ডি এন এ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অ (GR) File:ADN animation.gif → File:DNA animation.gif Criterion 3 (obvious error) |
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
[[File:DNA Structure+Key+Labelled.pn NoBB.png|thumb|right|200px|[[দ্বি সৰ্পিলাকাৰ]] ডিএনএৰ এটা অংশৰ গঠন। [[মৌল]] অনুসৰি গঠনটোৰ [[অনু]]বোৰ ৰঙীন সংকেতৰ দ্বাৰা প্ৰকাশ কৰা হৈছে আৰু সোঁকাষে তলত দুযোৰ আধাৰৰ বিশদ গঠন দেখুওৱা হৈছে।]][[File:DNA animation.gif|thumb|[[দ্বি সৰ্পিলাকাৰ]] ডিএনএৰ এটা অংশৰ গঠন।]] |
[[File:DNA Structure+Key+Labelled.pn NoBB.png|thumb|right|200px|[[দ্বি সৰ্পিলাকাৰ]] ডিএনএৰ এটা অংশৰ গঠন। [[মৌল]] অনুসৰি গঠনটোৰ [[অনু]]বোৰ ৰঙীন সংকেতৰ দ্বাৰা প্ৰকাশ কৰা হৈছে আৰু সোঁকাষে তলত দুযোৰ আধাৰৰ বিশদ গঠন দেখুওৱা হৈছে। ]][[File:DNA animation.gif|thumb|[[দ্বি সৰ্পিলাকাৰ]] ডিএনএৰ এটা অংশৰ গঠন। ]] |
||
'''ডিঅক্সিৰাইব' নিউক্লিক এচিড''' ({{IPAc-en|audio=en-us-Deoxyribonucleic_acid.ogg|d|i|ˌ|ɒ|k|s|i|ˌ|r|aɪ|b|ɵ|.|nj|uː|ˌ|k|l|eɪ|.|ɨ|k|_|ˈ|æ|s|ɪ|d}}){{En|Deoxyribonucleic acid|'''DNA'''}} বা '''ডিএনএ''' হৈছে একপ্ৰকাৰৰ যৌগ যি সকলো জ্ঞাত জীৱ আৰু [[ভাইৰাছ]]ৰ বিকাশ, ক্ৰিয়াকলাপ আৰু প্ৰজননৰ বাবো প্ৰয়োজনীয় অধিকাংশ [[জিনীয় তথ্য]] সৰবৰাহ কৰে। ডিএনএ এবিধ [[প্ৰ'টিন]] আৰু [[শৰ্কৰা]] যুক্ত [[নিউক্লিক এচিড]]। বেছিভাগ ডিএনএ দুডাল সৰ্পিলাকাৰ জৈৱবহুযোগী সূত্ৰৰ দ্বাৰা গঠিত হয়। এই |
'''ডিঅক্সিৰাইব' নিউক্লিক এচিড''' ({{IPAc-en|audio=en-us-Deoxyribonucleic_acid.ogg|d|i|ˌ|ɒ|k|s|i|ˌ|r|aɪ|b|ɵ|.|nj|uː|ˌ|k|l|eɪ|.|ɨ|k|_|ˈ|æ|s|ɪ|d}}){{En|Deoxyribonucleic acid|'''DNA'''}} বা '''ডিএনএ''' হৈছে একপ্ৰকাৰৰ যৌগ যি সকলো জ্ঞাত জীৱ আৰু [[ভাইৰাছ]]ৰ বিকাশ, ক্ৰিয়াকলাপ আৰু প্ৰজননৰ বাবো প্ৰয়োজনীয় অধিকাংশ [[জিনীয় তথ্য]] সৰবৰাহ কৰে। ডিএনএ এবিধ [[প্ৰ'টিন]] আৰু [[শৰ্কৰা]] যুক্ত [[নিউক্লিক এচিড]]। বেছিভাগ ডিএনএ দুডাল সৰ্পিলাকাৰ জৈৱবহুযোগী সূত্ৰৰ দ্বাৰা গঠিত হয়। এই সূত্ৰদুডাল [[নিউক্লিয়টাইড]] নামৰ এক সৰল এককৰ [[বহুযোগী]] বাবে ইহঁতক বহুনিউক্লিয়টাইড বোলে।