"মেলেৰিয়া"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Jump to navigation Jump to search
100 বাইট বিলোপ কৰা হ’ল ,  4 মাহ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
{{বিস্তাৰ}}
{{Infobox disease
| Name = মেলেৰিয়া
| ICD10 = {{ICD10|B|50||b|50}}-{{ICD10|B|54||b|54}}
| ICD9 = {{ICD9|084}}
| Image = Malaria.jpg
| Caption = A ''Plasmodium'' in the form that enters humans and other vertebrates from the saliva of female mosquitoes (a [[sporozoite]]) traverses the cytoplasm of a mosquito midgut epithelial cell.
| DiseasesDB = 7728
| MedlinePlus = 000621
| OMIM = 248310
| eMedicineSubj = med
| eMedicineTopic = 1385
| eMedicine_mult = {{eMedicine2|emerg|305}} {{eMedicine2|ped|1357}}
| MeshName = Malaria
| MeshNumber = C03.752.250.552
}}
'''মেলেৰিয়া''' ({{lang-en|Maleria}})ক সাধাৰনতেসাধাৰণতে অতিপাত [[জ্বৰ]]ৰ এবিধ ৰোগ হিচাপেই জনা যায় ।যায়। মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্ৰ জীৱাণুৰ আক্ৰমণৰ ফলত এই ৰোগ হয় ।হয়। মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ [[মহ]]ৰ দ্বাৰা সংক্ৰমিত হয় ।হয়। সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে ।নোৱাৰে। এই বীজাণুৰ দ্বাৰা আক্ৰান্ত মাইকী এন'ফিলিচ মহৰ লালটি গ্ৰন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ সংক্ৰমিত হয় ।হয়। (অণুবীক্ষণ যন্ত্ৰৰ সহায়ত মেলেৰিয়াৰ বীজাণুবোৰ চাব পৰা যায় ) এই বীজাণুবোৰে জীৱনৰ এছোৱা মানুহৰ গাত আৰু এছোৱা মহৰ গাত কটায় ।কটায়। যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীক কামোৰে তেতিয়া ই মানুহজনৰ তেজৰ লগতে মেলেৰিয়াৰ বীজাণুবোৰো নিজৰ দেহত সুমুৱাই লয় ।লয়। যেতিয়া এই বীজাণুবোৰ মহৰ পেটত সোমায় তাৰ ১০-১২ দিনৰ পাছত ই ৰোগ সংক্ৰমিত কৰিব পৰা হয় ।হয়। এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ মানুহক কামুৰিলে মেলেৰিয়াৰ বীজাণুবোৰ মানুহজনৰ দেহত প্ৰৱেশ কৰে ।কৰে। তেনে ক্ষেত্ৰত মানুহজন দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্ৰান্ত হয় ।হয়। এজন মেলেৰিয়া ৰোগীৰ পৰাই বহুজনলৈ এই ৰোগ বিয়পিব পাৰেপাৰে।
 
==মেলেৰিয়াৰ লক্ষণ==
মেলেৰিয়া জ্বৰত সাধাৰণতে তিনিটা স্তৰ থাকে-
 
'''(১)''' '''শীতল অৱস্থা'''- এই অৱস্থাটো জাৰ জাৰ লগা ভাৱ,কঁপনি আৰু মূৰ কামুৰণিৰে আৰম্ভ হয় ।হয়। ৰোগীয়ে লেপ-কম্বলজাতীয় গৰম কাপোৰ ল'বলৈ বিচাৰে ।বিচাৰে। আঙুলিবোৰ আৰু ওঁঠ দুটা শুকাই যোৱাৰ ফলত এইবোৰৰ ৰং সামান্য নীলা চানেকীয়া হয় আৰু ৰোগীৰ গাৰ নোমবোৰ শিয়ঁৰি উঠে ।উঠে। এই অৱস্থাটো ১৫ মিনিট পৰা ১ ঘণ্টা পৰ্যন্ত চলিব পাৰেপাৰে।
 
'''(২)''' '''উষ্ণ অৱস্থা''' - এই্ অৱস্থাত জ্বৰ ইমান বেচি হয় যে প্ৰচণ্ড উত্তাপ অনুভৱ কৰে আৰু গাৰ কাপোৰ পেলাই দিয়ে ।দিয়ে। ৰোগীৱ তীব্ৰ মূৰ কামুৰণি হয় ।হয়। মাজে মাজে ওকালি আহে আৰু বমিও হয় ।হয়। এই অৱস্থা ১ ৰ পৰা ৬ ঘণ্টা পৰ্যন্ত্য থাকে ।থাকে। নাড়ীৰ স্পন্দন জোৰেৰে হয় ।হয়। ৰোগীৰ খুব পিয়াঁহ লাগেলাগে।
 
'''(৩)''' '''ঘৰ্মাক্ত অৱস্থা'''- এই অৱস্থাত ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায় ।যায়। ৰোগী সাধাৰণতে গভীৰভাৱে টোপনি যায় আৰু সাৰ পালে দুৰ্বল অনুভৱ কৰে ।কৰে। এই অৱস্থা ২ ৰ পৰা ৪ ঘণ্টা পৰ্যন্ত্য থাকেথাকে।
 
==মেলেৰিয়াৰ প্ৰকাৰ==
পৃথিৱীত মুঠ চাৰিবিধ মেলেৰিয়া ৰোগ আছে ।আছে। সাধাৰণতে ভাৰতত ইয়াৰে তিনিবিধ মেলেৰিয়া ৰোগহে দেখা পোৱা যায় ।যায়। এই তিনিবিধৰ ভিতৰতো দুবিধ হ'ল (১) ভাইভেক্স মেলেৰিয়া (সাধাৰণ বিধৰ মেলেৰিয়া) (২) ফেলচিপেৰাম মেলেৰিয়া (তীব্ৰ বিধৰ মেলেৰিয়া) ইয়াৰ পিছতে তৃতীয় বিধ তথা মাৰাত্মক হ'ল চেৰিব্ৰেল মেলেৰিয়া (মস্তিস্ক সংক্ৰান্ত অতি তীব্ৰতৰ মেলেৰিয়া) এইবিধ মেলেৰিয়া বৰ বিপদজনক ।বিপদজনক। অতি শীঘ্ৰে চিকিৎসা ব্যৱস্থা নকৰিলে ৰোগী ২-৩ দিনৰ ভিতৰত মৃত্যু মুখত পৰিব পাৰেপাৰে।
পূৰ্বে ভাৰতত ভাইভেক্স বা সাধাৰণবিধ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ আছিল আৰু ৰোগীৰ শতকৰা ৬০ ভাগৰ পৰা ৬৫ ভাগেই আছিল এইবিধ ৰোগীহে ।ৰোগীহে। শেহতীয়া ভাৱে এই ধাৰাটো বদলি হৈছে ।হৈছে। আজিকালি ভয়াবহ পি ফেলচিপৰাম মেলেৰিয়া সকলো ঠাইতে বৃদ্ধি পাইছে।
 
==তথ্য সংগ্ৰহ==
3,654

টা সম্পাদনা

সা-সঁজুলি