লাডাখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
গৃহীত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী: 1 নং শাৰী:
{{Infobox settlement
{{Infobox settlement
| name = লাডাখ
| name = লাডাখ
| settlement_type = প্ৰশাসনিক অঞ্চল <br/> [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|প্ৰস্তাবিত কেন্দ্ৰীয় শাসিত অঞ্চল]]
| settlement_type = প্ৰশাসনিক অঞ্চল <br/> [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|প্ৰস্তাবিত কেন্দ্ৰীয় শাসিত অঞ্চল]]
| image_skyline = Viewofleh.jpg
| image_skyline = Viewofleh.jpg
| image_caption = লেহ চহৰৰ দৃশ্য
| image_caption = লেহ চহৰৰ দৃশ্য
| image_map = IN-LA.svg
| image_map = IN-LA.svg
| map_caption = ভাৰতত লাডাখৰ অৱস্থান
| map_caption = ভাৰতত লাডাখৰ অৱস্থান
| coordinates = {{coord|34|10|12|N|77|34|48|E|display=inline,title}}
| coordinates = {{coord|34|10|12|N|77|34|48|E|display=inline,title}}
| subdivision_type = দেশ
| subdivision_type = দেশ
| subdivision_name = [[ভাৰত]]
| subdivision_name = [[ভাৰত]]
| subdivision_type1 = [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ৰাজ্য]]
| subdivision_type1 = [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ৰাজ্য]]
| subdivision_type2 =
| subdivision_type2 =
| subdivision_name1 =
| subdivision_name1 =
| subdivision_name2 =
| subdivision_name2 =
| established_title = অঞ্চল
| established_title = অঞ্চল
| established_date = ৮ ফেব্ৰুৱাৰী ২০১৯
| established_date = ৮ ফেব্ৰুৱাৰী ২০১৯
| established_title1 = [[কেন্দ্ৰীয় শাসিত অঞ্চল]]
| established_title1 = [[কেন্দ্ৰীয় শাসিত অঞ্চল]]
| established_date1 = ৩১ অক্টোবৰ ২০১৯ ''(প্ৰস্তাবিত)''<ref>[http://egazette.nic.in/WriteReadData/2019/210412.pdf The Gazette of India]</ref>
| established_date1 = ৩১ অক্টোবৰ ২০১৯ ''(প্ৰস্তাবিত)''<ref>[http://egazette.nic.in/WriteReadData/2019/210412.pdf The Gazette of India]</ref>
| seat_type = সদৰ
| seat_type = সদৰ
| seat = [[লেহ]]<ref>[https://kashmirobserver.net/2019/10/17/ladakh-gets-civil-secretariat/ Ladakh Gets Civil Secretariat]</ref>
| seat = [[লেহ]]<ref>[https://kashmirobserver.net/2019/10/17/ladakh-gets-civil-secretariat/ Ladakh Gets Civil Secretariat]</ref>
| parts_type = জিলা
| parts_type = জিলা
| parts_style = para
| parts_style = para
| p1 = কাৰ্গিল জিলা, লেহ জিলা
| p1 = কাৰ্গিল জিলা, লেহ জিলা
| unit_pref = Metric
| unit_pref = Metric
| area_footnotes = <ref>{{cite web|url=http://mha.nic.in/uniquepage.asp?Id_Pk=306 |title=MHA.nic.in |publisher=MHA.nic.in |accessdate=21 June 2012 |url-status=dead |archiveurl=https://web.archive.org/web/20081208212815/http://mha.nic.in/uniquepage.asp?Id_Pk=306 |archivedate=8 December 2008 }}</ref>{{efn|ইয়াত চীনৰ দখলত থকা [[আক্সাই চিন]] (৩৭,৫৫৫ বৰ্গ কিমি) অন্তৰ্ভূক্ত কৰা হোৱা নাই।}}
| area_footnotes =<ref>{{cite web|url=http://mha.nic.in/uniquepage.asp?Id_Pk=306 |title=MHA.nic.in |publisher=MHA.nic.in |accessdate=21 June 2012 |url-status=dead |archiveurl=https://web.archive.org/web/20081208212815/http://mha.nic.in/uniquepage.asp?Id_Pk=306 |archivedate=8 December 2008 }}</ref>{{efn|ইয়াত চীনৰ দখলত থকা [[আক্সাই চিন]] (৩৭,৫৫৫ বৰ্গ কিমি) অন্তৰ্ভুক্ত কৰা হোৱা নাই। }}
| area_rank =
| area_rank =
| area_total_km2 = 59146
| area_total_km2 = 59146
| elevation_footnotes =
| elevation_footnotes =
| elevation_m =
| elevation_m =
| elevation_max_footnotes =
| elevation_max_footnotes =
| elevation_max_m = 7,742
| elevation_max_m = 7,742
| elevation_max_ft =
| elevation_max_ft =
| elevation_max_point = [[Saltoro Kangri]]<ref>{{Cite web|url=https://www.peakbagger.com/peak.aspx?pid=10533|title=Saltoro Kangri, India/Pakistan|website=peakbagger.com|access-date=2019-08-09|df=dmy-all}}</ref>

