৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী: 1 নং শাৰী:
{{আজিৰ দিনটো|4|9|247}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
{{আজিৰ দিনটো|4|9|247}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
==জন্ম==
==জন্ম==
# ১৮২৫ চনৰ এই তাৰিখতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা [[দাদা ভাই নৰজী]]ৰ জন্ম হৈছিল। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰা হৈছিল।

# ১৯৫২ চনৰ এই তাৰিখতে বলীউদৰ অভিনেতা [[ঋষি কাপুৰ]]ৰ জন্ম হৈছিল।
# ১৯৫২ চনৰ এই তাৰিখতে বলীউদৰ অভিনেতা [[ঋষি কাপুৰ]]ৰ জন্ম হৈছিল।

==মৃত্যু==
==মৃত্যু==
# ১৯৬৯ চনৰ এই তাৰিখতে প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা [[হো-ছি-মিন]]ৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছিল।
# ১৯৬৯ চনৰ এই তাৰিখতে প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা [[হো-ছি-মিন]]ৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছিল।
# ২০০৪ চনৰ এই তাৰিখতে শিক্ষাবিদ, বিদূষী মহিলা [[ইন্দিৰা মিৰি]]ৰ মৃত্যু হৈছিল।
# ২০০৪ চনৰ এই তাৰিখতে শিক্ষাবিদ, বিদূষী মহিলা [[ইন্দিৰা মিৰি]]ৰ মৃত্যু হৈছিল।
==অন্যান্য==
==অন্যান্য==
# ১৮৮২ চনৰ এই তাৰিখতে [[আমেৰিকা]]ত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হৈছিল।
# ১৮৮২ চনৰ এই তাৰিখতে [[আমেৰিকা]]ত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হৈছিল।

# ১৯৪৬ চনৰ এই তাৰিখতে [[হেনৰী ফলি নাইট]] অসমৰ ৰাজ্যপাল হৈছিল।
# ১৯৪৬ চনৰ এই তাৰিখতে [[হেনৰী ফলি নাইট]] অসমৰ ৰাজ্যপাল হৈছিল।

# ২০০২ চনৰ এই তাৰিখতে অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড০ [[গোলোক চন্দ্ৰ গোস্বামী]]ক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰা হৈছিল।
# ২০০২ চনৰ এই তাৰিখতে অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড॰ [[গোলোক চন্দ্ৰ গোস্বামী]]ক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰা হৈছিল।

== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==

16:33, 21 May 2020ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

৪ ছেপ্টেম্বৰ (ইংৰাজী: 4 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৭তম (অধিবৰ্ষত ২৪৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম

  1. ১৮২৫ চনৰ এই তাৰিখতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা দাদা ভাই নৰজীৰ জন্ম হৈছিল। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰা হৈছিল।
  2. ১৯৫২ চনৰ এই তাৰিখতে বলীউদৰ অভিনেতা ঋষি কাপুৰৰ জন্ম হৈছিল।

মৃত্যু

  1. ১৯৬৯ চনৰ এই তাৰিখতে প্ৰসিদ্ধ বিপ্লৱী মুক্তিযুদ্ধা হো-ছি-মিনৰ ৭৯ বছৰ বয়সত মৃত্যু হৈছিল।
  2. ২০০৪ চনৰ এই তাৰিখতে শিক্ষাবিদ, বিদূষী মহিলা ইন্দিৰা মিৰিৰ মৃত্যু হৈছিল।

অন্যান্য

  1. ১৮৮২ চনৰ এই তাৰিখতে আমেৰিকাত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হৈছিল।
  1. ১৯৪৬ চনৰ এই তাৰিখতে হেনৰী ফলি নাইট অসমৰ ৰাজ্যপাল হৈছিল।
  1. ২০০২ চনৰ এই তাৰিখতে অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড॰ গোলোক চন্দ্ৰ গোস্বামীক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰা হৈছিল।

বাহ্যিক সংযোগ