"ভীমৰাও ৰামজী আম্বেদকাৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
72 বাইট বিলোপ কৰা হ’ল ,  1 বছৰৰ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
(→‎কৰ্মজীৱন: ব্যাৰিস্টাৰ, া)
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
{{Infobox person
| name = ডাঃ ভীমৰাও ৰামজী আম্বেদকাৰ
| birth_name = ভীমৰাও ৰামজী আম্বেদকাৰ
| image = Dr. Bhimrao Ambedkar.jpg
| image_size =
| caption =
| other_names = বাবা, বাবাচাহেব, ভীমা, মুকনায়ক
| ethnicity =
| birth_place = [[Mhow]], [[Central Provinces]], [[British Raj|British India]] (now in [[Madhya Pradesh]])
| birth_date = {{Birth date|df=yes|1891|4|14}}
| death_place = [[Delhi]], India
| death_date = {{Death date and age|df=yes|1956|12|6|1891|4|14}}
| title = 1st [[Ministry of Law and Justice (India)|Law Minister of India]], [[Constitution of India#Drafting|Chairman of the Constitution Drafting Committee]]
| alma_mater = [[University of Mumbai]]<br />[[Columbia University]]<br />[[University of London]]<br />[[London School of Economics]]
| organization = [[Samata Sainik Dal]], [[Independent Labour Party (India)|Independent Labour Party]], [[Scheduled Castes Federation]]
| spouse = {{marriage|Ramabai|1906|show=Ramabai Ambedkar <small>(m. 1906 - d. 1935)</small>}}<ref name="Columbia2">{{cite web| last = Pritchett| first = Frances| url = http://www.columbia.edu/itc/mealac/pritchett/00ambedkar/timeline/1900s.html| title = In the 1900s| format = PHP| accessdate = 5 January 2012}}</ref> {{marriage|Savita Ambedkar|15 April 1948|show=Savita Ambedkar <small>(m. 1948)</small>}}<ref name="Columbia6">{{cite web |last=Pritchett | first=Frances |url=http://www.columbia.edu/itc/mealac/pritchett/00ambedkar/timeline/1940s.html| title=In the 1940s |accessdate=2012-06-13}}</ref>
| nationality = Indian
| religion = [[বৌদ্ধধৰ্ম]]
| awards = [[ভাৰত ৰত্ন]]
| signature = Dr. Babasaheb Ambedkar Signature.svg
}}
'''ভীমৰাও ৰামজী আম্বেদকাৰ''' (''{{lang-en|Bhimrao Ramji Ambedkar}}''; ''{{lang-mr|भीमराव रामजी आंबेडकर}}'') (১৮৯১-১৯৫৬) এজন ভাৰতীয় আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সভাত '''প্ৰথম আইন মন্ত্ৰী''' আছিল। ১৯৩০-৩১ আৰু ১৯৩১-৩২ চনত প্ৰথম [[ঘুৰণীয়াঘূৰণীয়া মেজমেল]]ত তেওঁ অনুন্নত জাতিৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। [[বোম্বাই]] বিধান সভাৰ সদস্য নিৰ্বাচিত হৈছিল। বৃটিছ চৰকাৰে তেওঁ যুটীয়া সংসদী কমিটীৰ সদস্য নিযুক্ত কৰিছিল। তেওঁ ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য হৈ লাঠ গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ '''শ্ৰম মন্ত্ৰী''' নিযুক্ত হৈছিল। ভাৰতীয় সংবিধান সভাৰ সদস্য আছিল আৰু ১৯৪৭ চনত তেওঁ সংবিধান খচৰা প্ৰস্তুতি কমিটীৰ সভাপতি হৈছিল আৰু ভাৰতীয় সংবিধান ৰচনা কৰিছিল।<ref name="ভীমৰাজ ৰাও আম্বেদকাৰ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৮৪,৮৫,৮৬,৮৭,৮৮,৮৯,৯০}}</ref>
 
২০১২ চনত History TV আৰু CNN-IBN চেনেলে দেশজুৰি চলোৱা এটা সমীক্ষাত তেখেতক "শ্ৰেষ্ঠ ভাৰতীয়" হিচাপে বাছনি কৰা হৈছিল।<ref>{{cite news|url=http://ibnlive.in.com/videos/282480/the-greatest-indian-after-independence-br-ambedkar.html|newspaper=cnn ibn}}</ref><ref>[http://www.historyindia.com/TGI/ http://www.historyindia.com/TGI/]</ref> ১৯৯০ চনত তেখেতক মৰনোত্তৰভাৱে [[ভাৰত-ৰত্ন]] বঁটা প্ৰদান কৰা হয়।
 