| elevation_max_rank =
| elevation_max_rank =
| elevation_min_footnotes =
| elevation_min_footnotes =
| elevation_min_m = 2550
| elevation_min_m = 2550
| elevation_min_ft =
| elevation_min_ft =
| elevation_min_point = [[সিন্ধু নদী]]
| elevation_min_point = [[সিন্ধু নদী]]
| elevation_min_rank =
| elevation_min_rank =
| population_total = 274289
| population_total = 274289
| population_as_of = 2011
| population_as_of = 2011
| population_rank =
| population_rank =
| population_density_km2 = auto
| population_density_km2 = auto
| population_demonym = লাডাখী
| population_demonym = লাডাখী
| population_footnotes =
| population_footnotes =
| demographics_type1 = ভাষা
| demographics_type1 = ভাষা
| demographics1_title1 = আধিকাৰীক
| demographics1_title1 = আধিকাৰীক
| demographics1_info1 = তিব্বতীয় ভাষা, বাল্টি ভাষা, [[উৰ্দু ভাষা]], [[হিন্দী ভাষা]]
| demographics1_info1 = তিব্বতীয় ভাষা, বাল্টি ভাষা, [[উৰ্দু ভাষা]], [[হিন্দী ভাষা]]
| timezone1 = [[ভাৰতীয় মান সময়|ভামাস]]
| timezone1 = [[ভাৰতীয় মান সময়|ভামাস]]
| utc_offset1 = +৫:৩০
| utc_offset1 = +৫:৩০
| postal_code_type = <!-- [[Postal Index Number|PIN]] -->
| postal_code_type = <!-- [[Postal Index Number|PIN]] -->
| postal_code = [[Leh]]: 194101; [[Kargil]]: 194103
| postal_code = [[Leh]]: 194101; [[Kargil]]: 194103
| registration_plate = লেহ: JK10; কাৰ্গিল: JK07
| registration_plate = লেহ: JK10; কাৰ্গিল: JK07
| blank1_name_sec1 = মুখ্য চহৰ
| blank1_name_sec1 = মুখ্য চহৰ
| blank1_info_sec1 = [[লেহ]], [[কাৰ্গিল]]
| blank1_info_sec1 = [[লেহ]], [[কাৰ্গিল]]
| blank3_name_sec1 =
| blank3_name_sec1 =
| blank3_info_sec1 =
| blank3_info_sec1 =
| website = {{url|http://jkladakhaffairs.nic.in/}}
| website = {{url|http://jkladakhaffairs.nic.in/}}
| footnotes =
| footnotes =
}}
}}
'''লাডাখ''' উত্তৰ [[ভাৰত]]ৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখ এলেকা [[কাৰাকোৰাম]] ৰেঞ্জৰ [[চিয়াচেন]]ৰ পৰা দক্ষিণত [[হিমালয়]]লৈকে। লাডাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ।<ref>{{cite book |title = Ladakh: The Land and the People |last = Jina |first = Prem Singh |year = 1996 |publisher = Indus Publishing |isbn = 978-81-7387-057-6 }}</ref><ref>{{cite web |url = http://news.bbc.co.uk/2/shared/spl/hi/south_asia/03/kashmir_future/html/default.stm |title = In Depth-the future of Kashmir |publisher=[[BBC News]] |accessdate = 16 April 2013}}</ref> লাডাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাডাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত।

ঐতিহাসিকভাৱে লাডাখে [[বালতিস্তান]] (বাল্টিয়ুল) উপত্যকা (বৰ্তমানে প্ৰায় অংশ [[পাকিস্তান]]ত আছে), উজনি [[সিন্ধু নদী|সিন্ধু উপত্যকা]], জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি (ৰুডক, গুগে সামৰি) আক্সাই চিন (কুন-লুন সামৰি), উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাডাখৰ সীমাত পূব দিশে [[তিব্বত স্বায়ত্তশাসিত অঞ্চল|তিব্বত]], দক্ষিণে লাহৌল আৰু স্পিটি, পশ্চিমে কাশ্মীৰ, জম্মু আৰু বাল্টিয়ুল আৰু উত্তৰে [[চীন]]ৰ [[চিঞ্জিয়াং]] আছে।