<ref>{{cite web|last1=Purcell|first1=Adam|title=DNA|url=http://basicbiology.net/micro/genetics/dna|website=Basic Biology}}</ref> প্ৰত্যেকটো নিউক্লিয়টাইডত [[নাইট্ৰ'জেন]] আধাৰৰ চাইট'ছিন (C), গুৱানিন (G), এডেনিন (A), বা থাইমিন (T) নামৰ নিউক্লিয়বেছ, ডিঅক্সিৰাইব' নামৰ এটা একশৰ্কৰা আৰু এটা ফছফেট গোট থাকে। ডিএনএ সূত্ৰত এটা নিউক্লিয়টাইডৰ শৰ্কৰাৰ লগত আনটোৰ ফছফেট গোটৰ সৈতে [[সহযোজী বন্ধন]] শৃংখলৰ দ্বাৰা সংযুক্ত হৈ থাকে আৰু বৈকল্পিক শৰ্কৰা-ফছফেট মেৰুদণ্ডৰ গঠন কৰে। |
||
কোষৰ ভিতৰত, ডিএনএ [[ক্ৰ'ম'জম]] নামৰ এক দীঘলীয়া আকাৰ গঠন কৰে। কোষ বিভাজনৰ সময়ত, ডিএনএ পুনঃউৎপাদন নামৰ |
কোষৰ ভিতৰত, ডিএনএ [[ক্ৰ'ম'জম]] নামৰ এক দীঘলীয়া আকাৰ গঠন কৰে। কোষ বিভাজনৰ সময়ত, ডিএনএ পুনঃউৎপাদন নামৰ প্ৰক্ৰিয়াৰ যোগেদি ক্ৰ'ম'জমৰ প্ৰতিৰূপ সৃষ্টি কৰে, ফলত প্ৰতিটো অপত্য কোষে নিজৰ নিজৰ ক্ৰ'ম'জম লাভ কৰে। [[সংকোষকেন্দ্ৰী]] জীৱবোৰৰ ([[প্ৰাণী]], [[উদ্ভিদ]], [[শেলাই]] আৰু [[প্ৰটিষ্টা|প্ৰটিষ্ট]]) বেছিভাগ ডিএনএ [[কোষকেন্দ্ৰ]]ৰ মাজত আৰু কিছুমান মাইট'কন্দ্ৰিয়া বা ক্ল'ৰ'প্লাষ্টৰ দৰে কোষানুত সঞ্চত হৈ থাকে।<ref>{{cite book | last = Russell | first = Peter | title = iGenetics | publisher = Benjamin Cummings | location = New York | year = 2001 | isbn = 0-8053-4553-1 }}</ref> [[প্ৰকোষকেন্দ্ৰী]] জীৱৰ ([[বেক্টেৰিয়া]] আৰু [[আৰ্কিয়া]]) ডিএনএ কেৱল সিহঁতৰ কোষপ্ৰৰসত থাকে। ক্ৰ'ম'জমৰ অন্তৰ্ভাগত হিষ্ট'নৰ দৰে ক্ৰ'মেটিন প্ৰ'টিন একত্ৰিত হয় আৰু ডিএনএ সংগঠিত কৰে। এই গঠনে ডিএনএ আৰু অন্য প্ৰ'টিনৰ আন্তঃক্ৰিয়া নিৰ্দেশিত কৰে। |
||
