৰণ নাৰ্জাৰী]]ৰ জন্ম হৈছিল ১৯৯০ চনৰ আজিৰ দিনটোতে।
# ২০০১ চনৰ আজিৰ দিনটোতে [[সংক্ষিপ্ত অসমীয়া বিশ্বকোষ]]ৰ প্ৰথম খণ্ড প্ৰকাশিত হয়৷
# ২০০১ চনৰ আজিৰ দিনটোতে [[সংক্ষিপ্ত অসমীয়া বিশ্বকোষ]]ৰ প্ৰথম খণ্ড প্ৰকাশিত হয়।
# ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে [[ৰাজীৱ গান্ধী]]য়ে দপ্তৰৰ কাৰ্যকাল সামৰিছিল ১৯৮৯ চনৰ আজিৰ দিনটোতে
# ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে [[ৰাজীৱ গান্ধী]]য়ে দপ্তৰৰ কাৰ্যকাল সামৰিছিল ১৯৮৯ চনৰ আজিৰ দিনটোতে।
# আজিৰ দিনটোতে ১৯৬৫ চনত ভাৰতত [[সীমান্ত সুৰক্ষা বাহিনী]] (চমুকৈ বি. এছ. এফ.) গঠন হয়
# আজিৰ দিনটোতে ১৯৬৫ চনত ভাৰতত [[সীমান্ত সুৰক্ষা বাহিনী]] (চমুকৈ বি. এছ. এফ.) গঠন হয়।
# প্ৰসিদ্ধ বাংলা ঔপন্যাসিক [[বিমল মিত্ৰ]]ৰ মৃত্যু হয় ১৯৯১ চনৰ আজিৰ দিনটোতে । চাহেব বিবি গোলাম তেওঁৰ প্ৰসিদ্ধ উপন্যাস
# প্ৰসিদ্ধ বাংলা ঔপন্যাসিক [[বিমল মিত্ৰ]]ৰ মৃত্যু হয় ১৯৯১ চনৰ আজিৰ দিনটোতে। চাহেব বিবি গোলাম তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
# ১৯৮৮ চনৰ আজিৰ দিনটোতে [[বেনাজিৰ ভূট্টো]]ৱে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে
# ১৯৮৮ চনৰ আজিৰ দিনটোতে [[বেনাজিৰ ভূট্টো]]ৱে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
# ১৮০৪ চনৰ আজিৰ দিনটোতে [[নেপোলিয়ন বোনাৰ্পাট]] ফ্ৰান্সৰ একছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয়
# ১৮০৪ চনৰ আজিৰ দিনটোতে [[নেপোলিয়ন বোনাৰ্পাট]] ফ্ৰান্সৰ একচ্ছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয়।
# কাৰ্ল মাৰ্ক্সৰ পত্নী [[জেনী মাৰ্ক্স]]ৰ মৃত্যু হয় ১৮৮১ চনৰ আজিৰ দিনটোতে
# কাৰ্ল মাৰ্ক্সৰ পত্নী [[জেনী মাৰ্ক্স]]ৰ মৃত্যু হয় ১৮৮১ চনৰ আজিৰ দিনটোতে।
# ফণি শৰ্মা পৰিচালিত আৰু [[ভূপেন হাজৰিকা]] প্ৰযোজিত ‘‘ছাৰ্টিফিকেট অব মেৰিট" লাভ কৰা প্ৰথম অসমীয়া ছবি [[পিয়লী ফুকন]] মুক্তি লাভ কৰিছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে
# ফণি শৰ্মা পৰিচালিত আৰু [[ভূপেন হাজৰিকা]] প্ৰযোজিত ‘‘ছাৰ্টিফিকেট অব মেৰিট" লাভ কৰা প্ৰথম অসমীয়া ছবি [[পিয়লী ফুকন]] মুক্তি লাভ কৰিছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে।


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==

16:30, 21 May 2020ৰ সংস্কৰণ

২ ডিচেম্বৰ (ইংৰাজী: 2 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৬ তম (অধিবৰ্ষত ৩৩৭ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী

  1. আজি অসম দিৱস বা চুকাফা দিৱস। আজিৰ দিনটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ বা ’’চুকাফা দিৱস’’ হিচাপে পালন কৰি আহিছে। (এই বিষয়ত বিস্তৃত ভাৱে স্তম্ভ দিয়া হ’ব। )
  2. অসমীয়া ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰীৰ জন্ম হৈছিল ১৯৯০ চনৰ আজিৰ দিনটোতে।
  3. ২০০১ চনৰ আজিৰ দিনটোতে সংক্ষিপ্ত অসমীয়া বিশ্বকোষৰ প্ৰথম খণ্ড প্ৰকাশিত হয়।
  4. ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে ৰাজীৱ গান্ধীয়ে দপ্তৰৰ কাৰ্যকাল সামৰিছিল ১৯৮৯ চনৰ আজিৰ দিনটোতে।
  5. আজিৰ দিনটোতে ১৯৬৫ চনত ভাৰতত সীমান্ত সুৰক্ষা বাহিনী (চমুকৈ বি. এছ. এফ.) গঠন হয়।
  6. প্ৰসিদ্ধ বাংলা ঔপন্যাসিক বিমল মিত্ৰৰ মৃত্যু হয় ১৯৯১ চনৰ আজিৰ দিনটোতে। চাহেব বিবি গোলাম তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
  7. ১৯৮৮ চনৰ আজিৰ দিনটোতে বেনাজিৰ ভূট্টোৱে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
  8. ১৮০৪ চনৰ আজিৰ দিনটোতে নেপোলিয়ন বোনাৰ্পাট ফ্ৰান্সৰ একচ্ছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয়।
  9. কাৰ্ল মাৰ্ক্সৰ পত্নী জেনী মাৰ্ক্সৰ মৃত্যু হয় ১৮৮১ চনৰ আজিৰ দিনটোতে।
  10. ফণি শৰ্মা পৰিচালিত আৰু ভূপেন হাজৰিকা প্ৰযোজিত ‘‘ছাৰ্টিফিকেট অব মেৰিট" লাভ কৰা প্ৰথম অসমীয়া ছবি পিয়লী ফুকন মুক্তি লাভ কৰিছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে।

বাহ্যিক সংযোগ