== ৰাজনৈতিক দখল ==
== ৰাজনৈতিক দখল ==
আক্সাই চিন ভাৰত আৰু চীনৰ মাজত বিবাদিত অঞ্চল।<ref>{{cite news |title = Fantasy frontiers |url = https://www.economist.com/blogs/dailychart/2011/05/indian_pakistani_and_chinese_border_disputes |accessdate = 24 September 2014 |newspaper = The Economist |date = 8 February 2012}}</ref> এই অঞ্চলত বৰ্তমান চীনৰ শাসন চলি আছে- হ'টানৰ অংশ হিচাপে, পিচে ভাৰতেও এই অঞ্চলক [[জম্মু আৰু কাশ্মীৰ|জম্মু-কাশ্মীৰ]]ৰ অংশ হিচাপে দাবী কৰি আহিছে। ১৯৬২ চনত দুয়ো দেশৰ মাজত [[আক্সাই চিন]] আৰু [[অৰুণাচল প্ৰদেশ]]ক লৈ যুদ্ধ সংঘটিত হৈছিল। পিচে ১৯৯৩ আৰু ১৯৯৬ চনত দুয়ো দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক সন্মান জনোৱাৰ কথাক লৈ চুক্তি স্বাক্ষৰ কৰিলে।<ref name="GlobalSecurity">{{cite web |url = http://www.globalsecurity.org/military/world/war/india-china_conflicts.htm |title = India-China Border Dispute |publisher=GlobalSecurity.org}}</ref>

অতীতত গুৰুত্বপূৰ্ণ বাণিজ্য পথ লাডাখেৰে পাৰ হোৱাৰ বাবে লাডাখৰ এক বিশেষ মহত্ব আছিল এই ক্ষেত্ৰৰ।<ref name="TransHimalayan">{{cite book |last = Rizvi |first=Janet |year=2001 |title = Trans-Himalayan Caravans&nbsp;– Merchant Princes and Peasant Traders in Ladakh |publisher = [[Oxford India Paperbacks]] }}</ref> কিন্তু ১৯৬০ৰ দশকত চীনে তিব্বত আৰু [[মধ্য এছিয়া]]ৰ সীমা বন্ধ কৰাত আন্তৰ্জাতিক বাণিজ্য হ্ৰাস পাবলৈ ধৰিলে- কিছু পৰিমাণে পৰ্যটনহে এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে। কেইবাদশক ধৰি ভাৰতৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জম্মু-কাশ্মীৰৰ অংশ হিচাপে থকাৰ বাবে ভাৰতীয় সেনাৰ ভালেমান উপস্থিতি অঞ্চলটোত আছে।
অতীতত গুৰুত্বপূৰ্ণ বাণিজ্য পথ লাডাখেৰে পাৰ হোৱাৰ বাবে লাডাখৰ এক বিশেষ মহত্ত্ব আছিল এই ক্ষেত্ৰৰ।<ref name="TransHimalayan">{{cite book |last = Rizvi |first=Janet |year=2001 |title = Trans-Himalayan Caravans&nbsp;– Merchant Princes and Peasant Traders in Ladakh |publisher = [[Oxford India Paperbacks]] }}</ref> কিন্তু ১৯৬০ৰ দশকত চীনে তিব্বত আৰু [[মধ্য এছিয়া]]ৰ সীমা বন্ধ কৰাত আন্তৰ্জাতিক বাণিজ্য হ্ৰাস পাবলৈ ধৰিলে- কিছু পৰিমাণে পৰ্যটনহে এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে। কেইবাদশক ধৰি ভাৰতৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জম্মু-কাশ্মীৰৰ অংশ হিচাপে থকাৰ বাবে ভাৰতীয় সেনাৰ ভালেমান উপস্থিতি অঞ্চলটোত আছে।