১৮৬৯ চনত [[ফ্ৰিডৰিক মিছাৰ|ফ্ৰিডৰিক মিছাৰে]] প্ৰথম ডিএনএ আহৰণ কৰে আৰু ১৯৫৩ চনত [[জেমছ ৱাটছন|জেমছ ৱাটছনে]] প্ৰথম ইয়াৰ আনৱিক গঠন চিনাক্ত কৰে। গৱেষণাকাৰী সকলে ইয়াক ভৌতিক নীতি আৰু সূত্ৰ উদ্ভাৱনৰ আনৱিক সঁজুলি হিচাপে ব্যৱহাৰ কৰে, যেনে এৰগ'ডিক সূত্ৰ আৰু স্থিতিস্থাপকতাৰ সূত্ৰ। ইয়াৰ অনন্য ধাতৱ বৈশিষ্টৰ বাবে, ই মাইক্ৰ- আৰু নেন'- ফেব্ৰিকেশ্বনৰ প্ৰতি আগ্ৰহী ধাতৱ বিজ্ঞানী আৰু অভিযন্তা সকলৰ বাবে অতি আকৰ্ষণীয় যৌগ। এই ক্ষেত্ৰত দুটা উল্লেখনীয় অগ্ৰগতি হৈছে ডিএনএ অ'ৰগামি আৰু ডিএনএ আধাৰিত সংকৰ ধাতু।<ref>{{cite journal |author=Mashaghi A, Katan A |title=A physicist's view of DNA |journal=De Physicus|volume=24e |issue=3 |pages=59–61 |year=2013 | arxiv= 1311.2545v1 |bibcode=2013arXiv1311.2545M }}</ref> |
১৮৬৯ চনত [[ফ্ৰিডৰিক মিছাৰ|ফ্ৰিডৰিক মিছাৰে]] প্ৰথম ডিএনএ আহৰণ কৰে আৰু ১৯৫৩ চনত [[জেমছ ৱাটছন|জেমছ ৱাটছনে]] প্ৰথম ইয়াৰ আনৱিক গঠন চিনাক্ত কৰে। গৱেষণাকাৰী সকলে ইয়াক ভৌতিক নীতি আৰু সূত্ৰ উদ্ভাৱনৰ আনৱিক সঁজুলি হিচাপে ব্যৱহাৰ কৰে, যেনে এৰগ'ডিক সূত্ৰ আৰু স্থিতিস্থাপকতাৰ সূত্ৰ। ইয়াৰ অনন্য ধাতৱ বৈশিষ্টৰ বাবে, ই মাইক্ৰ- আৰু নেন'- ফেব্ৰিকেশ্বনৰ প্ৰতি আগ্ৰহী ধাতৱ বিজ্ঞানী আৰু অভিযন্তা সকলৰ বাবে অতি আকৰ্ষণীয় যৌগ। এই ক্ষেত্ৰত দুটা উল্লেখনীয় অগ্ৰগতি হৈছে ডিএনএ অ'ৰগামি আৰু ডিএনএ আধাৰিত সংকৰ ধাতু।<ref>{{cite journal |author=Mashaghi A, Katan A |title=A physicist's view of DNA |journal=De Physicus|volume=24e |issue=3 |pages=59–61 |year=2013 | arxiv= 1311.2545v1 |bibcode=2013arXiv1311.2545M }}</ref> |
18:46, 2 June 2020ৰ সংস্কৰণ
ডিঅক্সিৰাইব' নিউক্লিক এচিড (i/diˌɒksiˌraɪbɵ.njuːˌkleɪ.ɨk ˈæsɪd/)(ইংৰাজী: Deoxyribonucleic acid; DNA) বা ডিএনএ হৈছে একপ্ৰকাৰৰ যৌগ যি সকলো জ্ঞাত জীৱ আৰু ভাইৰাছৰ বিকাশ, ক্ৰিয়াকলাপ আৰু প্ৰজননৰ বাবো প্ৰয়োজনীয় অধিকাংশ জিনীয় তথ্য সৰবৰাহ কৰে। ডিএনএ এবিধ প্ৰ'টিন আৰু শৰ্কৰা যুক্ত নিউক্লিক এচিড। বেছিভাগ ডিএনএ দুডাল সৰ্পিলাকাৰ জৈৱবহুযোগী সূত্ৰৰ দ্বাৰা গঠিত হয়। এই সূত্ৰদুডাল নিউক্লিয়টাইড নামৰ এক সৰল এককৰ বহুযোগী বাবে ইহঁতক বহুনিউক্লিয়টাইড বোলে।