==জন্ম আৰু পৰিয়াল==
বি.আৰ আম্বেদকাৰৰ ১৮৯১ খৃষ্টাব্দত এপ্ৰিলৰ চৈধ্য তাৰিখে নিঃকুলীয়া বংশ এটাত জন্ম হয়। তেওঁৰ জন্ম হয় অবিভক্ত বোম্বাই প্ৰদেশৰ '''ৰত্নগিৰি জিলা'''ত। তেওঁলোকৰ পৰিয়ালটি আছিল ''মহৰ'' সম্প্ৰদায়ৰ আৰু এই মহৰ সম্প্ৰদায়েই আছিল ৰত্নগিৰিত একেবাৰে পিছপৰা ঘৃণনীয়। মহৰ কুলটো হিন্দু ধৰ্মৰ তথা চতুৰ বৰ্ণ সমাজৰ শূদ্ৰ জাতিৰ ভিতৰত আটাইতকৈ নিম্ন শ্ৰেণীৰ আৰু এই শ্ৰেণীবোৰ সেইকালত অন্তজ, পেৰিয়া আৰু অতি শূদ্ৰ বুলি জনাজাত হৈছিল। পিছপৰা এনে শ্ৰেণীক [[দলিত|অচ্যুত]], [[মোহনদাস কৰমচান্দ গান্ধী|মহাত্মা গান্ধীয়ে]] নাম দিছিল '''হৰিজন''', সাংবিধানিক ভাবে কোৱা হৈছিল [[অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি|অনুসূচীত জাতি]]। বৃটিছ সকলে তেওঁলোকক '''Depressed Class''' বুলি কৈছিল। ভাৰতত থকা ৪২৯ টা৪২৯টা অনুন্নত শ্ৰেণীৰ ভিতৰত মহৰ শ্ৰেণীয়ে সবাতোকৈ পিছপৰা আৰু হীন আছিল। তেওঁৰ পিতাক '''ৰামজী মালোজী চকপাল''' সৈন্য বাহিনীৰ চুবেদাৰ মেজৰ আছিল। তেওঁ '''ৰমাবাই''' নামৰ এঘাৰ বছৰীয়া ছোৱালী এজনীৰ সৈতে বিবাহ পাশত আবন্ধ হৈছিল।<ref name="ভীমৰাজ ৰাও আম্বেদকাৰ"/>
 
==শিক্ষা জীৱন==
বি.আৰ. আম্বেদকাৰৰ প্ৰাইমেৰী শিক্ষা নিজৰ জন্মস্থানতেই আৰম্ভ হৈছিল। তাৰ পিছত তেওঁ পিতাকে বোম্বাই নগৰীলৈ লৈ গল মাধ্যমিক শিক্ষা লাভৰ কাৰণে। বোম্বাই এল ফিন ষ্টোন নামৰ হাইস্কুল খনত নাম ভৰ্তি কৰালে। কিন্তু বিদ্যালয়ত নীচ জাতিকুলৰ হোৱা বাবে ঘৃণা-অবহেলাৰ পাত্ৰ হৈছিল।<ref name="ভীমৰাজ ৰাও আম্বেদকাৰ"/>তেওঁৰ সংস্কৃত শিকাৰ আগ্ৰহ আছিল যদিও শিক্ষকে তেওঁক সেই অনুমতি প্ৰদান নকৰিলে বৰঞ্চ তেওঁক পাৰ্চীহে পঢ়িবলৈ অনুমতি দিছিল। পিছত তেওঁ [[সংস্কৃত]]ৰ শিক্ষা নিজে লৈছিল। [[ইংৰাজী]]ৰ জ্ঞান লাভিছিল পিতাকৰ পৰা। তেওঁৰ এনেকৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ বোম্বাই এলফিনষ্টোন কলেজত ভৰ্তি হয়। ১৯১২ খৃষ্টাব্দত তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হল। ইয়াৰ পিছত তেওঁ কিছুদিন চাকৰি কৰি পৰিয়ালটিক তনকীয়াল কৰি ১৯১৩ খৃষ্টাব্দত তেওঁ [[আমেৰিকা]]ৰ [[নিউয়ৰ্ক]]ৰ [[কলম্বিয়া বিশ্ববিদ্যালয়]]ত অধ্যয়ন আৰম্ভ কৰিলে। তেওঁ [[বুৰঞ্জী]], [[নৃতত্বনৃতত্ত্ব]], [[সমাজবিদ্যা]], [[মনোবিজ্ঞান]],[[অৰ্থনীতি]] আদি বিষয়ত অধ্যয়ন কৰিছিল। ১৯১৫ খৃষ্টাব্দত তেওঁ এনচিয়েণ্ট ইণ্ডিয়ান কমাৰ্ছ মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তাৰপিছত তেওঁ দি ইভলিউচন অৱ প্ৰভিন্সিয়েল ফাইনেন্স ইন বৃটিছ-ইণ্ডিয়া সম্পৰ্কত গভীৰ অধ্যয়ন চলাই, '''ফিল'চফি''' ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত তেওঁ ১৯১৬ খৃষ্টাব্দত অধ্যয়নৰ বাবে [[ইংলেণ্ড]]লৈ ৰাওনা হল। তাত তেওঁ [[লণ্ডন]] স্কুল অৱ ইকন'মিক্স এণ্ড পলিটিকেল চায়েন্স নামৰ বিদ্যালয়ত ভৰ্তি হল আৰু ডি. এছ. চি. ডিগ্ৰী লাভৰ বাবে আৰু গ্ৰেইজইনত আইন বিষয়ৰ ডিগ্ৰী লাভৰ উদ্দেশ্যে অধ্যয়নত লাগে। কিন্তু তেওঁৰ সেই অধ্যয়ন আধৰুৱা কৰিয়েই ভাৰতলৈ উভতি আহে।<ref name="ভীমৰাজ ৰাও আম্বেদকাৰ"/>
 
