3,780
টা সম্পাদনা
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল) |
||
[[চিত্ৰ:Wikipe-tan full length.png|thumb|[[ৱিকিপিডিয়া:ৱিকিপে-টান|ৱিকিপে-টান]]]]
'''এনিমে''' বা '''আনিমে''' ([[জাপানী ভাষা|জাপানী]]: アニメ ''আনিমে'', [[ইংৰাজী ভাষা|ইংৰাজী]]: Anime ''এনিমে’'' [[আ-ধ্ব-ব]]: /ˈænɪmeɪ/) হৈছে ইংৰাজী শব্দ [[এনিমেছন]]ৰ সমাৰ্থক। সাধাৰণতে [[জাপান|জাপানী]] এনিমেছন ছবিকে এনিমে বোলা হয়। জাপানৰ বাহিৰে পৃথিৱীৰ আন আন দেশত এনিমে বুলিলে জাপানত সজা এনিমেছনকেই বুজায়।
পাৰম্পৰিকভাৱে এনিমেবিলাক হাতেৰে সজা হয়, তথাপি বৰ্তমানে আন আন এনিমেছন ছবিৰ দৰে এনিমে সাজোঁতেও কম্পিউটাৰৰ ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছে। এনিমেৰ কাহিনী যিকোনো ধৰণৰ সাহিত্য বা মিডিয়াৰ দৰে হব পাৰে।
কেইটামান এনিমেৰ উদাহৰণ হ’ল:
|