নেঘেৰিটিং শিৱদৌল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
31 নং শাৰী: 31 নং শাৰী:
Po*n....sex
Po*n....sex


I love you Kankana
==বৈশিষ্ট্য==
[[চিত্ৰ:NegheritingSivaDoul.jpg|thumb|left|নেঘেৰিটিং শিৱদৌল আৰু দৌলৰ গাত থকা কেইটামান ভাস্কৰ্যৰ ছবি।]]
চেপেটা ইটাৰে সজোৱা কৰ্দৈশিৰীয়া নেঘেৰিটিং শিৱদৌল [[আহোম যুগ|আহোম যুগৰ]] কাৰুকাৰ্য্যৰ এক সুন্দৰ নিৰ্দশন। দৌল সমূহৰ বেৰত থকা নানা তৰহৰ মূৰ্তি বৰ্তমানে লোপ পাইছে। ঘাই দৌলটোৰ চাৰিওফালে চাৰিটা দৌল আছে। প্ৰতিটো দৌলৰে এটা আগচ’ৰা আছে। মূল দৌলত বান লিংগ প্ৰতিষ্ঠা কৰা হৈছে। এই লিংগটোৰ আকাৰ প্ৰায় ৩ ফুট। বাকী কেইটাত [[গণেশ]], [[বিষ্ণু]], [[দূৰ্গা]] আৰু [[সূৰ্য দেৱতা|সূৰ্য দেৱতাৰ]] বিগ্ৰহ আছে<ref name="vedanti.com">{{cite web | url=http://www.vedanti.com/News/negheriting_shiva_doul.htm | title=Negheriting Shiva Doul | accessdate=January 07, 2012}}</ref>। দেৰগাঁৱৰ শিৱদৌলৰ প্ৰতি আহোম স্বৰ্গদেউ সকলৰ অসীম ভক্তি আছিল। তেঁওলোকে পূজাৰ নিৰ্মালি লৈহে আহাৰ গ্ৰহন কৰিছিল। ইয়াৰ বাবে দেৰগাঁৱৰ পৰা ৰাজধানী [[ৰংপুৰ|ৰংপুৰলৈ]] ‘বৰআলি’নামৰ এটি চমু পথ আছিল। দৌলৰ প্ৰধান ঠাকুৰজনক "বৰঠাকুৰ" বোলা হৈছিল। বৰ্তমান দেৰগাঁৱ শিৱদৌলৰ পূজাৰী ব্ৰাহ্মনসকলৰ সৰহ ভাগেই আহোমযুগত ভাটী ফালৰ পৰা অহা। অনুমান কৰা যে প্ৰাকৃতিক দূৰ্যোগৰ বাবে আৰু প্ৰাচীন মন্দিৰ সমূহ ধ্বংস হৈ যোৱাত ৰজাঘৰীয়া পৃষ্ঠপোষকতা নোপোৱাত ব্ৰাহ্মন পূজাৰী সকল আন ঠাইলৈ গুছি যায় বা তেঁওলোকে বৃত্তি সলাইছিল। সেয়ে স্বৰ্গদেউ প্ৰতাপ সিংহই ভূধৰ আগমাচাৰ্য্যক নতুন পূজাৰী হিচাবে আনিব লগা হৈছিল। সেই আগমাচাৰ্য্যৰ বংশধৰ সকলে এতিয়াও নেঘেৰিটিং দৌলত সেৱা আগবঢ়াই আছে।


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

02:46, 8 June 2020ৰ সংস্কৰণ

নেঘেৰিটিং শিৱদৌল

নেঘেৰিটিং শিৱদৌল, দেৰগাঁও
নেঘেৰিটিং শিৱদৌল is located in Assam
নেঘেৰিটিং শিৱদৌল
অসমত স্থান
ভূ-স্থানাংক 26°43′N 93°58′E / 26.71°N 93.96°E / 26.71; 93.96
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা গোলাঘাট
এলেকা দেৰগাঁও
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
প্ৰধান উৎসৱ শিৱৰাত্ৰি
ইতিহাস
প্ৰতিস্থাপক ৰাজেশ্বৰ সিংহ

নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূৱফালে ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত। নেঘেৰিটিং শিৱদৌলতো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে। তিনিকুৰি পোন্ধৰটা শিলৰ চিৰি উঠি গৈ প্ৰায় বিশ গজমান চিৰি নোহোৱা ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা বাট অতিক্ৰম কৰি মন্দিৰৰ লোহাৰ গেটখন পোৱা যায়। গেটৰ পৰা এশ গজ গলেই মন্দিৰৰ বাটচ’ৰা পোৱা যায়। মন্দিৰটো চৌহদৰ দহবিঘা মাটিৰ মাজতে মন্দিৰটো অৱস্থিত।

Po*n....sex

I love you Kankana

তথ্য সংগ্ৰহ

yffbiyfjku(print)