==কৰ্মজীৱন==
[[Image:Ambedkar_speech_at_Yeola.png|thumb|200px|right|১৯৩৫ চনৰ ১৩ অক্টোবৰত [[নাচিক]]ৰ ইয়'লাত বক্তৃতা দি থকা অৱস্থাত আম্বেদকাৰ]]
বি. আৰ আম্বেদকাৰে শিক্ষা সমাপ্ত কৰি ভাৰতলৈ উভতি আহি [[বৰোদা]]ৰ সৈনিক বিভাগৰ ছেক্ৰেটৰী পদত নিযুক্তি পালে। কিন্তু উচ্চ হিন্দুসকলে নীচ জাতিকুলৰ বুলি এইবাৰো এই বিদেশত শিক্ষিত লোকজনৰ শিক্ষাৰ অকণো আদৰ আৰু সহানুভূতি নেদেখুৱালে, কাৰ্যালয়ত তেওঁক এডোখৰ চুকত বহিবলৈ দিলে আৰু কোঠাটোত আগৰে পৰা পাৰি থোৱা কাৰ্পেটখন আঁতৰাই পেলাইছিল। অফিচৰ কাগজ পত্ৰ দুৰৰে পৰা দলিয়াহে তেওঁলৈ দিয়া হৈছিল।<ref name="ভীমৰাজ ৰাও আম্বেদকাৰ"/> তেওঁ হিন্দু সমাজৰ এই বৈষম্য আঁতৰ কৰিবলৈ সংকল্প লৈ বোম্বাইত '''এডাইচাৰ টু ডিলাৰ এণ্ড চেয়াৰচ''' নামে এখন ফাৰ্ম আৰম্ভ কৰিলে। তাৰপিছতে তেওঁ '''চিডেন হাম''' বাণিজ্য কলেজত অস্থায়ী ভাবে ৰাজনীতি-অৰ্থনীতি প্ৰবক্তা পদত নিযুক্তি পালে। ইয়াতো তেওঁ জাতকুলৰ কু-প্ৰভাৱত তিষ্টিব নোৱাৰিলে। ১৯১৭ খৃষ্টাব্দত তেওঁ অস্পৃশ্য সকলৰ হৈ টাইথ বেৰ কমিছনৰ আগত সাক্ষ্য দিছিল, ১৯১৮ খৃষ্টাব্দত [[নাগপুৰ]]ত অস্পৃশ্য সন্মিলন পাতিছিল। ইয়াৰ পিছতে তেওঁ অসমাপ্ত শিক্ষা শেষ কৰিবলৈ দৃঢ় সংকল্প লৈ লণ্ডনলৈ পুনৰ যাত্ৰা কৰে। ১৯২১ খৃষ্টাব্দত '''প্ৰভিন্সিয়েল দি চেট্ৰেলাইজেচন অৱ ইম্পোৰিয়েল ফাইনেন্স ইন বৃটিছ ইণ্ডিয়া''' শীৰ্ষক অধ্যয়নৰ বাবে এম. এছ. ছি. ডিগ্ৰী লাভ কৰিলে। ১৯২২ খৃষ্টাব্দত তেওঁ আইন বিষয়ত উত্তীৰ্ন হয়। ১৯২৩ খৃষ্টাব্দত তেওঁ '''ডি. এচ. চি ডিগ্ৰী'''ও সমাপ্ত কৰিলে। তাৰ পিছত তেওঁ '''এল. এল ডি''', আৰু '''ডি লিট''' উপাধি আৰ্জন কৰিলে। আধৰুৱা শিক্ষা সমাপ্ত কৰি তেওঁ এইবাৰ ভাৰতলৈ আহি বোম্বাই হাইকোৰ্টতে '''বেৰিষ্টাৰ''' হিচাপে স্বাধীন ব্যৱসায় ওকালতি কৰিবলৈ ললে। ইয়াতো তেওঁক জাতিকুলৰ ভেদভাবে পিছ এৰা নাছিল। বৰং মানুহে তেওঁক উপহাস কৰি গৰীবৰ ব্যাৰিস্টাৰব্যাৰিষ্টাৰ