[1] প্ৰত্যেকটো নিউক্লিয়টাইডত নাইট্ৰ'জেন আধাৰৰ চাইট'ছিন (C), গুৱানিন (G), এডেনিন (A), বা থাইমিন (T) নামৰ নিউক্লিয়বেছ, ডিঅক্সিৰাইব' নামৰ এটা একশৰ্কৰা আৰু এটা ফছফেট গোট থাকে। ডিএনএ সূত্ৰত এটা নিউক্লিয়টাইডৰ শৰ্কৰাৰ লগত আনটোৰ ফছফেট গোটৰ সৈতে সহযোজী বন্ধন শৃংখলৰ দ্বাৰা সংযুক্ত হৈ থাকে আৰু বৈকল্পিক শৰ্কৰা-ফছফেট মেৰুদণ্ডৰ গঠন কৰে।
কোষৰ ভিতৰত, ডিএনএ ক্ৰ'ম'জম নামৰ এক দীঘলীয়া আকাৰ গঠন কৰে। কোষ বিভাজনৰ সময়ত, ডিএনএ পুনঃউৎপাদন নামৰ প্ৰক্ৰিয়াৰ যোগেদি ক্ৰ'ম'জমৰ প্ৰতিৰূপ সৃষ্টি কৰে, ফলত প্ৰতিটো অপত্য কোষে নিজৰ নিজৰ ক্ৰ'ম'জম লাভ কৰে। সংকোষকেন্দ্ৰী জীৱবোৰৰ (প্ৰাণী, উদ্ভিদ, শেলাই আৰু প্ৰটিষ্ট) বেছিভাগ ডিএনএ কোষকেন্দ্ৰৰ মাজত আৰু কিছুমান মাইট'কন্দ্ৰিয়া বা ক্ল'ৰ'প্লাষ্টৰ দৰে কোষানুত সঞ্চত হৈ থাকে।[2] প্ৰকোষকেন্দ্ৰী জীৱৰ (বেক্টেৰিয়া আৰু আৰ্কিয়া) ডিএনএ কেৱল সিহঁতৰ কোষপ্ৰৰসত থাকে। ক্ৰ'ম'জমৰ অন্তৰ্ভাগত হিষ্ট'নৰ দৰে ক্ৰ'মেটিন প্ৰ'টিন একত্ৰিত হয় আৰু ডিএনএ সংগঠিত কৰে। এই গঠনে ডিএনএ আৰু অন্য প্ৰ'টিনৰ আন্তঃক্ৰিয়া নিৰ্দেশিত কৰে।
১৮৬৯ চনত ফ্ৰিডৰিক মিছাৰে প্ৰথম ডিএনএ আহৰণ কৰে আৰু ১৯৫৩ চনত জেমছ ৱাটছনে প্ৰথম ইয়াৰ আনৱিক গঠন চিনাক্ত কৰে। গৱেষণাকাৰী সকলে ইয়াক ভৌতিক নীতি আৰু সূত্ৰ উদ্ভাৱনৰ আনৱিক সঁজুলি হিচাপে ব্যৱহাৰ কৰে, যেনে এৰগ'ডিক সূত্ৰ আৰু স্থিতিস্থাপকতাৰ সূত্ৰ। ইয়াৰ অনন্য ধাতৱ বৈশিষ্টৰ বাবে, ই মাইক্ৰ- আৰু নেন'- ফেব্ৰিকেশ্বনৰ প্ৰতি আগ্ৰহী ধাতৱ বিজ্ঞানী আৰু অভিযন্তা সকলৰ বাবে অতি আকৰ্ষণীয় যৌগ। এই ক্ষেত্ৰত দুটা উল্লেখনীয় অগ্ৰগতি হৈছে ডিএনএ অ'ৰগামি আৰু ডিএনএ আধাৰিত সংকৰ ধাতু।[3]
তথ্য সংগ্ৰহ
- ↑ Purcell, Adam. "DNA". Basic Biology. http://basicbiology.net/micro/genetics/dna.
- ↑ Russell, Peter (2001). iGenetics. প্ৰকাশক New York: Benjamin Cummings. ISBN 0-8053-4553-1.
- ↑ Mashaghi A, Katan A (2013). "A physicist's view of DNA". De Physicus খণ্ড 24e (3): 59–61.