== জনসংখ্যা আৰু অন্যান্য তথ্য ==
== জনসংখ্যা আৰু অন্যান্য তথ্য ==

04:33, 5 June 2020 অনুযায়ী বৰ্তমান সংস্কৰণ

লাডাখ
—  প্ৰশাসনিক অঞ্চল
প্ৰস্তাবিত কেন্দ্ৰীয় শাসিত অঞ্চল
  —
Viewofleh.jpgলেহ চহৰৰ দৃশ্য
ভাৰতত লাডাখৰ অৱস্থান
ভাৰতত লাডাখৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য
অঞ্চল ৮ ফেব্ৰুৱাৰী ২০১৯
কেন্দ্ৰীয় শাসিত অঞ্চল ৩১ অক্টোবৰ ২০১৯ (প্ৰস্তাবিত)[1]
সদৰ লেহ[2]
জিলা কাৰ্গিল জিলা, লেহ জিলা
মাটিকালি[3][lower-alpha 1]
 - মুঠ ৫৯,১৪৬ কি.মি. 
(২২,৮৩৬.৪ বৰ্গ মাইল)
অধিকতম উচ্চতা ৭,৭৪২ মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট)
নিম্নতম উচ্চতা ২,৫৫০ মিটাৰ (৮,৩৬৬.১৪ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ২,৭৪,২৮৯ জন
 - জনঘনত্ব ৪.৬ প্ৰতি বৰ্গ কি.মি. 
(১২ প্ৰতি বৰ্গ মাইল)
বিশেষণ লাডাখী
ভাষা
 - আধিকাৰীক তিব্বতীয় ভাষা, বাল্টি ভাষা, উৰ্দু ভাষা, হিন্দী ভাষা
সময় অঞ্চল ভামাস (গ্ৰী.মা.স.+৫:৩০)
যানবাহনৰ নম্বৰ লেহ: JK10; কাৰ্গিল: JK07
মুখ্য চহৰ লেহ, কাৰ্গিল
ৱেবছাইট jkladakhaffairs.nic.in

লাডাখ উত্তৰ ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখ এলেকা কাৰাকোৰাম ৰেঞ্জৰ চিয়াচেনৰ পৰা দক্ষিণত হিমালয়লৈকে। লাডাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ।[4][5] লাডাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাডাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত।

ঐতিহাসিকভাৱে লাডাখে বালতিস্তান (বাল্টিয়ুল) উপত্যকা (বৰ্তমানে প্ৰায় অংশ পাকিস্তানত আছে), উজনি সিন্ধু উপত্যকা, জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি (ৰুডক, গুগে সামৰি) আক্সাই চিন (কুন-লুন সামৰি), উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাডাখৰ সীমাত পূব দিশে তিব্বত, দক্ষিণে লাহৌল আৰু স্পিটি, পশ্চিমে কাশ্মীৰ, জম্মু আৰু বাল্টিয়ুল আৰু উত্তৰে চীনচিঞ্জিয়াং আছে।

ৰাজনৈতিক দখল[সম্পাদনা কৰক]

আক্সাই চিন ভাৰত আৰু চীনৰ মাজত বিবাদিত অঞ্চল।[6] এই অঞ্চলত বৰ্তমান চীনৰ শাসন চলি আছে- হ'টানৰ অংশ হিচাপে, পিচে ভাৰতেও এই অঞ্চলক জম্মু-কাশ্মীৰৰ অংশ হিচাপে দাবী কৰি আহিছে। ১৯৬২ চনত দুয়ো দেশৰ মাজত আক্সাই চিন আৰু অৰুণাচল প্ৰদেশক লৈ যুদ্ধ সংঘটিত হৈছিল। পিচে ১৯৯৩ আৰু ১৯৯৬ চনত দুয়ো দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক সন্মান জনোৱাৰ কথাক লৈ চুক্তি স্বাক্ষৰ কৰিলে।[7]

অতীতত গুৰুত্বপূৰ্ণ বাণিজ্য পথ লাডাখেৰে পাৰ হোৱাৰ বাবে লাডাখৰ এক বিশেষ মহত্ত্ব আছিল এই ক্ষেত্ৰৰ।[8] কিন্তু ১৯৬০ৰ দশকত চীনে তিব্বত আৰু মধ্য এছিয়াৰ সীমা বন্ধ কৰাত আন্তৰ্জাতিক বাণিজ্য হ্ৰাস পাবলৈ ধৰিলে- কিছু পৰিমাণে পৰ্যটনহে এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে। কেইবাদশক ধৰি ভাৰতৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জম্মু-কাশ্মীৰৰ অংশ হিচাপে থকাৰ বাবে ভাৰতীয় সেনাৰ ভালেমান উপস্থিতি অঞ্চলটোত আছে।

জনসংখ্যা আৰু অন্যান্য তথ্য[সম্পাদনা কৰক]