ৰ হে বুলিছিল। ১৯২৪ খৃষ্টাব্দত বঞ্চিত সকলক তেওঁলোকৰ পাপ্য স্বাস্থ্য, সম্পদ, সংস্কৃতি , সন্মান আদিৰ বাবে সংগ্ৰামত ব্ৰতী হল।<ref name="ভীমৰাজ ৰাও আম্বেদকাৰ"/> ১৯২৬ খৃষ্টাব্দত তেওঁ এম. এল. এৰ বাবে মনোনয়ন দিছিল। ১৯২৭ খৃষ্টাব্দত তেওঁ মহাৰ পৰিষদ গঠন কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিলে। ১৯৩০ খৃষ্টাব্দৰ ৩ মাৰ্চত মন্দিৰত সোমোৱাৰ অধিকাৰ বিচাৰি '''কলাৰাব মন্দিৰ'''ৰ সন্মুখত সত্যাগ্ৰহ কৰিছিল। ১৯৩৬ চনত তেওঁ স্বতন্ত্ৰ শ্ৰমিক পাৰ্টি গঠন কৰি, ১৯৩৭ চনত বম্বে বিধান সবাৰ এম. এল.এ নিৰ্বাচিত হয়। ১৯৪২ খৃষ্টাব্দত তেওঁ সৰ্বভাৰতীয় [[অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি|অনুসূচীত জাতি]] ফেডাৰেছন গঠন কৰিছিল আৰু পিছলৈ ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য হৈ লাট গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ '''শ্ৰম মন্ত্ৰী''' নিযুক্ত হয়। ১৯৪৫ খৃষ্টাব্দত তেওঁ মানৱ শিক্ষা সমাজ গঠন কৰিলে। ১৯৪৬ চনত ভাৰতৰ সংবিধান সভালৈ নিৰ্বাচিত হয় আৰু ১৯৪৭ খৃষ্টাব্দৰ ২৯ আগষ্টত সংবিধানৰ খচৰা প্ৰস্তুতি কমিটীৰ সভাপতি নিৰ্বাচিত হৈ স্বাধীন ভাৰতৰ নতুন সংবিধান ৰচনা কৰিছিল। ১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈ তেওঁ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাত '''প্ৰথম আইন মন্ত্ৰী নিযুক্ত''' হৈছিল। ১৯৫২ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ১৯৫৫ চনত তেওঁ বুদ্ধিষ্ট ছোচাইটি অৱ ইণ্ডিয়া গঠন কৰে। ১৯৫৬ চনত তেওঁ নাগপুৰত ৰাজহুৱা বৌদ্ধ ধৰ্ম গ্ৰহনগ্ৰহণ কৰিছিল।<ref name="ভীমৰাজ ৰাও আম্বেদকাৰ"/>
 
==পুৰস্কাৰ প্ৰাপ্ত বঁটা==
{{Authority control|VIAF=44331988}}
{{Persondata
| NAME = Ambedkar, B. R.
| ALTERNATIVE NAMES =Bhimrao Ramji Ambedkar
| SHORT DESCRIPTION =
| DATE OF BIRTH = 14 April 1891
| PLACE OF BIRTH = [[Mhow]], [[Central Provinces]], [[British Raj|British India]] (now in [[Madhya Pradesh]])
| DATE OF DEATH = 6 December 1956
| PLACE OF DEATH = [[Delhi]], India
}}
 
3,780

টা সম্পাদনা

সা-সঁজুলি