যনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: {{taxobox |name = যনি |image = Carom Flowers.jpg | regnum = Plantae | unranked_phylum = Tracheophytes | unranked_divisio = Angiosperms | divisio = | unr...
 
27 নং শাৰী: 27 নং শাৰী:
==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}

[[শ্ৰেণী:মছলা]]

10:37, 11 October 2020ৰ সংস্কৰণ

যনি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophytes
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Apiales
পৰিয়াল: Apiaceae
গণ: Trachyspermum
প্ৰজাতি: T. ammi
বৈজ্ঞানিক নাম
Trachyspermum ammi
(L.) Sprague ex Turrill
সমাৰ্থক[1][2]
  • Ammi copticum L.
  • Carum copticum (L.) Link
  • Trachyspermum copticum Link
  • Sison ammi L.

যনি (বৈজ্ঞানিক নাম: Trachyspermum ammi) হৈছে এপিয়েচি (বা উমবেললাইফে) পৰিয়ালৰ এবিধ একবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ইয়াক ইংৰাজীত আজুৱাইন (Ajwain), আজুৱান (ajowan)[3], আজুৱান কাৰাৱে (ajowan caraway), বিছপ্‌ছ ৱিড (bishop's weed)[4], কাৰম (carom) আদি নামেৰে জনা যায়। উদ্ভিদৰ পাত আৰু বীজসদৃশ ফল (প্ৰায়ে বীজ বুলি ভুল কৰা হয়) দুয়োটা মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে। "বিছপ্‌ছ ৱিড" নামটোৱে যনিগুটিক বুজায় যদিও ই আন কিছুমান উদ্ভিদৰো সাধাৰণ নাম। ইয়াৰ "বীজ" (অৰ্থাৎ ফল) প্ৰায়ে লভেজ (Lovage) "বীজ" ৰ সৈতে বিভ্ৰান্ত হয়। ভাৰত, ইৰাণ, ইজিপ্ত, আফগানিস্তান আদি দেশত মছলা অথবা ঔষধৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

  1. USDA, ARS, Germplasm Resources Information Network. যনি in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 11 December 2017.
  2. ITIS entry for Trachyspermum ammi
  3. "ajowan - Definition of ajowan in English by Oxford Dictionaries". Oxford Dictionaries - English. http://www.oxforddictionaries.com/definition/english/ajowan. 
  4. "Bishop's Weed". SPICES BOARD INDIA. http://www.indianspices.com/html/s062gajw.htm। আহৰণ কৰা হৈছে: 14 August 2015.