লাডাখৰ বৃহত্তম চহৰ লেহ আৰু তাৰ পাছতেই আছে কাৰ্গিল[9] লাডাখৰ ৩৯.৭% মানুহ তিব্বতী বৌদ্ধ ধৰ্মাৱলম্বী, ১২.১% হিন্দু আৰু ৪৬.৪% লোক মুছলমান (মূলতঃ শ্বিয়া)[10] অন্যান্য উপস্থিত ধৰ্মৰ ভিতৰত শিখ অন্যতম।[11]

কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা[সম্পাদনা কৰক]

লেহৰ কিছু সংগঠন আৰু ব্যক্তিয়ে বিগত কেইবছৰমানৰ পৰা লাডাখক জম্মু-কাশ্মীৰৰ পৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ দাবী জনাই আহিছিল। ইয়াৰ কাৰণ আছিল এই ধাৰণা যে কাশ্মীৰে প্ৰায় বিকাশৰ ক্ষেত্ৰত লাডাখক আওকাণ কৰিছিল- লগতে মুছলিম প্ৰধান কাশ্মীৰৰ সৈতে লাডাখৰ সাংস্কৃতিক পাৰ্থক্যও আছে। পিচে কাৰ্গিলৰ কিছু লোকে এই প্ৰস্তাৱৰ বিৰোধিতাও কৰিছিল।[12][13] ফেব্ৰুৱাৰী ২০১৯ চনত লাডাখক জম্মু-কাশ্মীৰৰ অন্তৰ্গত এক পৃথক ভাগ ঘোষণা কৰা হ'ল। আগষ্ট ২০১৯ত ভাৰতীয় সংসদৰ দুয়ো সদনে গৃহীত কৰা এক বিল অনুযায়ী লাডাখ জম্মু-কাশ্মীৰৰ পৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চল হ'ব।[14]

টোকা[সম্পাদনা কৰক]

  1. ইয়াত চীনৰ দখলত থকা আক্সাই চিন (৩৭,৫৫৫ বৰ্গ কিমি) অন্তৰ্ভুক্ত কৰা হোৱা নাই।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. The Gazette of India
  2. Ladakh Gets Civil Secretariat
  3. "MHA.nic.in". MHA.nic.in. Archived from the original on 8 December 2008. https://web.archive.org/web/20081208212815/http://mha.nic.in/uniquepage.asp?Id_Pk=306। আহৰণ কৰা হৈছে: 21 June 2012. 
  4. Jina, Prem Singh (1996). Ladakh: The Land and the People. Indus Publishing. ISBN 978-81-7387-057-6. 
  5. "In Depth-the future of Kashmir". BBC News. http://news.bbc.co.uk/2/shared/spl/hi/south_asia/03/kashmir_future/html/default.stm। আহৰণ কৰা হৈছে: 16 April 2013. 
  6. "Fantasy frontiers". The Economist. 8 February 2012. https://www.economist.com/blogs/dailychart/2011/05/indian_pakistani_and_chinese_border_disputes। আহৰণ কৰা হৈছে: 24 September 2014. 
  7. "India-China Border Dispute". GlobalSecurity.org. http://www.globalsecurity.org/military/world/war/india-china_conflicts.htm. 
  8. Rizvi, Janet (2001). Trans-Himalayan Caravans – Merchant Princes and Peasant Traders in Ladakh. Oxford India Paperbacks. 
  9. Osada et al. (2000), p. 298.
  10. S, Kamaljit Kaur; DelhiJune 4, hu New; June 4, 2019UPDATED:; Ist, 2019 20:00. "Government planning to redraw Jammu and Kashmir assembly constituency borders: Sources". https://www.indiatoday.in/india/story/government-toys-with-delimitation-commission-in-j-k-1542446-2019-06-04. 
  11. Rizvi, Janet. Ladakh — Crossroads of High Asia. 
  12. "Kargil Council For Greater Ladakh". The Statesman, 9 August 2003. 2003. http://www.jammu-kashmir.com/archives/archives2003/kashmir20030809c.html। আহৰণ কৰা হৈছে: 22 August 2006. 
  13. Loram, Charlie (2004). Trekking in Ladakh. Trailblazer Publications. 
  14. "Article 370 revoked Updates: Jammu & Kashmir is now a Union Territory, Lok Sabha passes bifurcation bill". https://www.businesstoday.in/current/economy-politics/jammu-and-kashmir-crisis-live-updates-governor-reviews-security-situation-in-state/story/370856.html.